উত্তৰ-পূব

মাৰ্ঘেৰিটাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন জোৱান

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত ২১ জানুৱাৰি সোমবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাটোত এজন জোৱানে কৰুণভাৱে মৃত্যুক আকোৱালি ল'ব...

Read moreDetails

অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে ১০ শতাংশ সংৰক্ষণ ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে ১০ শতাংশ সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী...

Read moreDetails

উত্তৰ কাছাৰ স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা আৰম্ভ; তিনিখন আসনৰ ফলাফল ঘোষণা

যোৱা ১৯ জানুৱাৰিত অনুষ্ঠিত হৈ যোৱা উত্তৰ কাছাৰ স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ ভোট গণনা আজি পুৱা ৮ বজাৰ পৰা...

Read moreDetails

আগৰতলাৰ পৰা গুৱাহাটী অভিমুখী ৩০ জন ৰহিঙিয়াক আটক অসম আৰক্ষীৰ

অসম-ত্ৰিপুৰা সীমান্তৰ পৰা সোমবাৰে অসম আৰক্ষীয়ে ৩০ জন ৰহিঙিয়া শৰণাৰ্থীক আটক কৰে। পুৰুষ, মহিলা আৰু শিশুকে ধৰি ৰহিঙিয়াৰ দলটোৱে আগৰতলাৰ...

Read moreDetails

মন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শনকাৰী প্ৰতিবাদকাৰীক থানাত আৰক্ষীৰ নিৰ্যাতন

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপি অধ্যক্ষ ৰঞ্জিত দাসৰ পাছত এইবাৰ ক'লা পতাকাৰ সন্মুখীন হ'ল নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে নানা যুক্তি...

Read moreDetails

জেৰাৰ নামত অভিযুক্তক নিৰ্যাতন : আৰক্ষীক কাৰণ দৰ্শোৱাৰ জাননী আদালতৰ

ধন লুটৰ ঘটনাত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা এজন যুৱকক আদালতৰ পৰা আৰক্ষীৰ জিম্মাত লৈ নগাঁও টাউন আৰক্ষীয়ে অকথ্য নিৰ্যাতন...

Read moreDetails

বিধেয়কৰ বিৰুদ্ধে চলি থকা আন্দোলন গুৰুত্বহীন : সোণোৱাল

‘‘নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত যি ধাৰাবাহিক আন্দোলন চলি  আছে, সেয়া গুৰুত্বহীন। কিয়নো অসমৰ ৰাইজে আমাৰ চৰকাৰ বনাইছে আৰু  আমি...

Read moreDetails

বিধেয়ক বাতিলৰ দাবীত শিৱসাগৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশাল জোঁৰ সমদল

হিন্দু বাংলাদেশীক অসমত নাগৰিকত্ব প্ৰদানৰ বিৰোধিতাত ৰাজ্যত এতিয়াও চলি আছে প্ৰতিবাদ। সোমবাৰে সন্ধিয়া শিৱসাগৰত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতা কৰি...

Read moreDetails

স্বৰ্ণ শিল্পী উৎপল বণিয়ালৈ ২০১৯’ বৰ্ষৰ “ইণ্ডিয়ান এচিভাৰ্ছ এৱা‌ৰ্ড”ৰ সন্মান

মুম্বাই, কলিকতা, চীনত নিৰ্মিত নকল অসমীয়া গহনাৰ আগ্ৰাসন, স্বৰ্ণ উদ্যোগত কেঁচা সোণৰ গহনা নামেৰে বৃহৎ পুঁজিপতিৰ বিনিয়োগ আদি বহু কাৰকে...

Read moreDetails

দুৰ্ঘটনাত যুৱকৰ মৃত্যু : পিতৃৰ মুখ দেখাৰ পূৰ্বেই পিতৃহাৰা হ’ল কন্যা

সোমবাৰে নিশা ৯.৩০ মান বজাত শিৱসাগৰত সংঘটিত এক পথ দুৰ্ঘটনাই সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পেলাইছে। শিৱসাগৰ নগৰৰ সমীপৰ কুকুৰাপহীয়া অঞ্চলত...

Read moreDetails
Page 4773 of 6192 1 … 4,772 4,773 4,774 … 6,192

Stay Connected

Recent News