উত্তৰ-পূব

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা! আজি সেনাৰ মুখ্য কাৰ্যালয়েও ঘোষণা কৰিছে অৰ্দ্ধ দিনৰ ছুটী

কেন্দ্ৰীয় চৰকাৰ আৰু কেইবাখনো ৰাজ্য চৰকাৰৰ ঘোষণাৰ পিছত নতুন দিল্লীস্থিত সেনাৰ মুখ্য কাৰ্যালয়েও ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান উপলক্ষে সোমবাৰে...

Read moreDetails

নগাঁৱৰ বটদ্ৰৱা থানত প্ৰৱেশত বাধা ৰাহুল গান্ধীক; নগাঁৱত ধৰ্ণাত বহিল কংগ্ৰেছ নেতাগৰাকী

‘ভাৰত জোড়ো ন্যায় যাত্ৰা‘ৰ অংশ হিচাপে অসমত থকা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে দাবী কৰে যে তেওঁক অসমৰ সমাজ সংস্কাৰক...

Read moreDetails

অধ্যাপকক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা ‘ভাবুকিপূৰ্ণ মন্তব্য’ক গৰিহণা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়খনৰ অধ্যাপক অখিল ৰঞ্জন দত্তক লৈ...

Read moreDetails

অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কেলেংকাৰিৰ অভিযোগৰ CBI তদন্ত বিচাৰিছে কংগ্ৰেছে

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সদস্যই সংঘটিত কৰা কেলেংকাৰিৰ চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনৰ (CBI) তদন্ত বিচাৰিছে কংগ্ৰেছ দলে। অসম...

Read moreDetails

হিমন্ত বিশ্ব শৰ্মালৈ মই ভয় কৰা নাইঃ ৰাহুল গান্ধীৰ হুংকাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মই ভয় কৰা নাই।- ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়তে দলীয় নেতা-কৰ্মীৰ...

Read moreDetails

ৰাহুল গান্ধীৰে গহপুৰত বিৰোধী দলৰ গুৰুত্বপূৰ্ণ বৈঠক

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে বিৰোধী ঐক্য মঞ্চৰ আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ অসম-অৰুণাচল সীমান্তৰ সোলেঙি এলেকাৰ ৰাজগড়ত ডেৰ...

Read moreDetails

কেথেৰিন জুন অধিকাৰী: অসমক হাড়ে-হিমজুৱে আকোৱালি লোৱা বিদেশী মহিলাগৰাকী

ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন কাৰিকৰী উপদেষ্টা আনন্দ দেৱ অধিকাৰীৰ সহধৰ্মিনী কেথেৰিন জুন অধিকাৰীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছো। বিদেশৰ জীয়ৰী হৈ অসমলৈ...

Read moreDetails

চৰকাৰৰ জনবিৰোধী নীতি আৰু নাৰী নিৰ্যাতনৰ বিৰুদ্ধে নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ ৰাজ্যিক সমাৱেশ

চৰকাৰৰ জনবিৰোধী নীতি আৰু নাৰী নিৰ্যাতনৰ বিৰুদ্ধে আজি গুৱাহাটীত অনুষ্ঠিত হয় নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ ৰাজ্যিক সমাৱেশ। এই সমাৱেশত...

Read moreDetails

চৰকাৰৰ হেঁচা! বিয়লি ৩ বজাৰ পূৰ্বে ৰাহুল গান্ধী যাব নোৱাৰিব বটদ্ৰৱা থানলৈ

কাইলৈ অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনৰ সময়তে ভাৰত জোড়ো ন্যায় যাত্ৰাত ব্যস্ত থকা ৰাহুল গান্ধীসহ কংগ্ৰেছৰ কেইবাজনো নেতাই বৰদোৱাৰ বটদ্ৰৱা থান...

Read moreDetails

অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আক্ৰমণ বিজেপি কৰ্মীৰ

ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশ লৈ থকাৰ সময়তে আজি বিজেপি কৰ্মীৰ আক্ৰমণৰ সন্মুখীন হৈছে অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক। শোণিতপুৰ...

Read moreDetails
Page 909 of 6158 1 908 909 910 6,158

Stay Connected

Recent News