উত্তৰ-পূব

এনআৰচি সেৱা কেন্দ্ৰত পৰ্যাপ্ত খোৱাপানী-শৌচালয়ৰ ব্যৱস্থাৰ দাবীৰে কোকৰাঝাৰৰ উপায়ুক্তক স্মাৰক পত্ৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ

কোকৰাঝাৰ জিলাৰ বিভিন্ন এন আৰ চি সেৱা কেন্দ্ৰসমূহত পৰ্যাপ্ত পৰিমাণৰ খোৱাপানী, শৌচাগাৰ আদি ব্যৱস্থা কৰি দিয়াৰ দাবীৰে ধৰ্মীয় সংখ্যালঘু পৰিষদৰ...

Read moreDetails

হাইলাকান্দিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৱে বাহিৰ কৰা সমদলত প্ৰতিবাদকাৰীক শিলগুটিৰে আক্ৰমণ দুষ্কৃতিকাৰীৰ

সোমবাৰে হাইলাকান্দিত আছুৱে নাগৰিকত্ব সংশোধন বিধেয়ক, ২০১৬ বাতিলৰ দাবীত বাহিৰ কৰা জোঁৰ সমদলৰ সময়ত কোনো অচিনাক্ত দুৰ্বৃত্তই সমদলত অংশ গ্ৰহণ...

Read moreDetails

জন্মভূমি মাজিৰগাঁৱত চহিদ ভাস্কৰ কলিতাক শ্ৰদ্ধাঞ্জলি : সাহসিকতা বঁটা প্ৰদানৰ আহ্বান

বীৰ চহিদ ভাস্কৰ কলিতাৰ সোঁৱৰণত সোমবাৰে মাজিৰগাঁও বাসীয়ে অনুষ্ঠিত কৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। তিনিচুকীয়া জিলাৰ বৰডুমচাত ৪ মে’ত সন্ধিয়া আলফাৰ গুলীত...

Read moreDetails

ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে সু-খবৰ : আন্তঃৰাষ্ট্ৰীয় চাহ মেলালৈ আমন্ত্ৰিত শোণিতপুৰত উৎপাদিত চাহ

উজনি অসমত ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদিত কেঁচা চাহপাতৰ উচিত মূল্য বিচাৰি প্ৰতিবাদ কৰাৰ সময়তে শোণিতপুৰ জিলাত উৎপাদিত চাহ আমন্ত্ৰিত হৈছে...

Read moreDetails

কৃষি বিভাগে যোগান ধৰা বীজৰ খেতি কৰি সৰ্বাস্বান্ত বৰপেটাৰ কৃষক : কৃষি মন্ত্ৰী অতুল বৰাৰ প্ৰতিকৃতি দাহ

  বিগত বৰ্ষত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃষকে  আমেৰিকাৰ ‘এডভাণ্টা’ নামৰ বৰ্ণসংকৰ জাতৰ ধানৰ বীজ ব্যৱহাৰ কৰি ধানৰ সলনি পতান লাভ...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে কলিয়াবৰ অগপৰ অৱস্থান ধৰ্মঘট

নাগৰিকত্ব সংশোধনী বিধেয়ক -২০১৬ৰ বিৰুদ্ধে ৰাজ্যত বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বহু বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে কলিয়াবৰতো ব্যাপক প্ৰতিবাদ সাব্যস্ত...

Read moreDetails

এন আৰ চিৰ নথি পৰীক্ষণ : মৰিগাঁৱৰ এন আৰ চি সেৱা কেন্দ্ৰত ১২৫জন সদস্যৰ পৰিয়ালৰ তথ্য

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চি উন্নীতকৰণৰ কাম ক্ষিপ্ৰ গতিত চলি থকাৰ সময়তে পোহৰলৈ আহিছে কিছু আশ্বৰ্যকৰ তথা আমোদজনক তথ্য।...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে উমৈহতীয়া মঞ্চ গঠনৰ পদক্ষেপ অসম আন্দোলন সংগ্ৰামী মঞ্চৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক -২০১৬ৰ বিৰুদ্ধে ৰাজ্যত বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে এইবাৰ বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে উমৈহতীয়া মঞ্চ গঠন কৰিবলৈ...

Read moreDetails

কলিয়াবৰ শালনাত কংগ্ৰেছৰ বিশাল জনসভা : লোকসভা নিৰ্বাচনৰ ৰণশিঙা

সোমবাৰে বিয়লি কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কলিয়াবৰৰ শালনা চাহ বাগিচাৰ মজদুৰ সংঘৰ কাৰ্যালয় প্ৰাংগণত কংগ্ৰেছৰ এখন বিশাল ৰাজহুৱা কৰ্মীসভা অনুষ্ঠিত...

Read moreDetails

ধৰ্মৰ ভিত্তিত বিদেশীক ভাগ ভাগ কৰা নচলিব; অসম চুক্তিৰ আধাৰতে বিদেশী বহিষ্কৃত হ’ব লাগিব : আছু

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসমৰ জনসাধাৰণৰ ওপৰত  অবৈধ বিদেশীৰ বোজা জাপি দিব খোজা প্ৰয়াসৰ বিৰুদ্ধে আজি ৰাজ্যৰ...

Read moreDetails
Page 5628 of 6193 1 … 5,627 5,628 5,629 … 6,193

Stay Connected

Recent News