উত্তৰ-পূব

আচৰিত কাণ্ড! লাউডস্পীকাৰৰ সহায়ত ধৰিছে পৰিভ্ৰমী চৰাই; বন বিভাগৰ অভিযানত জব্দ চৰাই আৰু লাউডস্পীকাৰ

নগাৱঁৰ জুৰীয়াৰ পৰা আজি বন বিভাগে দুষ্টচক্ৰই কৌশলেৰে ধৰি সজাত বন্দী কৰি থোৱা অৱস্থাত ১৬টা বনৰীয়া চৰাই উদ্ধাৰ কৰে। এটা...

Read moreDetails

টীয়কত সাঁচি গছ চোৰক ৰাইজৰ উত্তম-মধ্যম; ৫জন আটক

দীৰ্ঘদিন ধৰি যোৰহাট জিলাৰ টীয়কৰ জগদুৱাৰ অঞ্চলত সাঁচি গছ চুৰি কাৰ্যৰে জড়িত পাঁচজন চোৰক সোমবাৰে নিশা ৰাইজে হাতেলোটে ধৰি উত্তম-মধ্যম...

Read moreDetails

৬ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে শ্বিলঙত ‘নৰ্থ-ইষ্ট ফুড শ্ব’-২০১৯’

মেক্সিকো, কোষ্টাৰিকা, জাপান, আৰ্জেণ্টিনা, চিলি, বাংলাদেশ আদি দেশৰ প্ৰদৰ্শনীৰে ডিচেম্বৰৰ ৬ তাৰিখৰ পৰা মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ’ব ‘নৰ্থ-ইষ্ট ফুড...

Read moreDetails

অনুশীলন থলীতে ঢলি পৰি মৃত্যুক সাৱটিলে দললৈ প্রথম নির্বাচিত হোৱা ক্ৰিকেটাৰে

ত্ৰিপুৰাৰ উদীয়মান ক্ৰিকেটাৰ মিথন দেৱবাৰ্মাই মঙলবাৰে আবেলি বীৰ বিক্ৰম ষ্টেডিয়ামত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি ল’বলগীয়া হোৱা ঘটনাই ত্ৰিপুৰাৰ ক্ৰীড়াজগতত...

Read moreDetails

গোৱালপাৰাত ম’ৰেল পুলিচিঙৰ ঘটনা; যুৱক-যুৱতীক উলংগ কৰি মাৰপিটৰ দৃশ্য ৰেকৰ্ডিং কৰি WhatsAppত ভাইৰেল

গোৱালপাৰা জিলাৰৰ অসম-মেঘালয় সীমান্তত সংঘটিত হোৱা এক জঘন্য ম’ৰেল পুলিচিঙৰ ঘটনাই সভ্য সমাজক লজ্জানত কৰিছে। অসম-মেঘালয় সীমান্তত একাংশ উন্মত্ত লোকে...

Read moreDetails

ডিমা হাচাওত নিচাযুক্ত টেবলটৰ সৈতে ৫ জন যুৱকক আটক 

ডিমা হাচাও জিলাৰ মাহুৰ ৰেলৱে ষ্টেশ্যনৰ সমীপত সোমবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি মাহুৰ আৰক্ষীয়ে নিচাযুক্ত ব্লু টেবলেটৰ সৈতে...

Read moreDetails

তেজেৰে চিঠি লিখি কৰা প্ৰতিবাদৰ ধৰণটো ভুল বুলি স্বীকাৰ কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

সততে অভিনৱ ধৰণে প্ৰতিবাদ কৰি অহা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি বিধানসভাৰ চৌহদতে নিজৰ হাত কাটি তেজেৰে চিঠি লিখাৰ পিছতে...

Read moreDetails

বাংলাদেশ প্ৰিমিয়াৰ লীগ(বি পি এল)ৰ উদ্বোধনী অনুষ্ঠানত অংশ ল’ব চলমান খান আৰু কেটৰিনা কাইফে

বলিউদৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী চলমান খান আৰু কেটৰিনা কাইফক বাংলাদেশ প্ৰিমিয়াৰ লীগ-টি২০ৰ উদ্বোধনী অনুষ্ঠানত একেলগে মঞ্চত দেখা যাব। বংগবন্ধু শ্বেইখ মুজিবুৰ...

Read moreDetails

তামুলপুৰত ‘কেব’ক সমৰ্থন জনোৱা হাগ্ৰামা মহিলাৰীক আছুৰ ক’লা পতাকা প্ৰদৰ্শন

সংসদৰ শীতকালীন অধিৱেশনত নাগৰিকত্ব বিধেয়ক গৃহিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে তৎপৰতা চলোৱাৰ লগে লগে প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য। ৰাজ্যৰ চাৰিওফালে...

Read moreDetails

প্ৰদীপ দত্ত ৰয়ক ৰাজপথত প্ৰহাৰ কৰাৰ হুংকাৰ বীৰ লাচিত সেনাৰ

নাগৰিকত্ব সংশোধনী বিধেয়কখন সমৰ্থন কৰিবলৈ গৈ বিতৰ্কিত মন্তব্য আগবঢ়াই অহা বৰাকৰ বহিষ্কৃত বিজেপি নেতা প্ৰদীপ দত্ত ৰয়ে অলপতে কৰা অসমীয়া...

Read moreDetails
Page 3957 of 6190 1 … 3,956 3,957 3,958 … 6,190

Stay Connected

Recent News