উত্তৰ-পূব

টীয়কৰ জাঁজীমুখত নিম্নমানেৰে নিৰ্মাণ কৰা পথ বন্ধ কৰিলে টিএমপিকে আৰু স্থানীয় ৰাইজে

যোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত বানাক্ৰান্ত জাঁজীমুখত মুদৈজানৰ পৰা হাতীশাল সংযোগী পথটো আজি জাঁজীমুখ টিএমপিকে লুইতপৰিয়া আঞ্চলিক সমিতিয়ে স্থানীয় ৰাইজৰ...

Read moreDetails

সততাৰ পৰিণতি! বাৰে বাৰে বদলি হৈছে এজন আই এ এছ বিষয়া; এতিয়ালৈ বদলি হ’ল ৫৩ বাৰ

নিজৰ ২৮ বছৰীয়া কাৰ্যকালত এগৰাকী ভাৰতীয় প্ৰশাসনীয় বিষয়াই ৫৩ বাৰ বদলি সন্মুখীন হ’বলগীয়া হৈছে। নিজৰ শেহতীয়া বদলিক লৈ বিষয়াগৰাকীয়ে তেওঁৰ...

Read moreDetails

“মোদীৰ ভৰি চেলেকা বাদ দি অসম কণ্ঠ হোৱা’’: অগপ বৰঘৰত কল টু এক্সন প’ষ্টাৰ

অসম গণ পৰিষদ নেতাৰ মুখত নাগৰিকত্ব বিধেয়কবিৰোধী গৰম সংলাপ এতিয়াও শুনা নগ’লেও প্ৰতিবাদৰ উত্তাপে দলটোৰ মুখ্য কাৰ্য্যালয় কোবাই গৈছে। অসম...

Read moreDetails

জি চি এফ চি ফুটবল স্কুলৰ সৰুসজাই কেন্দ্ৰ মুকলি

ৰৌতা আৰু বিশ্বনাথ চাৰিআলিৰ পাছত গুৱাহাটী চিটি এফ চি(জিচিএফচি)য়ে বৃহস্পতিবাৰে সৰুসজাইৰ নালপাৰাত থকা ইণ্টাৰনেশ্যনেল স্কুলৰ সহযোগত প্ৰাথমিক ফুটবল প্ৰশিক্ষণ কেন্দ্রটো...

Read moreDetails

চলিত বিত্তীয় বৰ্ষত উত্তৰ-পূবত ১৭২৮.০৪ কোটি টকা ব্যয় সাপেক্ষে সম্পূৰ্ণ হৈছে ৬৫২ টা প্ৰকল্প : ড’নাৰ মন্ত্ৰী

‘‘চলিত বিত্তীয় বৰ্ষত উত্তৰ-পূবত ১৭২৮.০৪ কোটি টকা ব্যয় সাপেক্ষে মুঠ ৬৫২ টা প্ৰকল্প সম্পূৰ্ণ হৈছে। ড’নাৰ মন্ত্ৰ্যালয়ে ২০১৯-২০ বিত্তীয় বৰ্ষত...

Read moreDetails

অভিনয় জীৱনৰ পৰা অৱসৰ গ্ৰহণৰ বাবে সাজু হৈছে অমিতাভ বচ্চন; কিয়নো…

বলীউদৰ সৰ্বকালৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনে ১৯৬৯ চনত “সাত হিন্দুস্তানী’ নামৰ ছবিখনেৰে বলীউদত ভুমুকি মাৰিছিল। জীৱনৰ ৫০টা সোণালী বসন্ত হিন্দী...

Read moreDetails

হাজেলাৰ বিৰুদ্ধে কিয় চি বি আইৰ কাষ চাপিলে APW?

এনআৰচিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে আজি অৰ্থাৎ বৃহস্পতিবাৰে চিবিআইত গোচৰ দিয়ে অসম পাব্লিক ৱৰ্কচ চমুকৈ APW য়ে। সংগঠনটোৰ...

Read moreDetails

অগপই দেখদেখকৈ সমৰ্থন কৰিছে নাগৰিকত্ব বিধেয়ক

অসম গণ পৰিষদৰ নাগৰিকত্ব (সংশোধনী) বিধেয়ক সন্দৰ্ভত স্থিতি কি? বিৰোধিতা কৰে? নে সমৰ্থন? অগপৰ স্থিতিত ভোটাৰসকল সম্পূৰ্ণৰূপে বিভ্ৰান্ত হৈছে, কাৰণ...

Read moreDetails

‘গছে ৰাতি অক্সিজেন উৎপন্ন কৰে’; ভাইৰেল পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰান খানৰ ভিডিঅ’

প্ৰায়ে কাশ্মীৰ প্ৰসংগত আৰু ভাৰত বিৰোধী মন্তব্যৰে বিতৰ্কৰ শীৰ্ষত থকা পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰান খানৰ শেহতীয়া এটা ভিডিঅ’ চ’ছিয়েল মিডিয়াত...

Read moreDetails

হোজাইৰ বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত ৰাতিপুৱাই উৰিল আলফা(স্বা)ৰ পতাকা; আৰক্ষীৰ তৎপৰতা

হোজাই জিলাৰ কাকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত বৃহস্পতিবাৰে ৰাতিপুৱা নিষিদ্ধ ঘোষিত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ পতাকা উদ্ধাৰ হোৱা ঘটনাক...

Read moreDetails
Page 3971 of 6190 1 … 3,970 3,971 3,972 … 6,190

Stay Connected

Recent News