উত্তৰ-পূব

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

বিশ্বৰ আটাইতকৈ লেতেৰা ব্যক্তি? এনেধৰণৰ খিতাপ পোৱা বা দিয়াৰ কোনো খৱৰ শুনা নাযায়। কিন্তু এইবাৰ এনেকুৱা এজন আজৱ ব্যক্তিৰেই সন্ধান...

Read moreDetails

গাব্বাত ছিৰাজৰ দমনীয় বলিং! ১৭ বছৰ পুৰণি অভিলেখ স্পৰ্শ

অষ্ট্ৰেলিয়াত আঘাত জৰ্জৰিত ভাৰতীয় শিৱিৰত প্ৰাণৰ সঞ্চাৰ কৰা ভাৰতীয় বলিঙক নেতৃত্ব দি মহম্মদ ছিৰাজে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে। মাত্ৰ দুখন...

Read moreDetails

অসমৰ মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালেই ভোটাৰৰ প্ৰথম পছন্দ: সমীক্ষা

বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে ভোটাৰৰ প্ৰথম পছন্দ। আইএএনএছ-চি-ভোটাৰৰ সমীক্ষাত এইকথা প্ৰকাশ পাইছে। সমীক্ষা অনুসৰি...

Read moreDetails

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

তেজপুৰত বিগত দুই দশক ধৰি বিধায়কৰ আসনত বহি আছে বৃন্দাবন গোস্বামী। কিন্তু তেওঁৰ দিনত তেজপুৰৰ আশানুৰূপ উন্নয়ন হোৱা নাই বুলি...

Read moreDetails

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে উইমেন পুলিচ বিগ্ৰেড সৃষ্টি কৰিব বুলি সংবাদমেলত জনাইছে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী...

Read moreDetails

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

লাডাখৰ ভাৰত-চীন সৈন্যই মুখামুখি সংঘৰ্ষত লিপ্ত থকাৰ সময়তে চীনে ভাৰতৰ পূৱ প্ৰান্তৰ ৰাজ্য অৰুণাচল প্ৰদেশত চীনা গাঁও নিৰ্মাণ কৰিলে। ৰাষ্ট্ৰীয়...

Read moreDetails

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে মাৰ্ঘেৰিটা মহকুমাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বিৰুদ্ধে ১৪৪ ধাৰাৰ জৰিয়তে নিশেধাজ্ঞা আৰোপ কৰাৰ পাছতো মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন...

Read moreDetails

ধলাত বিষাক্ত মৰাশ ভক্ষণ কৰি ২৩ টাকৈ দুস্প্ৰাপ্য প্ৰজাতিৰ শগুণৰ মৃত্যু; ১২ টাৰ অৱস্থা সংকটজনক

তিনিচুকীয়া জিলাৰ ধলাৰ তালাব ৰেঞ্জত গৰুৰ দুটাকৈ বিষাক্ত মৰাশ ভক্ষণ কৰি মৃত্যু মুখত পৰিছে দুস্প্ৰাপ্য প্ৰজাতিৰ ২৩ টাকৈ শগুণ। কালি...

Read moreDetails

“মানুহে বিচাৰ কৰক আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু”; ড০ হীৰেন গোহাঁই

‘মানুহে বিচাৰ কৰক আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু।‘ আঞ্চলিক গণ মৰ্চাৰ ৰাজনৈতিক অভিৱৰ্তনত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে...

Read moreDetails

উত্তাল পাকিস্তান : মোদীসহ অন্য ৰাষ্ট্ৰৰ নেতাৰ ফ’টো লৈ সিন্ধু প্ৰদেশত স্বাধীনতাৰ দাবী বিক্ষোভকাৰীৰ

স্বাধীনতাৰ দাবীত উত্তাল হৈছে পাকিস্তানৰ সিন্ধুপ্ৰদেশ। বিগত কিছুদিনৰ পৰা প্ৰদেশখনৰ বিভিন্ন অংশত পাকিস্তানৰ পৰা বিচ্ছিন্ন হৈ স্বাধীন ৰাষ্ট্ৰ গঠনৰ দাবীত...

Read moreDetails
Page 2604 of 6176 1 … 2,603 2,604 2,605 … 6,176

Stay Connected

Recent News