পুনৰ যোগী আদিত্যনাথৰ শাসিত উত্তৰ প্ৰদেশত গুলীয়াই হত্যা কৰা হৈছে এজন সাংবাদিকক। সোমবাৰে ৰাতি উত্তৰ প্ৰদেশৰ বালিয়া জিলাৰ ৰতন সিং(৪৫)...
Read moreDetailsৰাজধানী দিল্লীৰ ৰাজৌৰি পাৰ্কত এগৰাকী ১২ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে এজন ৪২ বছৰীয়া ব্যক্তি। আৰক্ষীৰ...
Read moreDetailsহাজাৰ বছৰীয়া প্ৰাচীন গুপ্ত ধনৰ সন্ধান লাভ কৰিছে এখন দেশে। মাটি খান্দোতে ওলাল শ শ স্বৰ্ণমুদ্ৰা। এদল কিশোৰ-কিশোৰীয়ে উদ্ধাৰ কৰিছে...
Read moreDetailsপ্ৰৱঞ্চক তথা বেংক জালিয়াতিৰ খলনায়ক নীৰৱ মোদীৰ পত্নীৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ নোটিছ জাৰি কৰিছে ইন্টাৰপ’লে। ধন আত্মসাৎ আৰু ঋণ অপৰিশোধৰ...
Read moreDetailsদেশৰ ৰাজধানী দিল্লীৰ আম আদমি পাৰ্টি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে বিজেপিৰ ‘জন আন্দোলন’ত অংশ লোৱাৰ বাবে সমাজকৰ্মী আন্না হাজাৰেক অনুৰোধ জনাইছে...
Read moreDetailsক’ৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে ২৬ আগষ্টৰ পৰা ৪ ছেপ্তেম্বৰলৈকে দক্ষিণ অসমৰ তিনিখন জিলাত সম্পূৰ্ণ লকডাউন...
Read moreDetailsবিশ্বৰ আটাইতকৈ দ্ৰুততম, সফল তথা আঠবাৰৰ অলিম্পিক চেম্পিয়ন স্প্ৰিণ্টাৰ উছেইন ব’ল্ট ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। স্প্ৰিণ্টাৰ গৰাকীয়ে সোমবাৰে এই কথা জনায়।...
Read moreDetailsএগৰাকী একনায়ক। সমগ্ৰ বিশ্বৰে দৃষ্টি নিৱদ্ধ তেওঁৰ ওপৰত। কি কৰে? ক’ত যায়? কি খায়? এই একনায়কত্বাদী শাসক গৰাকীৰ সমগ্ৰ তথ্য...
Read moreDetailsলাডাখ পৰা ছিকিম আনকি অৰুণাচললৈকে শান্ত নহয় চীন-ভাৰতৰ সীমান্ত। লাডাখ সীমান্তত যোৱা ১৫ জুনত হোৱা ৰক্তক্ষয়ী সংঘৰ্ষত ভাৰতৰ ২০ গাৰীক...
Read moreDetailsক্ৰমাৎ ধৰ্মোদ্মাদ বৃদ্ধি পাইছে দেশে বিদেশে। যেন পাহৰি গৈছে মানৱতাই পৰম ধৰ্ম! কি জনতা! কি শাসক! সকলোৱে যেন একে পথৰে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd