উত্তৰ-পূব

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে শান্তি আলোচনা প্ৰক্ৰিয়া বন্ধ হ’ব : অৰবিন্দ ৰাজখোৱা

অৱশেষত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই। যদিহে এই বিধেয়ক সংসদত গৃহীত হয় তেন্তে...

Read moreDetails

জুবিন গাৰ্গৰ অনুষ্ঠান বৰ্জনৰ আহ্বান লামডিঙৰ দুষ্টচক্ৰৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাই কাৰণ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত ৰাজ্যজুৰি উত্তাল প্ৰতিবা্দ অব্যাহত থকাৰ সময়তে ছ’চিয়েল মিডিয়াৰ জৰিয়তে জুবিন গাৰ্গৰ লামডিঙত অনুষ্ঠিতব্য বিহুৰ...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বোকাখাতত আছুৰ জোঁৰ সমদল

সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আজি সন্ধিয়া বোকাখাততো সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত এক বিশাল জোঁৰ...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তিনিচুকীয়া, বোকাখাত, সোণাৰিত জোঁৰ সমদল

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দল-সংগঠনে প্ৰতিবাদ কৰাৰ সমান্তৰালভাৱে তিনিচুকীয়া, বোকাখাত আৰু সোণাৰিতো বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত...

Read moreDetails

অপহৃত ব্যৱসায়ীক হাবিৰ পৰা উদ্ধাৰ কৰি আনিলে হোজাই আৰক্ষীয়ে

সোমবাৰে হোজাই আৰক্ষীয়ে হোজাইৰ দাবকা আৰক্ষী থানাৰ অন্তৰ্গত মিৰিৰাতি বাওগাঁও সংৰক্ষিত বনাঞ্চলৰ পৰা অপহৃত ব্যৱসায়ী আবু হানিফাক উদ্ধাৰ কৰিবলৈ সক্ষম...

Read moreDetails

মুখ্য মন্ত্ৰীৰ মুখৰ কথাৰ মূল্য কিমান? প্ৰব্ৰজনে খিলঞ্জীয়াৰ ওপৰত প্ৰভাৱ পেলোৱা নাই বুলি উচ্চতম ন্যায়ালয়ত লিখিতভাৱে জনাইছিল চৰকাৰে

মুখ্য মন্ত্ৰীয়ে যোৱা ১২ মে’ত অসমৰ সংবাদ প্ৰতিষ্ঠানৰ সম্পাদকসকলৰ সৈতে বহা এখন বৈঠকত তেওঁ কৈছিল যে ৰাইজৰ স্বাৰ্থ, জাতিৰ স্বাৰ্থ...

Read moreDetails

গেংটকত অনুষ্ঠিত স্বৰ্ণ কাপ আৰ্চাৰি টুৰ্নামেণ্টত ভুটানৰ আৰ্চাৰি দলৰ জয়লাভ

ভুটানৰ ‘ইয়াংছে ট’ৰ্ছ এণ্ড ট্ৰেভেল’এ গেংটকস্থিত ছিকিম আৰ্চাৰি এছ’চিয়েশ্যন (এছ এ এ)ৰ খেলপথাৰত অনুষ্ঠিত ১৭ সংখ্যক মুখ্য মন্ত্ৰী স্বৰ্ণ কাপ...

Read moreDetails

ঢেকিয়াজুলিত কালভাৰ্টৰ ভিতৰত মহিলাৰ মৃতদেহ উদ্ধাৰ; ধৰ্ষণৰ সন্দেহ

শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি অন্তৰ্গত বেলশিৰি চাহ বাগিচাৰ পথৰ দাঁতিত থকা এটা কালভাৰ্টৰ ভিতৰত আজি পুৱা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়।...

Read moreDetails

মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত আছুৰ জোঁৰ সমদল

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীতো নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল কৰাৰ দাবীত মাজুলী জিলা ছাত্ৰ সন্থাই বিশাল প্ৰতিবাদী...

Read moreDetails

অবৈধ নিযুক্তিৰ বিৰুদ্ধে বি টি এ ডিৰ ঠিকাভিত্তিক মাধ্যমিক শিক্ষকৰ প্ৰতিবাদ

বি টি এ ডিৰ বিভাগীয় আৰু প্ৰশাসনিক অনিয়ম আৰু বে-আইনী কাম-কাজৰ পৰা ৰক্ষা পোৱাৰ বাবে ‘মাধ্যমিক শিক্ষা সবলীকৰণ আঁচনি’ৰ অন্তৰ্গত...

Read moreDetails
Page 5629 of 6193 1 … 5,628 5,629 5,630 … 6,193

Stay Connected

Recent News