উত্তৰ-পূব

দুমাহৰ পিছতে বগীবিল দলং ৰাইজৰ বাবে মুকলি কৰিব পৰা হ’ব : উঃ পূঃ ৰেইলৱে’

বৰ লুইতৰ দুয়োপাৰৰ ৰাইজৰ বহু প্ৰত্যাশিত তথা প্ৰায় ৫ হাজাৰ কোটি টকাৰ ব্যয়েৰে নিৰ্মীয়মাণ বগীবিল দলংখন অহা ৩১ অক্টোবৰৰ ভিতৰত...

Read moreDetails

বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশলৈ অভিযোগ পত্ৰ প্ৰেৰণ নগাঁৱৰ যুৱকৰ

বিজেপি দলৰ বিতৰ্কিত নেতা তথা হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে এন আৰ চিৰ প্ৰসংগত এটা নিৰ্দিষ্ট সম্প্ৰদায়ক বাৰে বাৰে টাৰ্গেট...

Read moreDetails

মুখ্য মন্ত্ৰীৰ আশ্বাস সত্ত্বেও ন্যায় নাপালে সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ দ্বাৰা অপদস্থ সচিবালয় কৰ্মচাৰীয়ে : ৬ ছেপ্তেম্বৰত সচিবালয় সেৱা সন্থাৰ প্ৰতিবাদ

মুখ্য মন্ত্ৰীৰ আশ্বাস সত্ত্বেও শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগত অসম সচিবালয় সেৱা সন্থাৰ সংঘাতৰ ঘটনাটোৰ কোনো মীমাংসা আজি পৰ্য্যন্ত নহ’ল।...

Read moreDetails

কেলেংকাৰিৰ বিৰুদ্ধে সৰৱ হোৱাৰ পৰিণতি! : চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সভাপতি-সম্পাদকৰ বিৰুদ্ধে ডি এফ অ’ৰ গোচৰ

চিৰিয়াখানাত চলি থকা দুৰ্নীতি, কেলেংকাৰি আৰু চিৰিয়াখানাৰ জীৱ-জন্তু মাৰি খোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি অহা চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সভাপতি...

Read moreDetails

অনিৰ্দিষ্টকাললৈ তলা ওলমিল শিৱসাগৰৰ ঐতিহাসিক ক্ষেত্ৰৰ টিকট ঘৰত

শিৱসাগৰৰ ঐতিহাসিক ক্ষেত্ৰ ৰংঘৰ-তলাতল ঘৰৰ টিকট গৃহত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ জয়সাগৰ আঞ্চলিকে ওলমালে তলা। শিৱসাগৰৰ এই ঐতিহাসিক ক্ষেত্ৰসমূহৰ প্ৰৱেশ...

Read moreDetails

বোকাখাতত ধৃত এ টি এম চোৰৰ ঘৰৰ পৰা ৫০ লক্ষাধিক টকাৰ চুৰি সামগ্ৰী উদ্ধাৰ

বোকাখাতত আজি গ্রেপ্তাৰ হোৱা আব্দুল মজিদ আলি নামৰ এ টি এম চোৰৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমানৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ...

Read moreDetails

প্ৰচণ্ড মানসিক চাপ সৃষ্টিৰে ব্যৰ্থ কৰাৰ গুৰুতৰ অভিযোগ আনিলে হিমাই (ভিডিঅ’ আছে)

জাকাৰ্টাত অনুষ্ঠিত হৈ থকা এছিয়ান গেইমছত মহিলাৰ ৪০০ মিটাৰৰ ৰূপৰ পদক জিনা অসমৰ হিমা দাস আজি আনিছে এটা গুৰুতৰ অভিযোগ।...

Read moreDetails

কলিয়াবৰত জীৱন্তে উদ্ধাৰ কেঁকো সাপ, আৰক্ষীৰ জালত ৩ চোৰাং ব্যৱসায়ী

কলিয়াবৰৰ মিছা আৰক্ষীৰ অভিযানত মঙলবাৰে বিয়লি কেঁকোসাপৰ সৈতে মিছা আৰক্ষীয়ে আটক কৰে তিনিজন চোৰাং ব্যৱসায়ীক। মিছা আৰক্ষীয়ে গোপন সূত্ৰৰ পম...

Read moreDetails

কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত গঁড়ৰ পোৱালিৰ মৃত্যু

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত ২০১৬ চনৰ পৰা প্ৰতিপালিত হৈ অহা এটা গঁড় পোৱালি আজি সন্ধ্যা...

Read moreDetails

উত্তৰ-পূবৰ প্ৰথমৰূপে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য বিচাৰপতি হোৱাৰ পথত ন্যায়াধীশ ৰঞ্জন গগৈ

ইতিহাস ৰচনা কৰি উত্তৰ-পূবৰ প্ৰথম ন্যায়াধীশৰূপে দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হোৱাৰ পথত আগবাঢ়িছে ন্যায়াধীশ ৰঞ্জন গগৈ। ইণ্ডিয়া লীগেল-ৰ বাতৰি মতে...

Read moreDetails
Page 5228 of 6192 1 … 5,227 5,228 5,229 … 6,192

Stay Connected

Recent News