Popular Stories

ম্যাদ ওকলাৰ পিছতো চালকৰ অনুজ্ঞাপত্ৰ নৱীকৰণ কৰিব পাৰিব; পিছে কেনেকৈ কৰিব আবেদন?

ম্যাদ ওকলাৰ পিছতো আপুনি জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়লৈ নোযোৱাকৈ চালকৰ অনুজ্ঞাপত্ৰ নৱীকৰণ কৰিব পাৰিব। বৃহস্পতিবাৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ...

Read moreDetails

আত্মহত্যাৰ বাবে প্ৰৰোচনা গোচৰ : অৰ্ণৱ গোস্বামীক পুনৰ সকাহ প্ৰদান বোম্বে উচ্চ ন্যায়ালয়ৰ

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক আকৌ সকাহ প্ৰদান কৰিছে বোম্বে উচ্চ ন্যায়ালয়ে। শুকুৰবাৰে বোম্বে উচ্চ ন্যায়ালয়ে অৰ্ণৱ গোস্বামীক আত্মহত্যাৰ...

Read moreDetails

বলিউদ ড্ৰাগছ কাণ্ড : ৰীয়া চক্ৰৱৰ্তীসহ অন্য ৩২ গৰাকীৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল এনচিবিৰ

শুকুৰবাৰে নাৰ্ক’টিকছ কন্ট্ৰ’ল ব্যুৰ’(NCB)এ বলিউদৰ ড্ৰাগছ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত অভিনেত্ৰী ৰীয়া চক্ৰৱৰ্তীসহ ৩২ গৰাকী লোকৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল...

Read moreDetails

দলিত যুৱকৰ সৈতে পলাই যোৱা কিশোৰীক হত্যা পিতৃৰ : ক’ত সংঘটিত হৈছে এই ঘটনা?

দলিত যুৱকৰ সৈতে পলায়ণ কৰা এগৰাকী কিশোৰীক হত্যা কৰাৰ এক জঘন্য ঘটনা পোহৰলৈ আহিছে। ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ২৬ ফেব্ৰুৱাৰিত...

Read moreDetails

দক্ষিণ কোৰিয়াৰ প্ৰথমগৰাকী ট্ৰেন্সজেণ্ডাৰ সৈনিকৰ মৃতদেহ উদ্ধাৰ : যোৱা বৰ্ষত পুৰুষৰ পৰা মহিলা হৈছিল সৈনিকগৰাকী

দক্ষিণ কোৰিয়াৰ প্ৰথমগৰাকী ট্ৰেঞ্চজেণ্ডাৰ সৈনিকৰ মৃতদেহ উদ্ধাৰ হৈছে। যোৱা বুধবাৰে সৈনিকগৰাকীৰ নিজা বাসগৃহত মৃতদেহটো উদ্ধাৰ কৰা বুলি প্ৰকাশ কৰিছে দেশখনৰ...

Read moreDetails

বিজেপিয়ে শিৱসেনাক ‘হিন্দুত্ব’ শিকোৱাৰ প্ৰয়োজন নাই : উদ্ধৱ ঠাকৰে

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই বুধবাৰে বিভিন্ন বিষয়ত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰিছে। বিজেপিৰ ‘হিন্দুত্ব’ক লৈ সন্দেহ প্ৰকাশ কৰি ঠাকৰেই প্ৰশ্ন কৰে...

Read moreDetails

বেংগালুৰু- চিমলা আটাইতকৈ স্বাচ্ছন্দ্যকৰ চহৰ, ইন্দোৰ- নতুন দিল্লী শ্ৰেষ্ঠ মিউনিচিপালিটী কৰ্পৰেচন : কেন্দ্ৰৰ জৰীপত প্ৰকাশ

বেংগালুৰু আৰু চিমলা ভাৰতৰ আটাইতকৈ বসবাসৰ বাবে স্বাচ্ছন্দ্যজনক চহৰ। আনহাতে, ইন্দোৰ আৰু নতুন দিল্লী আটাইতকৈ শ্ৰেষ্ঠ মিউনিচিপালিটি। বুধবাৰে এই তথ্য...

Read moreDetails

বংগ নিৰ্বাচন : তৃণমূল কংগ্ৰেছক সমৰ্থন জনালে শিৱ সেনাই, ‘বংগৰ বাঘিনী’ আখ্যা মমতাক

ৰাষ্ট্ৰীয় জনতা দল (আৰ.জে.দি.) আৰু সমাজবাদী পাৰ্টিৰ পাছত এইবাৰ শিৱসেনাইও মমতা বেনাৰ্জীৰ প্ৰতি সমৰ্থন ঘোষণা কৰিছে। পশ্চিমবংগৰ আগন্তুক বিধানসভাত শিৱ...

Read moreDetails

কভিড-১৯ : অত্যধিক মেদবহুল লোকে বাস কৰা দেশসমূহত মৃ্ত্যুৰ হাৰ অধিক!

অত্যধিক মেদবহুলতাই কভিড-১৯ত মৃত্যুমুখত পেলাব পাৰে! শেহতীয়া এক তথ্য অনুসৰি, অত্যধিক মেদবহুল লোকে বাস কৰা দেশসমূহৰ কভিড-১৯ত মৃ্ত্যুৰ হাৰ বেছি।...

Read moreDetails

জামিনত মুক্তিলাভ কৰিলে নদীপ কৌৰৰ সহযোগী শ্ৰমিক অধিকাৰ কৰ্মী শিৱ কুমাৰে

হাৰিয়ানাৰ সনেপট জিলাৰ এখন স্থানীয় ন্যায়ালয়ে শ্ৰমিক অধিকাৰ কৰ্মী শিৱ কুমাৰক তেওঁৰ ওপৰত আৰোপিত তিনিওটা গোচৰত জামিন প্ৰদান কৰিছে। উল্লেখযোগ্য...

Read moreDetails
Page 1107 of 1524 1 … 1,106 1,107 1,108 … 1,524

Stay Connected

Recent News