উত্তৰ-পূব

২ মে’ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃমহাবিদ্যালয় বাস্কেটবল প্ৰতিযোগিতা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয়সমূহৰ বাবে অহা ২-৩ মে’ত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত হ’ব আন্তঃমহাবিদ্যালয় বাস্কেটবল প্ৰতিযোগিতা। গুৱাহাটী বিশ্ববিদ্যালয় ক্ৰীড়া...

Read moreDetails

মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং নৈত যুৱকৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য

ৰাজ্যত ৰঙালী বিহুৰ আনন্দৰ মাজতে মাৰ্ঘেৰিটাত আজি এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি হয়।...

Read moreDetails

আৰক্ষীৰ চিপাহীক কৰা শোষণৰ পোষ্ট ভাইৰেল; ছ’চিয়েল মিডিয়াত তোলপাৰ

সুস্থ গণতন্ত্ৰৰ বাবে নিকা নিৰ্বাচন অনুষ্ঠিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা অসম আৰক্ষীৰ চিপাহীসকলৰ প্ৰতি চৰকাৰৰ দায়িত্বহীনতা আৰু অসন্মানৰ মনোভাব উদঙাই...

Read moreDetails

ধিঙৰ আঠগাঁও চাপৰিত খাদ্যত বিষক্ৰিয়া হৈ শিশু, মহিলাকে ধৰি ১৬ জন অসুস্থ

মঙলবাৰে নিশা ধিঙৰ আঠগাঁও চাপৰিত শিশু, মহিলাকে ধৰি প্ৰায় ১৬ জন লোক খাদ্যত বিষক্ৰিয়া হৈ চিকিৎসাধীন হ’ব লগীয়া হোৱা ঘটনাই...

Read moreDetails

মহানগৰীত ধুমুহাৰ তাণ্ডৱ : বিজেপিৰ হেলিপেডৰ কাৰ্য্যালয়, লতাশিলৰ বিহুতলীৰ মণ্ডপ তচনচ

পুৱতি নিশা মহানগৰত ধুমুহাৰ তাণ্ডৱৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ ভিন্ন অংশত ব্যাপক ক্ষতি হোৱা দেখিবলৈ পোৱা গৈছে। বহুকেইখন...

Read moreDetails

বহাগৰ দ্বিতীয় দিনটোত শিৱসাগৰ আছুৱে উদযাপন কৰিলে মুকলি বিহু

শিৱসাগৰ জিলা ছাত্ৰ সন্থা, শিৱসাগৰ মহকুমা ছাত্ৰ সন্থা আৰু শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বহাগৰ দ্বিতীয় দিনটোত নগৰৰ ঐতিহাসিক বৰ্ডিং...

Read moreDetails

এপ’ল কোম্পানিৰ আঁৰৰ মানুহ অসীম কুমাৰ শৰ্মাৰ বিয়োগত অসমৰ উদ্যোগ জগতত শোক

এসময়ত অসমীয়া উদ্যোগীৰ বাবে আদৰ্শস্বৰূপ হৈ পৰা এপ’ল (APOL- Assam Polyester Co-operative Society Limited) উদ্যোগৰ আঁৰৰ মানুহ অসীম কুমাৰ শৰ্মাৰ...

Read moreDetails

‘চিলাপথাৰ কাণ্ড’, দেশদ্ৰোহিতা-হত্যাৰ গোচৰত অভিযুক্ত প্ৰাৰ্থীকে ধৰি দ্বিতীয় পৰ্য্যায়ত মুঠ ৫০গৰাকী প্ৰাৰ্থী

কাইলৈ, অৰ্থাৎ ১৮ এপ্ৰিলত ৰাজ্যত দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত ৫টা সমষ্টিত ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ’ব ৫০ গৰাকী প্ৰাৰ্থীৰ। ইয়াৰে ৩গৰাকী মহিলা,...

Read moreDetails

তৃণমূল প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱা বাংলাদেশী অভিনেতাক “ভাৰত ত্যাগ”ৰ নিৰ্দেশ

ভাৰতৰ ছবিজগতত কাম কৰি থকা বাংলাদেশৰ অভিনেতা ফাৰদৌছ আহমেদক আজি ভাৰতৰ কৰ্তৃপক্ষই “ভাৰত ত্যাগ”ৰ নিৰ্দেশ দিয়াৰ লগতে তেওঁৰ বিজনেছ ভিজা...

Read moreDetails

নগাঁৱৰ হোটেলত উদ্ধাৰ হোৱা টকা বৈধ আছিল : প্ৰদ্যুৎ বৰদলৈ

সোমবাৰে ফ্লায়িং স্কোৱাডে অভিযান চলাই নগাঁৱৰ এখন হোটেলৰ পৰা বৃহৎ পৰিমাণৰ টকা জব্দ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁৱৰ কংগ্ৰেছ...

Read moreDetails
Page 4538 of 6191 1 … 4,537 4,538 4,539 … 6,191

Stay Connected

Recent News