উত্তৰ-পূব

বছৰৰ পহিলা দিনটোতে বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য

বছৰৰ প্ৰথম দিনটোতে সাধাৰণ জনতাৰ বাবে বেয়া খবৰ। ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনে পহিলা জানুৱাৰিৰ পৰা কাৰ্যকৰী হোৱাকে প্ৰতিটো বাণিজ্যিক গেছ চিলিণ্ডাৰৰ...

Read moreDetails

কোহলী-স্মিথ শ্রেষ্ঠ, তেওঁলোকক অতিক্ৰম কৰাত আচৰিত হৈছো : উইলিয়ামছন

অষ্ট্ৰেলিয়াৰ বেটছমেন ষ্টিভ স্মিথ আৰু ভাৰতীয় অধিনায়ক বিৰাট কোহলীক অতিক্ৰম কৰি টেষ্ট ৰেংকিঙৰ শীৰ্ষস্থানত অধিষ্ঠিত হোৱাত আশ্বৰ্য প্ৰকাশ কৰিছে নিউজিলেণ্ডৰ...

Read moreDetails

আজিৰে পৰা এই স্মাৰ্টফোনত পোৱা নাযাব WhatsApp ছাপোৰ্ট; বন্ধ হৈ যাব পাৰে সেৱা!

আজি অৰ্থাৎ ১জানুৱাৰি, ২০২১ৰ পৰা কিছুমান স্মাৰ্টফোনত WhatsApp ছাপোৰ্ট বন্ধ হৈ যাব। এই কথা পূৰ্বেই ঘোষণা কৰা হৈছে যদিও আজিৰ...

Read moreDetails

‘MSP’ সুনিশ্চিত কৰিব নোৱাৰিলে ৰাজনীতিৰ পৰা অৱসৰ ল’ব বিজেপিৰ এইগৰাকী মুখ্য মন্ত্ৰীয়ে

যদিহে কৃষকসকলক নূন্যতম সমৰ্থন মূল্য (এম এছ পি)ৰ গেৰাণ্টি সুনিশ্চিত কৰিব নোৱাৰে তেন্তে ৰাজনীতিৰ পৰা অৱসৰ ল’ব হাৰিয়ানাৰ মুখ্য মন্ত্ৰী...

Read moreDetails

ফাইজাৰৰ কৰ’না ভেকচিনে লাভ কৰিলে WHOৰ অনুমোদন; জৰুৰী ভিত্তিত হ’ব ব্যৱহাৰ

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ অনুমোদন লাভ কৰিলে ফাইজাৰ আৰু বায়’এনটেকৰ কৰ’না ভেকচিনে। জৰুৰী অৱস্থাত ব্যৱহাৰৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই বৃহস্পতিবাৰে...

Read moreDetails

গুৱাহাটীত হেৰ’ইনসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক

মহানগৰ আৰক্ষীয়ে গুৱাহাটী গড়চুকৰ পৰা এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক হেৰ’ইনসহ আটক কৰিছে। এটা বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতে...

Read moreDetails

১জানুৱাৰিক নতুন বছৰৰ প্ৰথম দিন হিচাপে কিয় ধৰা হয়? ইতিহাসে কি কয়?

আৰম্ভ হ’ল আৰু এটা নতুন বছৰ।সলনি হৈ পৰিল কেলেণ্ডাৰ।সমগ্ৰ বিশ্বতে ১জানুৱাৰিৰ দিনটো নতুন বছৰৰ প্ৰথম দিন হিচাপে ধৰা হয়। দৰাচলতে...

Read moreDetails

২০২০ বৰ্ষত গঁড় হত্যা নিয়ন্ত্ৰনত পূৰ্বতকৈ সফল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ

২০২০ বৰ্ষই সমগ্ৰ বিশ্ববাসীৰ বাবে বিপৰ্যই কঢ়িয়াই আনিলেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে কঢ়িয়াই আনিছিল কিছু ইতিবাচক চিন্তা। কিছু সম্ভাৱনা। কেতবোৰ...

Read moreDetails

এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি: মুকেশ আম্বানিক চেৰ পেলাই শীৰ্ষত এইগৰাকী জল সম্ৰাট

মুকেশ আম্বানি আৰু জেক মা’ক চেৰ পেলাই এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিৰ স্থানত এইবাৰ চীনৰ ঝং স্যানস্যান। কেবল ২০২০ বৰ্ষতেই ব্যৱসায়ীগৰাকীৰ...

Read moreDetails

গুৱাহাটী গ্রন্থমেলাত ‘বিবাহ পদ্ধতি আৰু বিয়ানাম’ শীৰ্ষক গ্ৰন্থ উন্মোচন

গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা আয়োজিত ৩৩তম গুৱাহাটী গ্ৰন্থমেলাত বৃহস্পতিবাৰে অসমীয়া সংস্কৃতিৰ অপৰিহাৰ্য অংশ বিয়ানামৰ...

Read moreDetails
Page 2659 of 6176 1 … 2,658 2,659 2,660 … 6,176

Stay Connected

Recent News