উত্তৰ-পূব

গুৱাহাটীৰ এপল’ চিকিৎসালয়ত অসমৰ প্ৰথমটো একক দাতাৰ প্লেটিলেট সংগ্ৰহ্কাৰী অত্যাধুনিক যন্ত্ৰৰ সেৱা মুকলি

কেন্সাৰ, পুৰণি ৰোগ, ডেংগি আৰু যন্ত্ৰণাপূৰ্ণ আঘাতৰ সৈতে যুঁজা আৰু বাচি থকাৰ ক্ষেত্ৰত ৰোগীক প্লেটিলেট দান অতি গুৰুত্বপূৰ্ণ । এই...

Read moreDetails

থাদৌ ষ্টুডেণ্টছ এছ’চিয়েশ্যনৰ ৩৬ ঘণ্টীয়া বন্ধ আহ্বান

হত্যাকাৰীক শাস্তি দিয়াত চৰকাৰৰ ব্যৰ্থতা আৰু থাদৌ কুকি ভাষাৰ পাঠ্য বিষয় উচ্চতৰ মাধ্যমিক বিদ্যালয়বোৰত প্ৰচলন নকৰাৰ অভিযোগত মণিপুৰৰ থাদৌ ষ্টুডেণ্টছ...

Read moreDetails

বিদ্যালয়ৰ শিক্ষয়িত্ৰী তথা ছাত্ৰ নেতাক গ্ৰেপ্তাৰৰ প্ৰতিবাদত ৰঙিয়াত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ৰঙিয়া ৰেডহৰ্ন পাব্লিক স্কুলৰ পাঁচগৰাকী শিক্ষয়িত্ৰীৰ লগতে এজন ছাত্ৰ নেতাক আটক কৰাৰ প্ৰতিবাদত আজি বৃহৎ সংখ্যক ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ...

Read moreDetails

অৰুণাচল প্ৰদেশ চৰকাৰে সীমান্তৰ ৫৩ খন গাঁৱক আদৰ্শ গাঁও হিচাপে গঢ়ি তুলিব

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে বৃহস্পতিবাৰে কয় যে ৰাজ্যখনৰ ৪৫ টা সীমান্ত খণ্ডৰ পৰা কমেও একোখন গাওঁ সামৰি ৫৩ খন...

Read moreDetails

মণিপুৰৰ সীমান্ত ৰেখাত ম্যানমাৰীলোকৰ অবৈধ প্ৰৱেশ

অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাত চীনা সৈন্যই ভাৰতত প্ৰৱেশ কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে বৃহস্পতিবাৰে মণিপুৰত ম্যানমাৰৰ অনুপ্ৰৱেশকাৰী বিচৰণ কৰা...

Read moreDetails

চিলাপথাৰ-আলো ৰে’লৱে পথ প্ৰকল্পলৈ নতুন দিল্লীৰ সেউজ সংকেত

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (নিৰ্মাণ শাখাৰ) মহাপ্ৰৱন্ধক এন কে প্ৰসাদে বৃহস্পতিবাৰে ইটানগৰত মুখ্যমন্ত্ৰী পেমা খাণ্ডুক সাক্ষাৎ কৰি জানিবলৈ দিয়ে যে অসমৰ...

Read moreDetails

আজি সৰুসজাইত নৰ্থ-ইষ্ট ইউনাইটেডৰ সন্মুখত দুবাৰৰ চেম্পিয়ন এটলেটিকো ডি কলকাতা

আজি নৰ্থ-ইষ্ট ইউনাইটেডে হিৰো ইণ্ডিয়ান ছুপাৰ লীগৰ দুবাৰৰ চেম্পিয়ন এটলেটিকো ডি কলকাতাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিকছ...

Read moreDetails

যোৰহাটৰ শাৰীৰিকভাৱে অক্ষমসকলৰ বাবে আশাৰ ৰেঙণি

যোৰহাটৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে আকৌ এবাৰ তেওঁৰ ব্যতিক্ৰমী চিন্তাৰ প্ৰমাণ দাঙি ধৰিলে। এক অগতানুগতিক ধাৰণাৰে শৌচাগাৰ নোহোৱা সকলৰ বাবে ‘শৌচাগাৰ...

Read moreDetails

ইম্ফলৰ বৃহৎ ঋণ মেলাত ৰাইজক সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান মণিপুৰৰ মুখ্যমন্ত্ৰীৰ

বৃহস্পতিবাৰে ইম্ফলৰ হোটেল ইম্ফলৰ ছাংগাই হলত মণিপুৰ গ্ৰামীন বেংকে এখন বৃহৎ ঋণ মেলাৰ আয়োজন কৰে। অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী এন বীৰেন...

Read moreDetails

মেৰামতিৰ বাবে আজি ৩ ঘণ্টা সময় বন্ধ থাকিব শৰাইঘাট দলং

ৰেইল বিভাগে পুৰণি শৰাইঘাটৰ দলং মেৰামতিৰ বাবে আজি ৰাতিপুৱা ১০.৩০ বজাৰ পৰা দুপৰীয়া ১.৩০ বজালৈ দলঙখনেৰে যাতায়াত বন্ধ ৰখাৰ সিদ্ধান্ত...

Read moreDetails
Page 6066 of 6195 1 … 6,065 6,066 6,067 … 6,195

Stay Connected

Recent News