উত্তৰ-পূব

ঢকুৱাখনাত বৰ্বৰ কাণ্ডঃ বিহ দি নিধন ৯টা শগুণ, চিলনী

মানৱ কুলৰ বৰ্বৰতাৰ আন এক নিদৰ্শন আজি দেখিবলৈ পোৱা গ’ল ৰাজ্যত। মানুহৰ বৰ্বৰতাৰ চিকাৰ হৈছে ১০ টাকৈ বন্যপক্ষী। এই ঘটনা...

Read moreDetails

অসমত মহিলাৰ প্ৰকৃত সবলীকৰণৰ বাবে কেজৰিৱালৰ মহিলা সন্মান যোজনাক অনুকৰণ কৰক হিমন্ত বিশ্ব শৰ্মাই : আপ,অসম

দিল্লী বিধানসভাৰ বাজেট অধিৱেশনত ঘোষণা কৰা মুখ্যমন্ত্ৰীৰ মহিলা সন্মান যোজনাৰ সম্পৰ্কে আজি এখন সংবাদমেল সম্বোধন ধৰে আম আদমি পাৰ্টী, অসমৰ...

Read moreDetails

দেবানন্দ চৌধুৰীৰ মৃত্যুত নৰ্থইষ্ট নাওৰ শোক প্ৰকাশ

অসমৰ এগৰাকী আগশাৰীৰ ব্যৱসায়ী, সমাজকৰ্মী তথা নৰ্থইষ্ট নাও পৰিয়ালৰ এগৰাকী ব্যক্তি দেবানন্দ চৌধুৰীয়ে যোৱা ৩ মাৰ্চ তাৰিখে পুৱতি নিশা গুৱাহাটীৰ...

Read moreDetails

লকডাউনত জন্ম হোৱা শিশু কম অসুখীয়া, আনতকৈ পৃথক হোৱাৰ চাঞ্চল্যকৰ দাবী!

বহু লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম হোৱাৰ বাবে কোভিড-১৯ৰ সংক্ৰমণৰ ফলত মৃত্যুমুখত পৰাৰ বিপৰীতে এই সময়ছোৱাত জন্ম হোৱা শিশুৰ ৰোগৰ...

Read moreDetails

লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যবেক্ষণ কৰিবলৈ অসম ভ্ৰমণ কৰিব নিৰ্বাচন আয়োগৰ দল

ভাৰতীয় নিৰ্বাচন আয়োগৰ এটা দলে মঙলবাৰৰ পৰা (০৫ মাৰ্চ) দুদিনীয়া অসম ভ্ৰমণ কৰিব। তেওঁলোকে ৰাজ্যিক বিষয়াবৰ্গ, ৰাজনৈতিক দল, আৰু বিভিন্ন...

Read moreDetails

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাত বাধা নাই ট্ৰাম্পৰ; তেওঁৰ পক্ষতে ৰায় দিলে দেশখনৰ ছুপ্ৰিম কোৰ্টে

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰাৰ্থী হোৱাত কোনো বাধা নাই বুলি ৰায় দিছে দেশখনৰ ছুপ্ৰিম কোৰ্টে। স্থানীয়...

Read moreDetails

ইলন মাস্কৰ বিৰুদ্ধে গোচৰ প্ৰাক্তন টুইটাৰ কৰ্মীৰ; প্ৰাক্তন চিইঅ’ পৰাগে বিচাৰিছে ১২ কোটি ডলাৰ

টুইটাৰৰ মুৰব্বী ইলন মাস্ক ভয়াৱহ সংকটত পৰিছে! কোম্পানীটোৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালাৰ উপৰিও দুজন শীৰ্ষ কাৰ্যবাহীয়ে তেওঁৰ বিৰুদ্ধে...

Read moreDetails

দেশৰ সকলো হাস্পাতালতে চিকিৎসা ব্যয় সমান কৰা হওক; কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

সমগ্ৰ দেশতে নগদবিহীন স্বাস্থ্য বীমাৰ পথ সহজ হৈ পৰিল। উচ্চতম ন্যায়ালয়ে স্বাস্থ্যৰ ক্ষেত্ৰত কেন্দ্ৰক এক ডাঙৰ নিৰ্দেশ দিছে। আদালতে কয়...

Read moreDetails

মহাকাশত ভাৰতে নিৰ্মাণ কৰিব স্পেচ ষ্টেশ্যন; নিৰ্দ্ধাৰিত লক্ষ্যৰ কথা ক’লে ইছৰোৰ মুৰব্বীয়ে

আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছত ভাৰতেও মহাকাশত নিজাকৈ মহাকাশ কেন্দ্ৰ (স্পেচ ষ্টেশ্যন) নিৰ্মাণ কৰিব বিচাৰিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ...

Read moreDetails

উৎকোচৰ বিনিময়ত ভোটদানৰ অভিযোগত ৰেহাই নাপাব সাংসদ-বিধায়কে; ঐতিহাসিক ৰায় উচ্চতম ন্যায়ালয়ৰ

সাংসদ-বিধায়কে ধনৰ বিনিময়ত ভোটদানৰ গোচৰত ৰেহাই নাপাব। সোমবাৰে উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দানত এইদৰে কয়। সংসদ হওক বা বিধানসভা হওক,...

Read moreDetails
Page 872 of 6157 1 871 872 873 6,157

Stay Connected

Recent News