উত্তৰ-পূব

লালকিল্লাৰ দৰে ১৫ আগষ্টত তলাতল ঘৰতো পতাকা উত্তোলন কৰক চৰকাৰে, দাবী পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ

ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা ১৫ আগষ্টত দিল্লীৰ লালকিল্লাত পতাকা উত্তোলন কৰাৰ দৰে অসমৰ ঐতিহাসিক তলাতল ঘৰৰ প্ৰাঙ্গণতো পতাকা উত্তোলন কৰাৰ...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিহালীত বিশাল গণ সমাৱেশ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে আজি বিহালীত বিধেয়কখন বাতিলৰ দাবীত এক বিশাল...

Read moreDetails

মুকেশ হুণ্ডাইৰ ৰিচভ হিম্মটচিংকাৰ বিৰুদ্ধে তিনিখনকৈ এজাহাৰ দাখিল দিচপুৰ থানাত

তলতীয়া কৰ্মচাৰী এজনক কাণত ধৰাই আঁঠু কঢ়াই ৰাখি তেওঁৰ সন্মুখত কে’ক কাটি পৈশাচিক প্ৰদৰ্শনকামিতা দেখুওৱা মুকেশ হুন্দাইৰ পৰিচালন সঞ্চালক ৰিচভ...

Read moreDetails

স্থানীয় বাসিন্দাৰ প্ৰমাণ দিয়াত ডিটেনশ্যন কেম্পৰ পৰা অন্ন বালা ৰয়ক মুক্তি

যোৱা ২৩ জুন তাৰিখে ডিটেনশ্যন কেম্পলৈ পঠোৱা অন্ন বালা ৰয়ক আজি মুক্তি দিয়া হয়।  চল্লিশ বছৰ বয়সীয়া এইগৰাকী মহিলাই নিজৰ...

Read moreDetails

কোকৰাঝাৰত সংহাৰী ৰূপ ধাৰণ কৰা বানে গৃহহাৰা কৰিলে ১৫ টা পৰিয়াল

বিগত প্ৰায় কিছুদিন ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে নামনি অসমৰ কোকৰাঝাৰ আৰু চিৰাং জিলাতো...

Read moreDetails

ৰাষ্ট্ৰীয় পথৰ জৰাজীৰ্ণ অৱস্থাত বিতুষ্ট মুখ্য মন্ত্ৰী; অতি শীঘ্ৰে মেৰামতিৰ কাম সমাপ্ত কৰিবলৈ নিৰ্দশ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ জৰাজীৰ্ণ অৱস্থায়ে বিতুষ্ট কৰি তুলিছে স্বয়ং ৰাজ্যৰ মুখ্য মন্ত্ৰীক। অতি শীঘ্ৰে ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম...

Read moreDetails

নাগৰিকত্ব বিধেয়কক লৈ ব্যাপক গণ-বিৰোধিতা সত্ত্বেও জয়ৰ আশা এৰা নাই বিজেপিয়ে

নাগৰিকত্ব বিধেয়কক লৈ অসমত বৃ্হৎ প্ৰতিবাদৰ সন্মুখীন হোৱা সত্ত্বেও পঞ্চায়ত নিৰ্বাচনত সফলতা লাভৰ আশা এৰা নাই বিজেপিয়ে। পঞ্চায়ত নিৰ্বাচনত নামিবৰ...

Read moreDetails

পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰাক লৈ বিজেপিক তুলাধুনা প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈৰ

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে  বিজেপিয়ে অসমত পঞ্চায়তৰাজ ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত বুলি গুৰুতৰ অভিযোগ তুলিছে। ডিব্ৰুগড়ৰ ৰাজভৱনত অনুষ্ঠিত...

Read moreDetails

চামগুৰিত পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ অসমীয়া সুৱদি গীতৰ কৰ্মশালা

নগাঁও জিলাৰ চামগুৰি ৰাজহুৱা প্ৰেক্ষাগৃহত আজিৰ পৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে অসমীয়া সুৱদি গীত নামৰ এক কৰ্মশালাৰ শুভাৰম্ভণি হয়। ছাত্ৰ -ছাত্ৰী...

Read moreDetails

বাক্সা জিলাৰ নাগ্ৰীজুলিত বনৰীয়া হাতীৰ উপদ্ৰৱত সন্ত্ৰস্ত গাঁৱৰ ৰাইজ

বাক্সা জিলাৰ তামুলপুৰ বন সংমণ্ডলৰ অধীনৰ ভাৰত-ভুটান সীমান্তৰ বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱে গঞা ৰাইজৰ নিদ্ৰা হৰণ কৰিছে। ভাৰত-ভুটান সীমান্তত...

Read moreDetails
Page 5416 of 6193 1 … 5,415 5,416 5,417 … 6,193

Stay Connected

Recent News