উত্তৰ-পূব

প্ৰত্যেক ভোটাৰলৈ গুৱাহাটীত ফ্ৰী সেৱা ৰেপিদ’ৰ, বাতৰিটোত ক্লিক কৰি লওক অ’ফাৰ

ভাৰতৰ বৃহৎ বাইক টেক্সি এপ ৰেপিদ’ই সমাগত লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনা গুৱাহাটী সমষ্টিৰ ভোটাৰসকললৈ আগবঢ়াইছে বিনামূলীয়া বাইক ৰাইড। অ’ফাৰটো...

Read moreDetails

‘বিশ্বনাথ কাণ্ড’ৰ সৈতে এন এছ য়ু আইৰ সদস্য জড়িত থকাৰ প্ৰমাণ দিলে পুৰস্কৃত কৰিব কংগ্ৰেছে

‘যদি কোনো লোকে ত্ৰিনয়ন হাজৰিকা এন এছ য়ু আই (NSUI) ৰ সদস্য বুলি প্ৰমান কৰিব পাৰে, তেন্তে তেওঁক পুৰস্কৃত কৰা...

Read moreDetails

আবেলি তিনি বজালৈকে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ ৬০.৩৮ শতাংশ

আজি লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ পাঁচটা সমষ্টিত আবেলি তিনি বজালৈকে ভোটদানৰ হাৰ ৬০.৩৮ শতাংশ হৈছে। আবেলি পাঁচ বজালৈকে ভোটদান...

Read moreDetails

নতুন সিদ্ধান্ত।। এ টি এম নহ’লেও তেল পোৱাৰ ব্যৱস্থা গুৱাহাটীৰ পে’ট্ৰল পাম্পত

এ টি এমৰ জৰিয়তে লেনদেনতহে গুৱাহাটীৰ পে’ট্ৰল পাম্পত তেল দিয়াৰ সিদ্ধান্ত বাতিল হৈছে। জিলা উপায়ুক্ত আৰু তেল ডিপো মালিক সন্থাৰ...

Read moreDetails

অখিল গগৈয়ে যাকে সমৰ্থন কৰে, সিয়ে পৰাজয় বৰণ কৰে: ৰূপম গোস্বামী

"অখিল গগৈয়ে যাকে সমৰ্থন কৰে, সিয়ে পৰাজয় বৰণ কৰে। তেওঁ পেছাদাৰী আন্দোলনকাৰী।" অখিল গগৈক আক্ৰমণৰ লক্ষ্য কৰি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ...

Read moreDetails

দিনৰ ১১ বজালৈকে ৰাজ্যত ভোটদানৰ হাৰ ২৬.৩৯ শতাংশ

ৰাজ্যৰ ৫টা লোকসভা সমষ্টিত বৰ্তমান চলি থকা দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত দিনৰ ১১ বজালৈকে ২৬.৩৯ শতাংশ ভোটাৰে ভোটদান কৰিছে। উল্লেখযোগ্য যে...

Read moreDetails

হোজাইত আজমল আৰু শিলচৰত সুস্মিতা দেৱৰ ভোটাধিকাৰ সাব্যস্ত

লোকসভা নিৰ্বাচনৰ আজি দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনা ৫ টা সমষ্টিৰ ৰাইজে নিজৰ গণতন্ত অধিকাৰ সাবস্ত্য কৰিবলৈ পুৱাই ওলাই অহা...

Read moreDetails

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণক লৈ যথেষ্ট আশাবাদী কংগ্ৰেছ

আজি ৰাজ্যৰ ৫টা লোকসভা সমষ্টিত চলি থকা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণক লৈ যথেষ্ট আশাবাদী কংগ্ৰেছ দল। গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন...

Read moreDetails

এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত অংশ গ্ৰহণৰ বাবে ডোহালৈ ৰাওনা দৌৰৰাণী হিমা দাস

অসমৰ তাৰকা দৌৰবিদ হিমা দাসে আজি ডোহাত অনু্ষ্ঠিত হ'ব লগীয়া ২৩ সংখ্যক এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত অংশ গ্ৰহণৰ বাবে ৰাওনা হয়।...

Read moreDetails

বিকল ই ভি এম, ডিমা হাচাওত বিলম্ব ভোটদান প্ৰক্ৰিয়া

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকা স্বায়ত্তশাসিত জিলা সমষ্টিৰ অন্তৰ্গত ডিমা হাচাওৰ কেইবাটাও কেন্দ্ৰত আজি ই ভি এম বিকল হোৱাত...

Read moreDetails
Page 4535 of 6191 1 … 4,534 4,535 4,536 … 6,191

Stay Connected

Recent News