উত্তৰ-পূব

লুইতৰ বুকুয়েদি উজাই আহি আছে ‘শংকৰদেৱ’

লুইতৰ বুকুয়েদি অসম অভিমুখে ক’লকাতাৰ পৰা আহি আছে ৰ’ ৰ’ জাহাজ শংকৰদেৱ। ভাৰতীয় অন্তৰ্দেশীয় জল পৰিবহণ কৰ্তৃপক্ষৰ উপ সঞ্চালক প্ৰবীৰ...

Read moreDetails

এম্বুলেন্স প্ৰদান নকৰাত নামৰূপত পথ দুৰ্ঘটনাত আহত দুজনৰে এজন নিহত

নামৰূপ থানাৰ অন্তৰ্গত ধোদৰ আলিৰ থামেল ফৰেষ্ট কলনিৰ সন্মুখত সন্ধিয়া ডাম্পাৰ আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত দুজন বাইক আৰোহী গুৰুতৰভাৱে...

Read moreDetails

অসমৰ ৰাজধানীত ভাড়াঘৰৰ বাবে হাহাকাৰ এইচ আই ভি আক্ৰান্ত শিশুৰ, চৰকাৰ?

যি সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰে ‘আয়ুষ্মান ভাৰত’, ‘অটল অমৃত যোজনা’ৰ দৰে আঁচনি ঘোষণাৰে ৰোগৰ বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ কথা কৈ...

Read moreDetails

মঙলদৈ আৰক্ষী থানাৰ সমীপৰ শিক্ষা প্ৰতিষ্ঠানত নিশা চোৰে চলালে লুটপাট

মঙলদৈ আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি শনিবাৰে নিশা এটা অচিনাক্ত দুৰ্বৃত্তৰ দলে মঙলদৈ চহৰৰ এখন আগশাৰীৰ প্ৰাথমিক শিক্ষা প্ৰতিষ্ঠানত প্রৱেশ...

Read moreDetails

হোজাইত শান্তিপূর্ণভাৱে সম্পন্ন হয় দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন

আজি ৰাজ্যৰ ১০ খন জিলা আৰু তিনিটা মহকুমাত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া হোজাই জিলাত শান্তিপূর্ণভাৱে সম্পন্ন...

Read moreDetails

ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যলৈ ভাবুকি আনি বিদ্যালয়ৰ সন্মুখতে জাবৰৰ দ’ম; কাণসাৰ নাই জি এম চি কৰ্তৃপক্ষৰ

শিক্ষা আৰু গুৱাহাটী উন্নয়ন দুয়োটা বিভাগৰে দায়িত্বত থকা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ নিজা সমষ্টিৰে এখন বিদ্যালয়ৰ কাহিনী এয়া। শিলপুখুৰীৰ গান্ধীবস্তিস্থিত এই...

Read moreDetails

দেশৰ প্ৰাণকেন্দ্ৰত সূচনা নাগৰিকত্ব বিধেয়ক বিৰোধী ১মটো প্ৰতিবাদ, যন্তৰ মন্তৰত অসমৰ ৭০টা সংগঠন

বিজেপি চৰকাৰ উত্থাপিত বিতৰ্কিত নাগৰিকত্ব বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে দেশৰ ৰাজধানীত ১মটো প্ৰতিবাদৰ সূচনা কৰি দেওবাৰে পুৱাৰ পৰা সংসদৰ ৩ কি.মি....

Read moreDetails

দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন সমাপ্ত : সৰ্বাধিক ৮৬% ভোট পৰিল ধুবুৰীত

আজি ৰাজ্যৰ ১০ খন জিলা আৰু তিনিটা মহকুমাত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া সন্ধিয়া ৫ বজালৈ ধুবুৰী...

Read moreDetails

৫৬ বাৰ ৰক্ত দান কৰা শ্বাহাজাদা হুছেইনক তেজপুৰত সম্বৰ্ধনা

ৰক্তই জীৱন এক স্বেচ্ছাসেৱী সংস্থাই আজি তেজপুৰৰ ঈদগাহ সমূহীয়াভৱনত এখন সাধাৰণ সভাৰ লগতে সজাগতা সভাও আয়োজন কৰে। আজিৰ সভাতে সংস্থাটোৱে...

Read moreDetails

ঢেকীয়াজুলিৰ চিৰাজুলিত হস্তনিৰ্মিত গ্ৰেনেড, গুলী আৰু পে’ন পিষ্টল উদ্ধাৰ; সেনাৰ ভূমিকা ৰহস্যজনক

ঢেকীয়াজুলিৰ চিৰাজুলিত আজি সেনাৰ এটা দলে অভিযান চলাই চাৰিটা হস্তনিৰ্মিত গ্ৰেনেড,  ৫ ৰাউণ্ড পইণ্ট টুৱেণ্টি টু পিষ্টলৰ সক্ৰিয় গুলী, আৰু...

Read moreDetails
Page 4894 of 6192 1 … 4,893 4,894 4,895 … 6,192

Stay Connected

Recent News