মণিপুৰত শুকুৰবাৰে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত নতুনকৈ পাঁচগৰাকী লোকৰ মৃত্যু হয়। ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’নাৰ সংক্ৰমণৰ বাবে মৃত্যু হোৱা লোকৰ...
Read moreDetailsৰাজ্যত ক্ৰিকেটৰ বিকাশৰ বাবে ইতিবাচক পৰিৱেশ ৰচনাৰ লক্ষ্যৰে অসম ক্ৰিকেট সন্থাই চলিত বৰ্ষৰ পৰা আৰম্ভ কৰা এ চি এ বাৰ্ষিক...
Read moreDetailsঅসমৰ লোক তথা যানবাহন মেঘালয়ত প্ৰৱেশত বাধা আৰোপ কৰা মেঘালয় চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আছু, কৃষক মুক্তি,...
Read moreDetailsপাৰফেক্ট! সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশ পৰীক্ষাত(NEET) মুঠ ৭২০ নম্বৰৰ ভিতৰত ৭২০ নম্বৰেই লাভ কৰি নতুন ইতিহাস গঢ়িলে দুগৰাকী কৃতিমান শিক্ষাৰ্থীয়ে। শিক্ষাৰ্থী...
Read moreDetailsউচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত প্ৰকাশ পোৱা NRCৰ ওপৰত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ দায়বদ্ধতা থকা উচিত। এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম বিধানসভাৰ...
Read moreDetails৭৬৭গৰাকী ব্যক্তি শুকুৰবাৰে অসমত ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ৯৩১গৰাকীয়ে আৰোগ্য লাভ কৰিছে। ৩৪,৭১৪টা টেষ্টত এইসকলক ক’ভিড পজিটিভ পোৱা গৈছে।...
Read moreDetailsআৰু দহগৰাকী ক’ভিড ৰোগীয়ে অসমত শুকুৰবাৰে প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৮৫৩লৈ বৃদ্ধি পাইছে। অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত...
Read moreDetails‘‘কেতবোৰ বিশেষ কিছুমান সংবাদ মাধ্যমে কালি গুৱাহাটীৰ নিকটৱৰ্তী সোণাপুৰত জব্দ হোৱা সুৰাৰ ট্ৰাকৰ তথা কাৰখানাৰ সৈতে কোনো কাৰণ নোহোৱাকৈ মোৰ...
Read moreDetailsমাৰ্ঘেৰিটাত জোঁৱায়েকে শহুৰেকক হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত বাতৰি অনুসৰি, বৃহস্পতিবাৰে নিশা মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত...
Read moreDetailsৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি কৰা এছ আই পৰীক্ষা কেলেংকাৰীৰ সৈতে জড়িত বৰপেটা চহৰৰ গান্ধীনগৰৰ দেৱৰাজ দাসৰ বাসগৃহত বিগত ১০ অক্টোবৰৰ পুৱতি...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd