আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অন্ত পৰিব। এনে সময়তে বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকল ব্যস্ত হৈ পৰিছে শেষ নিৰ্বাচনী প্ৰচাৰত।বিপিএফৰ মুৰব্বী...
Read moreDetailsচিকিৎসালয়ত জুই লগাৰ পাছতো নিজৰ কৰ্তব্যৰ সফল সমাপন কৰি বাতৰিৰ শিৰোনামালৈ আহিছে ৰাছিয়াৰ কেইজনমান চিকিৎসক আৰু নাৰ্ছ। বাতৰি অনুযায়ী ৰাছিয়াৰ...
Read moreDetailsআফ্ৰিকাৰ ছোমালিয়াত সংঘটিত হৈছে এটা ভয়াৱহ ঘটনা। গৃহযুদ্ধৰে জৰ্জৰিত দেশখনৰ ৰাজধানী মগাডিশ্বুত শনিবাৰে এজন আত্মঘাটি বোমাৰুৱে কমেও ১০ জন লোকৰ...
Read moreDetailsপঞ্জাৱৰ জলন্ধৰত সংঘটিত হৈছে এটি ঘৃণনীয় ঘটনা। দলিত সম্প্ৰদায়ৰ এগৰাকী নাবালিকাক তেওঁৰ প্ৰেমিকে ৭জন বন্ধুৰ স'তে দলবদ্ধভাৱে ধৰ্ষণ কৰে। নাবালিকাগৰাকীৰ...
Read moreDetailsক’ৰ’ণাই সংহাৰী ৰূপ ধাৰণ কৰিছে ভাৰতত। প্ৰতিদিনে প্ৰায় ৯০ হাজাৰকৈ লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে। দেশত এতিয়া তৃতীয় পৰ্যায়ৰ ভেকচিন প্ৰদানৰ...
Read moreDetailsৰাজ্যৰ ভিতৰতে পূব গুৱাহাটী সমষ্টিক জাকত জিলিকা কৰি তোলাৰ সপোন লোকপ্ৰিয়ৰ নাতিনীয়ে। দেওবাৰে এখন সংবাদমেল সম্বোধন কৰি পূব গুৱাহাটীৰ প্ৰাৰ্থী...
Read moreDetailsবিশ্ব ক্ৰিকেটত অলৰাউণ্ড প্ৰদৰ্শনেৰে জনপ্ৰিয়তাৰ শিখৰত থকা ইংলিছ ক্ৰিকেটাৰ মইন আলিয়ে তেওঁৰ আইপিএল ফ্ৰেঞ্চাইজি চেন্নাই চুপাৰ কিংছৰ মেনেজমেণ্টক এটা বিশেষ...
Read moreDetailsভাৰতকে ধৰি ১০৬খন দেশৰ ৫৩কোটি ৩০ লাখ ফেচবুক ব্যৱহাৰকাৰীৰ ফোন নম্বৰকে ধৰি ব্যক্তিগত তথ্য অনলাইনত ফাদিল হৈ পৰিছে। এই তথ্য...
Read moreDetailsদেশত যোৱা ২৪ ঘন্টাত ৯৩হাজাৰ লোক লোক কৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰ বিতৰত অধিক সংখ্যক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। কালিয়েই আক্ৰান্তৰ সংখ্যা...
Read moreDetailsএইবাৰ কৰ’নাৰ বলি বলীউদ তাৰকা অক্ষয় কুমাৰ। দেওবাৰে পুৱাই নিজৰ কৰ’না পজিটিভ হোৱাৰ খৱৰ সদৰী কৰে অভিনেতাগৰাকীয়ে। দেওবাৰে এটা টুইট...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd