উত্তৰ-পূব

নাগ্ৰীজুলিত প্ৰধান মন্ত্ৰী মাতৃত্ব বন্দনা যোজনাৰ অধীনত সজাগতা সভা

তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ নাগ্ৰীজুলিৰ ছয়টাকৈ চক্ৰৰ অন্তৰ্গত মুঠ ১২০ টা অংগনৱাড়ী কেন্দ্ৰক সামৰি প্ৰধান মন্ত্ৰী মাতৃত্ব বন্দনা...

Read moreDetails

ৰাজ্যৰ বিভিন্ন স্থানত উলহ-মালহেৰে শিক্ষক দিৱস পালন, কৃতী শিক্ষকক সম্বৰ্ধনা জ্ঞাপন

বিশ্বনাথৰ বাতৰি: আজি ৫ ছেপ্টেম্বৰ দিনটো  ভাৰতবৰ্ষ তথা ৰাজ্য খনৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে  বিশ্বনাথ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত...

Read moreDetails

গোৱালপাৰাত শোকাৱহ পথ-দুৰ্ঘটনা; ২ জন নিহত, আহত ৬

গোৱালপাৰা জিলাত আজি সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত দুজন লোকে প্ৰাণ হেৰুৱাৰ লগতে আন ৬ জন গুৰুতৰভাৱে আহত হয়। গোৱালপাৰা...

Read moreDetails

অসমৰ সকলো শিক্ষকলৈ অনলাইন সেৱাৰ নতুন সুবিধা ঘোষণা শিক্ষা মন্ত্ৰী ভট্টাচাৰ্য্যৰ

শিক্ষা মন্ত্ৰীৰ আশ্বাস যদি পূৰণ হয় তেন্তে এতিয়াৰে পৰা আৰু অসমৰ শিক্ষকে অভিযোগ দাখিলৰ বাবে গুৱাহাটীলৈ আহিব নালাগে। অনলাইনযোগে অভিযোগ...

Read moreDetails

অনিৰ্দিষ্ট কাললৈ ১০৮ আৰু ১০২ সেৱা বন্ধ! : নগাঁৱতো জৰুৰীকালীন স্বাস্থ্য সেৱাৰ কৰ্মচাৰীৰ কৰ্মবিৰতি

সমগ্ৰ ৰাজ্যৰ লগতে আজি নগাঁও জিলাতো জৰুৰীকালীন স্বাস্থ্য সেৱাৰ কৰ্মচাৰীসকলে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰি অনিৰ্দিষ্টকালীন কৰ্ম বিৰতিৰ...

Read moreDetails

প্ৰধান মন্ত্ৰী মোদীক সাক্ষাৎ হিমাৰ লগতে এছিয়াদত পদকজয়ী ভাৰতীয় খেলুৱৈৰ

অসম কন্যা হিমা দাসৰ লগতে শেহতীয়া এছিয়ান গে’মছত পদকজয়ী ভাৰতীয় খেলুৱৈসকলে বুধবাৰে নতুন দিল্লীত সাক্ষাৎ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক।...

Read moreDetails

শিক্ষক দিৱস: গুৱাহাটীত অসম চৰকাৰৰ কেন্দ্ৰীয় কাৰ্য্যসূচী; ২৩ শিক্ষক, ১০ বিদ্যালয়লৈ বঁটা

অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বুধবাৰে অনুষ্ঠিত শিক্ষক দিৱসৰ কাৰ্যসূচীত ৰাজ্যৰ ১০খন বিদ্যালয়ক ১ লাখকৈ টকাৰ...

Read moreDetails

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ একাডেমিক সভাৰ পৰা হাগ্ৰামা, প্ৰমিলাৰাণীকে ধৰি ২ বিধায়কক বহিস্কাৰ ৰাজ্যপাল জগদীশ মুখীৰ

বড়োলেণ্ড বিশ্ববিদ্যালয়ক লৈ সময়ে সময়ে বিভিন্ন বিতৰ্কৰ সৃষ্টি হোৱাৰ মাজতে আজি বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ত...

Read moreDetails

বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাৰ দাবীত দিল্লীৰ যন্তৰ-মন্তৰ কপাঁলে ঐক্য সেনা অসমে

অসমৰ বানপানী আৰু বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত বুধবাৰে দিল্লীৰ যন্তৰ-মন্তৰত দিনৰ ১২ বজাৰ পৰা ২ বজালৈ...

Read moreDetails

বোকাখাতত শিক্ষক দিৱসৰ বিশেষ অনুষ্ঠান; বিশিষ্ট শিক্ষক-সাংবাদিক বুবুল দত্তক বিদায় সম্বৰ্ধনা

সমগ্ৰ দেশৰ লগতে বোকাখাতটো আজি শিক্ষক দিৱস উদযাপন কৰা হয়। বোকাখাতৰ ৰজাবাৰীৰ নেপালী খুটি বনুৱা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত শিক্ষক দিৱসৰ...

Read moreDetails
Page 5199 of 6192 1 … 5,198 5,199 5,200 … 6,192

Stay Connected

Recent News