চলিত বৰ্ষৰ অক্টোবৰত ভাৰতত অনুষ্ঠিত হ'ব টি২০ বিশ্বকাপ। বিশ্বকাপৰ বাবে বৈৰী দেশ পাকিস্তানৰ ক্ৰিকেট দলটোৱে ভাৰতলৈ আগমণ কৰিব পাৰিবনে নাই,...
Read moreDetailsশনিবাৰে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ (CWC) এখন বৈঠক অনুষ্ঠিত হৈ যায়। বৈঠকত দেশৰ ক'ভিড-১৯ পৰিস্থিত সম্পৰ্কে আলোচনা কৰা নাই। বেঠকৰ শেষত,...
Read moreDetailsকৰোণাভাইৰাচ আঁতৰি যাব, যদিহে মানুহে গাত ৰ'দ লয়। যি সময়ত বিশ্বৰ চিকিৎসা বিশেষজ্ঞসকলে কৰোণাভাইৰাচ প্ৰতিৰোধৰ বাবে গৱেষণা অব্যাহত ৰাখিছে, সেই...
Read moreDetailsকুম্ভ মেলাৰ পৰা নিজ ৰাজ্যলৈ উভটি অহা ভক্তসকলে 'প্ৰসাদ' হিচাপে ক'ভিড বিয়পাব। এই ভাষ্য আগবঢ়াইছে মুম্বাইৰ মেয়ৰ কিশোৰী পাডনেকাৰে। শনিবাৰে...
Read moreDetailsজামিন লাভ কৰিলে লালকিল্লাত হিংসা বিয়পোৱাৰ অভিযোগত অভিযুক্ত অভিনেতা দীপ সিদ্ধু। কেন্দ্ৰীয় চৰকাৰে নতুনকৈ প্ৰণয়ন কৰা কৃষি আইন তিনিখনৰ বিৰোধিতাৰে...
Read moreDetailsকাষ্ট্ৰো যুগৰ অন্ত পৰিবলৈ উলাইছে কিউবাত। কমিউনিষ্ট দেশখনত পৰিবৰ্তনৰ বতাহ বলিবলৈ আৰম্ভ কৰিছে। শাসনাধীস্থ কমিউনিষ্ট পাৰ্টিৰ শীৰ্ষ নেতৃত্ব এৰি দিলে...
Read moreDetailsঅনলাইন শ্বপিংযোগে কোনে এক সামগ্ৰী অৰ্ডাৰ দি ভুলক্ৰমে আন এটা সামগ্ৰী লাভ কৰাটো নতুন কথা নহয়। ই প্ৰায়ে এটা তিক্ত...
Read moreDetailsমাস্ক নিপিন্ধা ৰে’ল যাত্ৰীক এতিয়াৰে পৰা ৰে’ল কৰ্তৃপক্ষই জৰিমনা বিহিব। ৰে’লৱে কৰ্তৃপক্ষই শনিবাৰে ঘোষণা কৰা অনুসৰি ৰে’লৱে আইনৰ অধীনত মাস্ক...
Read moreDetailsবলিউডৰ জনপ্ৰিয় অভিনেতা ছনু সুদৰ কভিড পজিটিভ পোৱা গৈছে। অভিনেতাজনে সামাজিক মাধ্যমৰ যোগেৰে এই কথা জনাইছে। অনুৰাগীসকলক তেওঁ কৈছে যে...
Read moreDetailsঅৱশেষত মুকলি আকাশৰ তললৈ অহাটো নিশ্চিত হ'ল ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তথা বিহাৰৰ কাৰাৰুদ্ধ কাৰাৰুদ্ধ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ।...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd