উত্তৰ-পূব

অগ্নিত ভস্ম হ’ল বাংলাদেশৰ ৰোহিংগিয়া শৰণাৰ্থী শিৱিৰৰ ৫০০-ৰ অধিক বাসগৃহ

বাংলাদেশৰ নয়াপাৰাত থকা ৩০০০-ৰ অধিক ৰোহিংগিয়া শৰণাৰ্থীয়ে বসবাস কৰা এটা শিৱিৰত অগ্নিকাণ্ডই বিস্তৰ ক্ষতি সাধন কৰিছে। অগ্নিকাণ্ডৰ ফলত শৰণাৰ্থী শিৱিৰটোত...

Read moreDetails

কাইলৈৰ পৰা মৰিগাঁও জিলাত কৰোনা ভাইৰাছৰ টিকাকৰণ

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসম তথা মৰিগাঁও জিলাতো শনিবাৰ অৰ্থাৎ ১৬ জানুৱাৰীত   কৰোনা ভাইৰাছৰ টিকাকৰণ অভিযান আৰম্ভ হব । কোভিড-১৯ নামৰ...

Read moreDetails

সৰ্ববৃহৎ ক্ষেপনাস্ত্ৰৰে পুনৰ শক্তি প্ৰদৰ্শন উত্তৰ কোৰিয়াৰ শাসক কিম জঙৰ

সৰ্ববৃহৎ ক্ষেপনাস্ত্ৰ  প্ৰদৰ্শনেৰে পুনৰ উত্তৰ কোৰিয়াৰ শাসক কিম জং আনে বিশ্ববাসীক জনাই দিলে নিজৰ শক্তিৰ কথা। উত্তৰ কোৰিয়াৰ ৰাজধানী পিয়ানজিয়াঙৰ...

Read moreDetails

চৈয়দ মুস্তাক আলী টি-২০ প্ৰতিযোগিতাত মুম্বাইৰ হৈ অভিষেক অৰ্জুন টেণ্ডুলকাৰৰ

মুম্বাই ছিনিয়ৰ দলৰ হৈ আজি প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটে বিশ্বশ্ৰেষ্ঠ বেটছমেন শচীন টেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰৰ। আজি হাৰিয়ানাৰ বিৰুদ্ধে...

Read moreDetails

মাঘৰ পহিলা দিনটোত যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ সমাগম

পহিলা মাঘত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা মাধৱদেৱ প্ৰতিষ্ঠিত যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সমবেত হৈছে  ভক্ত । হাতে হাতে...

Read moreDetails

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ৫,০০,১০০ টকাৰ বৰঙণি

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শুকুৰবাৰে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৫,০০,১০০ টকা বৰঙণি হিচাপে আগবঢ়ায়। ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ এটা...

Read moreDetails

শান্তি-সম্প্ৰীতিৰ বাৰ্তাৰে সহস্ৰাধিক লোকৰ সমাগমেৰে হাজোত মণিকূট উৎসৱ-সমন্বয় শোভাযাত্ৰা

শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা লৈ প্ৰতিবছৰৰ দৰে চলিত বৰ্ষতো পহিলা মাঘত তীৰ্থ নগৰী হাজোত আছুৰ উদ্যোগত সমন্বয় শোভাযাত্ৰা উলিওৱা হয়।...

Read moreDetails

মাৰ্ঘেৰিটাত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে ভাৰতীয় সেনা বাহিনীৰ ‘সেনা দিৱস’ উদযাপন

ভাৰতীয় সেনা দিৱস উপলক্ষে আজি মাৰ্ঘেৰিটা সেনা ছাউনীৰ উদ্যোগত মাৰ্ঘেৰিটা ছেইণ্ট মেৰিজ স্কুল প্ৰাংগনত সেনা দিৱস উদযাপন কৰা হয়। এই...

Read moreDetails

বিশ্বনাথত বনৰীয়া ম’হৰ আক্ৰমণত পুনৰ এগৰাকী লোকৰ মৃত্যু; অৱশেষত বন বিভাগে গুলিয়াই হত্যা কৰিলে দুৰ্ধৰ্ষ ম’হটো

কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা এটা বনৰীয়া গোনা ম’হে বিশ্বনাথ চাৰিআলিত দুদিনত দুজনকৈ লোকক হত্যা কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে।...

Read moreDetails

২১ জানুৱাৰিৰ পৰা বোকাখাতত তিনিদিনীয়া কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় মেলা

অহা ২১, ২২ আৰু ২৩ জানুৱাৰিত তিনিদিনীয়া কাৰ্যসূচীৰে বােকাখাতত অনুষ্ঠিত হ'ব কৃষি আৰু উদ্যান শস্যৰ এক ৰাষ্ট্ৰীয় মেলা। ৫৯৬ সংখ্যাক তিনিদিনীয়া...

Read moreDetails
Page 2614 of 6176 1 … 2,613 2,614 2,615 … 6,176

Stay Connected

Recent News