উত্তৰ-পূব

অভিযোগ হাঁহৰ মাংস খোৱাৰ : ৰিপুন বৰাৰ প্ৰশ্ন-পাৰ্থৰ তেতিয়া জন্ম হৈছিল নেকি?

বঙহৰ যুঁজে তীব্ৰ ৰূপ ধাৰণ কৰিছে কংগ্ৰেছত। পোনপটীয়াকৈয়ে দলৰ ভিতৰচ’ৰাতে পৰস্পৰে পৰস্পৰৰ মাজত বাকযুদ্ধত লিপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। মাথোঁ কেইদিনমান পূৰ্বে শ্ব’কজ নিদিয়াকৈ এনএছয়ুআইৰ প্ৰাক্তন সভাপতি পাৰ্থ প্ৰতীম বৰাক...

Read moreDetails

বানে সংহাৰী ৰূপ ধাৰণ কৰিছে ত্ৰিপুৰাত; এতিয়ালৈ প্ৰাণ গ’ল ৪ জন লোকৰ

বানে সংহাৰী ৰূপ ধাৰণ কৰিছে ত্ৰিপুৰাৰ উনাকটি জিলাৰ কৈলাচহৰত। নেৰা নেপেৰা বৰষুণৰ ফলত দিও নদী আৰু মনু নদীৰ বাঢ়নী পানীয়ে...

Read moreDetails

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে তিনিচুকীয়াত আছুৰ উদ্যোগত সহস্ৰাধিকৰ প্ৰতিবাদ

আছুৰ জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়া চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ব’ৰ্ডিং খেলপথাৰত বৃহস্পতিবাৰে এক বিশাল গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰা হয়।...

Read moreDetails

দেশী-বিদেশী সুৰাৰ পয়োভৰ ঘটা মাজুলীত আৰক্ষী-আবকাৰী বিভাগৰ অভিযান

অবৈধ সুৰাৰ অবাধ স্থলিলৈ ৰূপান্তৰ হৈছে সত্ৰপীঠ মাজুলী। ১৪ জুনত আবকাৰী আৰু আৰক্ষীৰ এক যুটীয়া অভিযানকাৰী দলে মাজুলীৰ বিভিন্ন স্থানত...

Read moreDetails

অহা ২৮,২৯ জুলাইত অনুষ্ঠিত হ’ব ৰাজ্যিক চলচ্চিত্ৰ মহোৎসৱ

অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ উদ্যোগ আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।...

Read moreDetails

ৰাকেশ পালৰ আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ তদন্ত আৰম্ভ চি বি আইৰ

এপিএছচি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালৰ আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ অভিযোগৰ সম্পৰ্কত তদন্তকাৰী সংস্থা চিবিআইয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। বিভিন্ন...

Read moreDetails

শাসন পাই অগপই পাহৰিলে প্ৰতিষ্ঠাপক নেতাক; ৮০ বছৰ বয়সত আজিও আঞ্চলিকতাবাদকে ধিয়াই থানেশ্বৰ বড়োৱে

অগপ দলৰ প্ৰতিষ্ঠাপক নেতা, দুয়োখন অগপ চৰকাৰৰ একালৰ কেন্দ্ৰীয় মন্ত্ৰী, বৰ্তমান ৮০ বছৰ অতিক্ৰম কৰা থানেশ্বৰ বড়োক পাহৰিলে নেকি অগপৰ...

Read moreDetails

ডকমকা কাণ্ডৰ প্ৰতিবাদ আৰু অভিজিৎ-নীলোৎপলৰ আত্মাৰ শান্তিৰ বাবে টংলাত মৌন সমদল

কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত নৃশংস হত্যাকাণ্ডৰ বলি অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ মৃত্যুত সমগ্ৰ ৰাজ্যৰ লগতে ম্ৰিয়মান হৈ পৰা ওদালগুৰি...

Read moreDetails

ৰাজ্য চৰকাৰক বাহিৰা শক্তিয়ে অস্থিৰ কৰিব বিচাৰি আছে : মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰক এক বাহিৰা শক্তিয়ে অস্থিৰ কৰি তোলাৰ বাবে ষড়যন্ত্ৰত নামি পৰিছে।এইক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে কংগ্ৰেছ...

Read moreDetails

গোষ্ঠী বিদ্বেষকামীলৈ শক্তিশালী বাৰ্তাৰে নীলোৎপল-অভিজিতৰ পিতৃ-মাতৃৰ কাষত কাৰ্বি ছাত্ৰ সন্থা

ডকমকা কাণ্ডৰ আলম লৈ গোষ্ঠী বিদ্বেষ বিয়পাব খোজাসকললৈ শক্তিশালী বাৰ্তা প্ৰেৰণ কৰি আজি ১৪ জুনত নীলোৎপল আৰু অভিজিতৰ ঘৰত আহি...

Read moreDetails
Page 5500 of 6193 1 … 5,499 5,500 5,501 … 6,193

Stay Connected

Recent News