গোলাঘাট জিলাৰ বগীধলা চাহ বাগিচাত যোৱা ১৩ ডিচেম্বৰত মালিকপক্ষই শোষিত-নিষ্পেষিত চাহশ্ৰমিকৰ ওপৰত গুলী চালনাৰে ১৫ জনকৈ শ্ৰমিকক আহত কৰাৰ চাঞ্চল্যকৰ...
Read moreDetailsৰাজ্যখনত সাংগঠিক ভেটি অধিক মজবুত কৰাৰ লক্ষ্য লৈ আৰ এছ এছৰ মুৰব্বী মোহন ভগৱতে অহা জানুৱাৰিৰ মাজভাগত অসম ভ্ৰমণ কৰাৰ...
Read moreDetailsনাগালেণ্ডৰ ৰাজনীতিত নতুন মোৰ দি ছজনকৈ মন্ত্ৰীক মন্ত্ৰী পৰিষদৰ পৰা বৰ্খাস্ত কৰাৰ পিছত নাগালেণ্ডৰ মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে আজি...
Read moreDetailsতেওঁলোক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ নৰ্মাল কৰ্মচাৰী। কিন্তু পৰিস্থিতিয়ে আজি তেওঁলোকক বাধ্য কৰিছে নিজৰ ঘৰুৱা সা-সমগ্ৰীবোৰৰ নিলাম কৰিবলৈ।...
Read moreDetailsবিধানসভা নিৰ্বাচনৰ অভিমুখে থকা মিজোৰাম আৰু মেঘালয় ভ্ৰমণলৈ উন্নয়নৰ টোপোলা লৈ অহা প্ৰধান মন্ত্ৰীয়ে আজি মিজোৰামৰ পৰা পোনে পোনে শ্বিলঙত...
Read moreDetailsচীনে দক্ষিণ তিব্বতৰ পৰা ভাৰতলৈ বৈ অহা য়াৰলং ছাংপো নদীৰ পানীৰ গতি সলনি কৰাৰ কোনো প্ৰমাণ বিচাৰি পোৱা ৰাষ্ট্ৰীয় নদী...
Read moreDetailsআজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মিজোৰামৰ কোলাশিবৰ ওচৰত নিৰ্মাণ কৰা ৬০ মেগাৱাট সম্পন্ন টুইৰিয়েল জল-বিদ্যুৎ প্ৰকল্পটো ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। ইতিমধ্যে...
Read moreDetailsযোৰাহাট জিলাৰ চিনামৰা আৰক্ষী চকীৰ অন্তৰ্গত জিলা ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰত যোৱা ডিচেম্বৰৰ ১০ তাৰিখৰ নিশা এজন যুৱকক আক্ৰমণ কৰি জ্বলাই...
Read moreDetailsআঞ্চলিক বনবিষয়া আফতাবুদ্দিন চৌধুৰীৰ নেতৃত্বত লেখাপানীৰ বন বিষয়াৰ এটা দলে শুকুৰবাৰে আবেলি অবৈধভাৱে খনিজ দ্ৰব্য কঢ়িয়াই অনা তিনিখন বলেৰো পিক...
Read moreDetailsডিমাহাচাও আৰক্ষীয়ে আজি কাহিলীপুৱাতে অপহৃত মহিন্দ্ৰ ৰায়ৰ সন্ধানত চলোৱা এক সফল অভিযানত দুজন উগ্ৰপন্থী নিহত হয়। জানিব পৰা মতে আজি...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd