উত্তৰ-পূব

৫ ছেপ্তেম্বৰত ‘ৰাজভৱন ঘেৰাও’ অপ্ৰাদেশিকীকৃত শিক্ষক-কৰ্মচাৰীৰ

নিজৰ শিক্ষকতা জীৱনক লৈ অনিশ্চয়তাত ভুগিছে অপ্ৰাদেশিকীকৃত বিদ্যালয়ৰ শিক্ষকসকল। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এইসকল শিক্ষকৰ জীৱনক লৈ বছৰ বছৰ ধৰি...

Read moreDetails

বেতন বঞ্চিত শিক্ষকৰ আন্দোলন : শিক্ষামন্ত্ৰী ভট্টাচাৰ্যৰ মন্তব্যক ঐক্যমঞ্চৰ গৰিহণা

অহা ৭ ছেপ্টেম্বৰত ৰাজ্যৰ বেতন বঞ্চিত শিক্ষকসকলৰ সৈতে চৰকাৰে আলোচনাত বহিব।ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই কথা ঘোষণা কৰে। ইপিনে...

Read moreDetails

বাজপেয়ীৰ মৃত্যুত অসমত শোক : ৰাষ্ট্ৰই এগৰাকী যুগদ্ৰষ্টাক হেৰুৱালে-মুখ্যমন্ত্ৰী সোণোৱাল

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দেহাৱসানৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ দেশৰ লগতে অসমতো শোকৰ বন্যা বোৱা পৰিলক্ষিত হয়।...

Read moreDetails

প্ৰাক্তন প্ৰধান মন্ত্ৰী বাজপেয়ীৰ মৃত্যুত শোক প্ৰকাশ কৰি আজি অসমত চৰকাৰী বন্ধ ঘোষণা

মুল্যবোধৰ ৰাজনীতিৰ ঘাইখুঁটা তথা ভাৰতৰ এগৰাকী যুগস্ৰষ্টা প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ বিয়োগত ৰাজ্য চৰকাৰে গভীৰ শোক প্ৰকাশ কৰি...

Read moreDetails

মূল্যবোধৰ ৰাজনীতিৰ ঘাইখুঁটা অটল বিহাৰী বাজপেয়ীৰ ড’নাৰ মন্ত্ৰালয়কে ধৰি উত্তৰ-পূবৰ বাবে আছিল বহুতো অৱদান

ভাৰতৰ এগৰাকী যুগস্ৰষ্টা তথা প্ৰাক্তন প্ৰধান মন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি আছিল অগাধ ভালপোৱা। সেয়েহে তেওঁ...

Read moreDetails

বসন্ত আৰু ৰুবেল্লা প্ৰতিষেধক অভিযান : সহযোগৰ বাবে মাজুলীৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক-অভিভাৱকলৈ আহ্বান উপায়ুক্তৰ

সমগ্ৰ ভাৰতৰ লগতে মাজুলীতো শনিবাৰৰ পৰা বসন্ত ৰোগ আৰু ৰুবেল্লা প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হব। ৯ মাহৰ পৰা ১৫ বছৰ...

Read moreDetails

জনজাতিৰ বিভাজন ’১৯ৰ নিৰ্বাচনী পৰিকল্পনা নেকি বিজেপিৰ?

জনজাতিক বিভাজনেৰে অসমৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰধান প্ৰতিশ্ৰুতি পালনত বিফল শাসনাধিষ্ঠ বিজেপি চৰকাৰে পাৰ কৰিব খুজিছে নেকি ’১৯ৰ নিৰ্বাচনী বৈতৰণী!...

Read moreDetails

চামগুৰি সোনাৰিবালিত বন্যহস্তীয়ে লণ্ড ভণ্ড কৰিলে তিনিটা বাসগৃহ

নগাঁও জিলাৰ শালনা আঞ্চলিক বন কাৰ্যালয়ৰ অধীনৰ উদমাৰী উপ খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত চামগুৰি সোনাৰিবালিত আজি পুৱাই পাহাৰৰ পৰা খাদ্যৰ...

Read moreDetails

স্বাধীনতা দিৱসত ডিমৌৰ পুনৰ্নিৰ্মিত নাট‍্য মন্দিৰৰ আনুষ্ঠানিক উদ্বোধন

ভাৰতৰ ৭২ তম্ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কালি শিৱসাগৰ জিলাৰ ডিমৌত নতুনকৈ নিৰ্মাণ কৰা ৰাজহুৱা ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা...

Read moreDetails

অসম সাহিত্য সভাই অবৈধ প্ৰব্ৰজনকাৰীৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰে : ড০ পৰমানন্দ ৰাজবংশী

‘’মানুহৰ সৈতে মানুহৰ সম্পর্ক স্থাপন কৰাই হৈছে আমাৰ উদ্দেশ্য। সাংস্কৃতিক সেতু বন্ধনেৰে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত প্রেম, ভাতৃত্ববোধৰ বাণী বিলাব...

Read moreDetails
Page 5269 of 6193 1 … 5,268 5,269 5,270 … 6,193

Stay Connected

Recent News