নীলাচল পাহাৰৰ বুকুত আজিৰে পৰা আৰম্ভ হৈছে মহা অম্বুবাচী মেলা। ইতিমধ্যে প্ৰতিবছৰৰ দৰে এইবাৰো দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন...
Read moreDetailsইউৰোত গ্ৰুপ ‘ই’ৰ যুঁজখন আকৰ্ষণীয় হৈ পৰিছে। প্ৰথমখন মেচত বেলজিয়ামক পৰাস্ত কৰি চমক দিছিল শ্লোভাকিয়াই। কিন্তু শুকুৰবাৰে তেওঁলোকে প্ৰথমে গ’ল...
Read moreDetailsNET পৰীক্ষাৰ পিছত পিছুৱাই দিয়া হৈছে CSIR-UGC NET পৰীক্ষা। সমগ্ৰ দেশতে প্ৰশ্নকাকত ফাদিলৰ বিতৰ্কৰ মাজতে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (NTA)ই সৰ্বভাৰতীয়...
Read moreDetailsগ্ৰুপ পৰ্যায়ৰ পৰা ছুপাৰ এইটলৈ ইংলেণ্ডৰ পথ সম্পূৰ্ণ মসৃণ নাছিল। স্কটলেণ্ডৰ দৰে দেশৰ সৈতে সংঘৰ্ষ কৰিবলগীয়া হৈছিল। আনহাতে দক্ষিণ আফ্ৰিকাই...
Read moreDetailsআপুনি জানেনে যে প্ৰতিদিনে মাত্ৰ কেইমিনিটমান ধ্যান (meditation)কৰিলেই আপোনাৰ জীৱনটো যাদুকৰীভাৱে সলনি হ’ব পাৰে? নিয়মীয়া ধ্যান কৰিলে বহু উপকাৰ পোৱা...
Read moreDetailsহলিউডৰ কিংবদন্তি অভিনেতা ড’নাল্ড ছাদাৰলেণ্ডৰ দেহাৱসান ঘটিছে। বৃহস্পতিবাৰে আমেৰিকাৰ মিয়ামীত তেওঁৰ পৰলোকপ্ৰাপ্তি হয়। মৃত্যুৰ সময়ত অভিনেতাজনৰ বয়স আছিল ৮৮ বছৰ।...
Read moreDetailsলোকসভা নিৰ্বাচনৰ পূৰ্বেই মোডী চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ বাবে ৪ শতাংশ ডিয়াৰনেছ এলাৱেন্স (ডি এ) বৃদ্ধিৰ অনুমোদন জনাইছে। কেন্দ্ৰৰ এই ঘোষণাত...
Read moreDetailsচলিত মাহৰ ২৪ তাৰিখৰ পৰা অনুষ্ঠিত হ’ব লোকসভাৰ বিশেষ অধিৱেশন। সদন ৩ জুলাইলৈকে চলিব। ইয়াৰ পূৰ্বে এইবাৰ বিজেপিৰ টিকটত জয়ী...
Read moreDetails২১ জুন বিশ্ব যোগ দিৱস। যোগ হৈছে ভাৰতৰ পৰাই উৎপত্তি হোৱা এক প্ৰাচীন শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক অনুশীলন। সংস্কৃত ভাষাত...
Read moreDetailsআশা কৰা মতেই ভাৰতে আফগানিস্তানক পৰাস্ত কৰি ছুপাৰ এইট অভিযান আৰম্ভ কৰিলে। স্ক’ৰব’ৰ্ডত ডাঙৰ ৰান নথকাৰ পাছতো ৰোহিত বাহিনীয়ে মূলতঃ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd