অভিমত

দুৰ্নীতি: যেতিয়া ক্ষমতাই নিজৰ সেৱা কৰিবলৈ আৰম্ভ কৰে

​দুৰ্নীতিক সাধাৰণতে অতি সৰল ৰূপত বুজা যায়: ঘোচ লোৱা, ৰাজহুৱা ধনৰ অপব্যৱহাৰ কৰা, অবৈধভাৱে কাকো পক্ষপাতিত্ব কৰা, বা ব্যক্তিগত লাভৰ...

Read moreDetails

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ আহ্বানত সংঘটিত হোৱা নৱ-প্ৰজন্মৰ সমাৱেশে ভাৰতীয় ৰাজনীতিলৈ এক গুৰুত্বপূৰ্ণ বাৰ্তা কঢ়িয়াই আনিছে। এই আন্দোলনৰ তাৎক্ষণিক ৰাজনৈতিক...

Read moreDetails

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

বিক্ষোভৰ জুইত জ্বলি আছে সমগ্ৰ দেশ। দেশৰ ৰাজধানী দিল্লীৰ যন্তৰ-মন্তৰ এতিয়া ছাত্ৰ বিক্ষোভত অগ্নিগৰ্ভ হৈ পৰিছে। 'নীট' পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ...

Read moreDetails

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

মূল: কে এ ছাজি অনুবাদ: দুদুলমণি শৰ্মা   মই আৰম্ভণিৰ পৰাই সোনম ৱাংচুকক লৈ সৃষ্টি হোৱা উন্মাদনাত উটি যাবলৈ অস্বীকাৰ...

Read moreDetails

ইতিহাসৰ শিক্ষা

"ইতিহাসৰ পৰা শিক্ষা লোৱা"—এই বাক্যাংশটো আমি প্ৰায়ে শুনিবলৈ পাওঁ। কিন্তু ইতিহাসে সঁচাকৈয়ে শিক্ষা দিয়ে নে? যদি দিয়ে, তেন্তে সেই শিক্ষা...

Read moreDetails

ৰাজনীতি: সত্তা আৰু শঠতা

​ৰাজনীতি হৈছে জনজীৱন পৰিচালনাৰ শিল্প। ইয়াৰ মূল অৰ্থ কেৱল শাসন কৰাটো নহয়, বৰঞ্চ সমাজত ন্যায় আৰু সাম্য প্ৰতিষ্ঠা কৰাহে। কিন্তু...

Read moreDetails

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

দীপশিখা বৰা শইকীয়া জোনাক নিশা চোতালত বহি জোনবাইৰ সাধু শুনাৰ দিনবোৰ এতিয়া ইতিহাস হ’ল। বতাহত কঁপি উঠা গছৰ পাতখিলাৰ মাজত...

Read moreDetails

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

কৃত্ৰিম বুদ্ধিমত্তা (AI)-ৰ বাঢ়ি অহা ব্যৱহাৰে মানুহৰ বুদ্ধিমত্তা, কৰ্ম-সংস্থান আৰু সমাজ-অৰ্থনীতিৰ ওপৰত গভীৰ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। কিন্তু এই প্ৰভাৱ...

Read moreDetails

শিশুৰ মনস্তত্ত্ব আৰু এক সুস্থ শৈশৱৰ অন্বেষণ

বৰ্তমানৰ দ্ৰুতবেগী যান্ত্ৰিক যুগত শিশুৰ শাৰীৰিক স্বাস্থ্যৰ প্ৰতি আমি যিমান সচেতন, তেওঁলোকৰ মানসিক বিকাশৰ দিশটোৰ প্ৰতি সিমান মনোযোগ দিয়া পৰিলক্ষিত...

Read moreDetails
Page 2 of 72 1 2 3 … 72

Stay Connected

Recent News