উত্তৰ-পূব

মিচিং স্বায়ত্ত পৰিষদৰ নিৰ্বাচন : জোনাইত মনোনয়ন প্ৰত্যাহাৰৰ হুমকিৰে নিৰ্দলীয় প্ৰাৰ্থীৰ ঘৰত আক্ৰমণ শাসকীয় দলৰ

অহা ২১ জানুৱাৰিত অনুষ্ঠিত হ’ব লগীয়া মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিৰ্বাচনী হিংসাত লিপ্ত হোৱাৰ অভিযোগ উঠিছে শাসকীয় দল...

Read moreDetails

অনশন ভংগৰ পিছতে বিজেপিক অসমৰ ৰাজনীতিৰ পৰা উভালি পেলোৱাৰ হুংকাৰ অখিল গগৈৰ

জাতীৰ স্বাৰ্থত মাঘ বিহুৰ উৰুকাৰ ভোজ এৰি অনশনত বহা ৭০ সংগঠনৰ প্ৰতিনিধিয়ে আজি বিয়লি দুই বজাত অনশন ভংগ কৰে। বিশিষ্ট...

Read moreDetails

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাত মেঘালয়, মণিপুৰ, ত্ৰিপুৰাতো অসমৰ দৰে পৰিস্থিতি

বিজেপি শাসিত অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনে অগ্নিগৰ্ভ পৰিস্থিতি সৃষ্টি কৰাৰ দৰে মণিপুৰতো একেই আলোড়ন দেখা গৈছে। উত্তৰ-পূবৰ বিজেপি...

Read moreDetails

মেজিৰ জুইক সাক্ষী কৰি নাগৰিকত্ব বিধেয়ক আনিব খোজাসকলৰ নাম নুমাবলৈ অভিশাপ

ৰাজ্যৰ চৌদিশে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ চলি থকাৰ মাজতে আজি শিৱসাগৰবাসীয়েও মেজিৰ আনন্দৰ লগতে নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে...

Read moreDetails

বিহুৰ দিনটোতো একেখন পুৰণি ৰেকৰ্ড বজালে সোণোৱালে, “জাতিটো শংকিত হ’ব নালাগে”

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা অসমৰ জনগণৰ পৰা পলাই ফুৰিবলৈ মুখ্য মন্ত্ৰীয়ে ন ন কৌশল লৈছে যদিও প্ৰতিবাদকাৰীয়ে চেষ্টা এৰা...

Read moreDetails

উৰুকাৰ নিশা শিলচৰৰ হোটেলত যুৱতীক নিচাজাতীয় বস্তু খুৱাই ধৰ্ষণ দুজন লম্পট যুৱকৰ

যোৱা উৰুকাৰ ৰাতি শিলচৰত দুজন দুৰ্বৃত্তই এগৰাকী যুৱতীক হোটেলৰ কোঠাত আবদ্ধ কৰি ধৰ্ষণ কৰা ঘটনা এটা পোহৰলৈ আহিছে। আৰক্ষীয়ে জনোৱা...

Read moreDetails

বিধেয়ক বাতিল নোহোৱালৈকে কাকজান মহাবিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ বিজেপি নেতা-পালিনেতাৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ছাত্ৰ সমাজে প্ৰতিবাদ তীব্ৰতৰ কৰাৰ সময়তে এই জাতিদ্ৰোহী বিধেয়ক বাতিল নকৰা পৰ্যন্ত কাকজান মহাবিদ্যালয়ত বিজেপি...

Read moreDetails

অসম চুক্তিৰ এজন স্বাক্ষৰকাৰী বিৰাজ কুমাৰ শৰ্মাৰ পৰলোক

প্ৰাক্তন অগপ মন্ত্ৰী তথা অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী বিৰাজ কুমাৰ শৰ্মাৰ আজি অসুস্থতাজনিত কাৰণত পৰলোক হয়। যকৃতৰ ৰোগত ভুগি থকা...

Read moreDetails

জাতীয় উৎসৱৰ প্ৰতি শ্ৰদ্ধা : গোৱালপাৰাত ধুতি-গামোচা পৰিধানেৰে তেল যোগান ধৰিছে তেল ডিপোৰ কৰ্মচাৰীয়ে

মাঘ বিহু উদযাপনক লৈ ব্যস্ত হৈ আছে সমগ্ৰ ৰাজ্যবাসী। ইয়াৰ ব্যতিক্ৰম নহ'ল গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পেট্ৰ'ল পাম্পত কৰ্মৰত কৰ্মচাৰীসকলো। প্ৰত্যেক বছৰৰ...

Read moreDetails

মৰিগাঁও অধিৱেশনৰ আদৰণি সমিতিৰ সম্পাদক বাবুল বৰাৰ বিৰুদ্ধে গেৰুৱা ৰাজনীতি কৰাৰ অভিযোগ

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক মৰিগাঁও অধিৱেশনলৈ প্ৰধান মন্ত্ৰী মোদীৰ নিমন্ত্ৰণ বাতিলক কেন্দ্ৰ কৰি বিতৰ্কই জোকাৰি যোৱাৰ পিছত অধিৱেশনৰ আদৰণি...

Read moreDetails
Page 4791 of 6192 1 … 4,790 4,791 4,792 … 6,192

Stay Connected

Recent News