উত্তৰ-পূব

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল বৰপেটা যুৱ কংগ্ৰেছৰ

প্ৰৱীণ বিজেপি নেতা তথা অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দিছে বৰপেটা যুৱ...

Read moreDetails

হিমন্ত বিশ্বক ক্ষুৰধাৰ সমালোচনা প্ৰাক্তন সতীৰ্থ প্ৰদ্যুৎ বৰদলৈৰ

শুকুৰবাৰে কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈৰ ক্ষুৰধাৰ সমালোচনাৰ মুখত পৰে প্ৰাক্তন সতীৰ্থ তথা নাগৰিকত্ব বিধেয়ক প্ৰসংগত বিভিন্ন মন্তব্যৰে বিতৰ্কৰ সূচনা কৰি...

Read moreDetails

অৰুণাচলত ৰণ-কৌশলগতভাৱে গুৰুত্বপূৰ্ণ দলং উন্মোচন প্ৰতিৰক্ষা মন্ত্ৰীৰ

অৰুণাচলত আন্তৰ্গাঁথনি উন্নয়ন কৰাক লৈ চুবুৰীয়া ৰাষ্ট্ৰ চীনে ইয়াৰ বিৰুদ্ধে সোচ্চাৰ হৈ অহাৰ সময়তেই মোডীৰ নেতৃত্বাধীন এনডিএ কেন্দ্ৰীয় চৰকাৰে চীন...

Read moreDetails

আদিবাসী জাতীয় মহাসভাৰ ১২ ঘন্টীয়া অসম বন্ধ : বিশ্বনাথত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

জনজাতিকৰণৰ নামত কেন্দ্ৰৰ ভেল্কিবাজীৰ অভিযোগ উত্থাপন কৰি ক্ষুব্ধ আদিবাসী জাতীয় মহাসভাই আহ্বান জনোৱা আজি ১২ ঘন্টীয়া অসম বন্ধত বিশ্বনাথ জিলাত...

Read moreDetails

নিচাজাতীয় দ্ৰব্য মিহলাই অচেতন কৰি ধৰ্ষণ যুৱতীক : ধৰ্ষিতাক এৰি পলায়ন যুৱকৰ

পুনৰ গুৱাহাটীৰ পল্টনবজাৰত সংঘটিত হৈছে এক জঘন্য ধৰ্ষণৰ ঘটনা। পল্টন বজাৰৰ হোটেল চানচিটীত নলবাৰীৰ এগৰাকী ২২ বছৰীয়া যুৱতীক দুজন যুৱকে...

Read moreDetails

গুৱাহাটীৰ বৰ্ষাপাৰাত ৪ মাৰ্চৰ পৰা আৰম্ভ হ’ব ভাৰত-ইংলেণ্ড মহিলা ক্ৰিকেট টী-২০ ছিৰিজ

আগন্তুক ইংলেণ্ড মহিলা ক্ৰিকেট দলৰ ভাৰত ভ্ৰমণত আলহী দলটোৱে ঘৰুৱা দলটোৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া আৰু টী-২০ ছিৰিজত অংশ ল’ব।...

Read moreDetails

বিজেপি চৰকাৰে অসমৰ খিলঞ্জীয়াক নিঃশেষ কৰাৰ চেষ্টা চলাইছে : আছু

হিন্দু বাংলাদেশীক পুনৰ সংস্থাপন দিবলৈ গৈ বিজেপি চৰকাৰে অসমীয়া জাতিক নিঃশেষ কৰাৰ পৰিকল্পনা কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আছু...

Read moreDetails

কাজিৰঙাৰ হাতীখুলিত গঁড়ৰ আক্ৰমণত এজনৰ মৃত্যু : ক্ষতিপূৰণৰ দাবীত ৰাইজৰ পথ অৱৰোধ

কাজিৰঙাৰ হাতীখুলি চাহ বাগিছাত আজি পুৱা প্ৰাতঃকৃত্য কৰিবলৈ যোৱা এজন লোকক গঁড়ে আক্ৰমণ কৰাৰ ফলত লোকজনৰ থিতাতে মৃত্যু হয় ৷...

Read moreDetails

আজি ১২ ঘন্টীয়া গোলাঘাট জিলা বন্ধ : টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থকৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ লগতে চাৰিগৰাকী ছাত্ৰ নেতাৰ মুক্তিৰ দাবীত গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্র...

Read moreDetails

অগপৰে মিত্ৰতা প্ৰসংগ: ৰাম মাধৱৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

অগপ-বিজেপিৰ মিত্ৰতাক লৈ চলি থকা চৰ্চাৰ মাজতে এই প্ৰসংগটোত শেহতীয়াকৈ দুয়োটা দলৰে স্থিতি স্পষ্ট নোহোৱাত অসমৰ জনসাধাৰণ বিভ্ৰান্ত হৈ পৰিছে।...

Read moreDetails
Page 4786 of 6192 1 … 4,785 4,786 4,787 … 6,192

Stay Connected

Recent News