উত্তৰ-পূব

ভেটী লৈ থাকোতেই আৰক্ষীৰ জালত পৰিল গোলাঘাটৰ জিলা ক্ৰীড়া বিষয়া

পুনৰ অসম আৰক্ষীৰ জালত পৰিল আন এজন দুৰ্নীতিপৰায়ণ বিষয়া। বুধবাৰে গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে গোলাঘাট জিলা ক্রীড়া...

Read moreDetails

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত সাংবাদিক ৰবিউল হক

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ সাংবাদিক তথা কৃষ্ণাই প্ৰেছ ক্লাৱৰ সভাপতি চৈয়দ ৰবিউল হকক ৰাজ্যিক সামাজিক ন্যায় আয়োগে ২০১৯ বৰ্ষৰ শ্ৰেষ্ট সমাজকৰ্মী...

Read moreDetails

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মৰি ডিফলু নদীত গুলী উদ্ধাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ ২ নং কহঁৰাত বুধবাৰে বিয়লি মৰি ডিফলু নদীৰ পৰা ৩৹৩ ৰাইফলৰ ১২ জাঁই সক্ৰিয় গুলী...

Read moreDetails

পুৰণিগুদামত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুৰ্বৃত্তৰ তাণ্ডৱ, সাধাৰণ সম্পাদকক আক্ৰমণ

নগাঁও জিলাৰ পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বিয়লি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে বিদ্যালয়খনত ৫...

Read moreDetails

আলফা (স্বাঃ)ৰ প্রতিক্রিয়া: টীয়ক চাহ বাগিচাত থলগিৰী চিকিৎসকক হত্যা

টিয়ক চাহ বাগিচাত ডাঃ দেবেন দত্তৰ নৃশংস হত্যাকাণ্ডৰ পাছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আলফা স্বাধীনে। এক প্ৰেছ বিবৃতি যোগে চাহ জনগোষ্ঠীয়...

Read moreDetails

অসম বন্ধ আহ্বান বজ্ৰং দলৰ, “কাঞ্চনজংঘা”ক লৈ চিন্তাত জুবিন ফেন

ৰাষ্ট্ৰীয় বজ্ৰং দলে সদ্যপ্ৰকাশিত এন আৰ চি বাতিলৰ দাবীত অহা ৬ ছেপ্তেম্বৰত অসম বন্ধৰ আহ্বান কৰিছে। কিন্তু, সেইদিনাই জুবিন গাৰ্গৰ...

Read moreDetails

“চৰকাৰৰ সস্তীয়া ৰাজনীতিৰ বাবে এন আৰ চিত বাদ পৰিল বহু খিলঞ্জীয়া”

অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বহু খিলঞ্জীয়াৰ নাম বাদ পৰাৰ প্ৰতিবাদত মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত বুধবাৰে জোঁৰ সমদল বাহিৰ কৰে অনুসূচিত...

Read moreDetails

অসমত অসমীয়াৰ অধিকাৰ কেতিয়াও হনন হ’ব নোৱাৰে : বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাছত সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয়...

Read moreDetails

মাৰ্ঘেৰিটাৰ মাকুমকিল্লাত মনসাপূজা চাবলৈ আহি ধৰ্ষণৰ বলি কিশোৰী, এজনক আটক

মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত মাকুমকিল্লাত মঙলবাৰে নিশা সংঘটিত এক ধৰ্ষণৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে মাকুমকিল্লাত অনুষ্ঠিত হোৱা মনসাপূজা...

Read moreDetails

অৰুণাচল প্ৰদেশত চীনা সৈন্য: গুৰুত্বপূৰ্ণ বিবৃতি জাৰি ভাৰতীয় সেনাৰ

অৰুণাচল প্ৰদেশত চীনা সৈন্যই দলং নিৰ্মাণ কৰি থকা বুলি প্ৰচাৰিত বাতৰি সন্দৰ্ভত বুধবাৰে জৰুৰী বিবৃতি জাৰি কৰিছে ভাৰতীয় সেনাই। সংবেদনশীল...

Read moreDetails
Page 4188 of 6191 1 … 4,187 4,188 4,189 … 6,191

Stay Connected

Recent News