উত্তৰ-পূব

কুইন ওজাৰ শিক্ষাগত অৰ্হতা : নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ অভিযোগ দাখিল

গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই বিজেপি প্ৰাৰ্থী কুইন ওজাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। জানিব পৰা মতে, হাজৰিকাই ৰিটাৰ্ণিং...

Read moreDetails

আজিৰ পৰা গুৱাহাটীত ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতা; অংশ ল’ব ১৩০০ প্ৰতিযোগীয়ে

গুৱাহাটীৰ তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত আজিৰ পৰা আৰম্ভ হ’ব ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতা। কেডেট, জুনিয়ৰ আৰু ২১ বছৰ অনূৰ্ধ্বৰ এই ৰাষ্ট্ৰীয়...

Read moreDetails

মাজুলীত ৰাজনৈতিক দলৰে বৈঠকত বহিল নিৰ্বাচনী পৰ্যবেক্ষক লালচান্দ

লখিমপুৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত উত্তৰপৰীয়া ছটা বিধানসভা সমষ্টিৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে দায়িত্ব দিয়া সাধাৰণ পৰ্যবেক্ষক সূৰ্যমণি লালচান্দে শুকুৰবাৰে মাজুলীত...

Read moreDetails

পঞ্চভূতত বিলীন হ’ল বীৰ জোৱান শ্বহীদ বিপুল বৰাৰ নশ্বৰ দেহ

পঞ্চভূতত বিলীন হ’ল ছত্তীশগড়ত নক্সালবাদীৰ আক্ৰমণত শ্বহীদ হোৱা অসমৰ বীৰ জোৱান বিপুল বৰাৰ নশ্বৰ দেহ। শিৱসাগৰৰ দিখৌমুখৰ ধনেখোৱা গাঁৱত এক...

Read moreDetails

মনোনয়ন পত্ৰ সংশোধন কৰি ‘শিক্ষাগত অৰ্হতা’ কমালে কুইন ওজাই

ৰাজ্যৰ আটাইতকৈ শিক্ষিত নাগৰিকসকলৰ বাসস্থান গুৱাহাটী সমষ্টিত প্ৰাৰ্থিত্ব আগ বঢ়োৱা বিজেপিৰ কুইন ওজাই আজি মনোনয়ন পত্ৰ সংশোধন কৰি নিজৰ শিক্ষাগত...

Read moreDetails

তেজপুৰৰ বিভিন্ন স্থানত অৰ্ধ কোটিৰো অধিক টকা জব্দ নিৰ্বাচনী পৰ্য্যৱেক্ষকৰ

অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খান্দুৰ কনভয়ৰ বাহনৰ পৰা ১.৮ কোটি টকা জব্দ কৰাৰ চাঞ্চল্যকৰ অভিযোগৰ মাজতে লোকসভা নিৰ্বাচনৰ প্ৰাক...

Read moreDetails

লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁইৰ বাহনত দুৰ্বৃত্তৰ আক্ৰমণ

চামগুৰিত এন পি পিৰ প্ৰাৰ্থী আব্দুল আজিজৰ পাছতেই এইবাৰ দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হয় লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁই। ঘটনাৰ...

Read moreDetails

ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক পৰীক্ষাত জিলিকিল অসমৰ ১৩ গৰাকী শিক্ষাৰ্থী

আজি ঘোষণা কৰা কেন্দ্ৰীয় লোকসেৱা আয়োগ (য়ু পি এছ চি) ২০১৮ৰ পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে অসমৰ ১৩ গৰাকীকৈ পৰীক্ষাৰ্থী।...

Read moreDetails

বদৰুদ্দিনৰ দৰে সাম্প্ৰদায়িক শক্তিৰ ওচৰত অসম সুৰক্ষিত নহয় : বিশ্বনাথৰ সভাত মন্ত্ৰী হিমন্ত

‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা ৫ বছৰত দেশত পৰিৱৰ্তনৰ জোঁৱাৰ উঠিছে। যাৰ বাবে দেশৰ জনতাই নৰেন্দ্ৰ মোদীকেই আকৌ এবাৰ...

Read moreDetails

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গাত ভেজাল তেজ আছে : মণিমাধৱ মহন্ত

কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বোকাখাত বিধানসভা সমষ্টিৰ গাঁও পঞ্চায়ত এলেকাত মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই আজি নিৰ্বাচনী প্ৰচাৰ চলায়। মণিমাধৱৰ লগত...

Read moreDetails
Page 4571 of 6191 1 … 4,570 4,571 4,572 … 6,191

Stay Connected

Recent News