নগাঁও আৰক্ষীক অস্তিত্বহীন কৰি তুলি চহৰ খনত চোৰৰ দলে ইটোৰ পাছত সিটোকৈ চুৰি কাৰ্য সংঘটিত কৰি গৈছে। ফলত চোৰৰ উপদ্ৰপৰ...
Read moreDetailsযিটো সময়ত সাম্প্ৰদায়িক অসূয়া-অপ্ৰীতিয়ে গা কৰি উঠিছে তেনে সময়তে সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে এগৰাকী উদাৰমনা মুছলমান ব্যক্তিয়ে।...
Read moreDetailsএতিয়াৰে পৰা যিসকল গ্ৰাহকৰ ভাৰতীয় ডাক বিভাগত ছেভিংছ একাউণ্ট আছে তেওঁলোকে তেওঁলোকৰ একাউণ্টত নূন্যতম ৫০০ টকা জমা ৰাখিব লাগিব। একাউণ্টত...
Read moreDetailsনৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ ওপৰত মুঠেও আস্থা নোহোৱা হৈ পৰিছে দিল্লীত প্ৰতিবাদ অব্যাহত ৰখা কৃষকসকলৰ। সেয়ে চৰকাৰলৈ আশা নকৰি...
Read moreDetailsগুৱাহাটী মহানগৰীৰ সমীপৰ চন্দ্ৰপুৰ পানবাৰীৰ কুৰকুৰীয়াত ৰে’লৰ খুন্দাত এটা বনৰীয়া হাতীৰ মৃত্যু হোৱাত স্থানীয় লোক সকলে শোক ব্যক্ত কৰে। বনাঞ্চলৰ...
Read moreDetailsবলীউডৰ প্ৰখ্যাত কৰিঅ’গ্ৰাফাৰ তথা ছবি নিৰ্মাতা ৰেম’ ডিছুজা হৃদৰোগত আক্ৰান্ত হৈছে। শুকুৰবাৰে বিয়লি প্ৰখ্যাত কৰিঅ’গ্ৰাফাৰগৰাকী হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছতে তেওঁক...
Read moreDetailsবিগত ২৪ ঘণ্টাত ছিকিমত এগৰাকী কোভিড আক্ৰান্ত ব্যক্তিৰ মৃত্যু হয়। নতুনকৈ মৃত্যু হোৱা ব্যক্তি গৰাকীৰ সৈতে ছিকিমত কোভিডৰ সংক্ৰমণৰ ফলত...
Read moreDetailsনাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে কলিয়াবৰ তিনিআলিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিয়ে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।...
Read moreDetails২০১৯ বৰ্ষৰ কা আন্দোলনৰ প্ৰথম শ্বহীদ ৰাজেন বৰুৱাৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকী। টীয়কৰ বনাইত প্ৰয়াত ৰাজেন বৰুৱাৰ গৃহত আজি আছুৰ...
Read moreDetailsশিৱসাগৰত আজিৰৰ পৰা পুনৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন আৰম্ভ হৈছে। ‘কা’ বাতিলৰ দাবীত আজি হাজাৰ হাজাৰ লোক শিৱসাগৰৰ ৰাজপথলৈ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd