Popular Stories

চাৰ্জিলৰ মুখেৰে আবেগত ওলাইছিল অসমক দেশৰ পৰা বিচ্ছিন্ন কৰাৰ কথা

ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ চাৰ্জিল ইমামৰ স্বীকাৰোক্তিয়ে সৃষ্টি কৰিছে চাঞ্চল্যৰ। দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ এটা...

Read moreDetails

ইতিহাস গঢ়িলে মণিপুৰৰ ফুটবলাৰ বালা দেৱীয়ে

মণিপুৰবাসীৰ লগতে ভাৰতক গৌৰৱান্বিত কৰি বিদেশী ক্লাবৰ সৈতে জড়িত হৈ পৰা একমাত্ৰ পেচাদাৰী ভাৰতীয় মহিলা ফুটবলাৰত পৰিণত হ’ল প্ৰতিভাৱান ফুটবলাৰ বালা...

Read moreDetails

মণিপুৰৰ মহিলাৰ শৰীৰত ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ লক্ষণ

মণিপুৰৰ এগৰাকী মহিলাৰ শৰীৰত ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ লক্ষণ ধৰা পৰিছে। সংবাদ মাধ্যমৰ বাতৰি মতে মহিলাগৰাকীয়ে কিছু দিন পূৰ্বে দক্ষিণ পূব...

Read moreDetails

ধোনীৰ নামত থকা আৰু এটা ৰেকৰ্ড ভংগ কৰিলে বিৰাট কোহলীয়ে

নিউজিলেণ্ডৰ হেমিল্টনত অনুষ্ঠিত টি-২০ শৃংখলাৰ তৃতীয়খন মেচত এক অনবদ্য অভিলেখ গঢ়িবলৈ সক্ষম হয় ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে। ভাৰতৰ...

Read moreDetails

গৰ্ভপাতৰ উৰ্দ্ধসীমা ২৪ সপ্তাহলৈ বৃদ্ধিৰ বাবে কেন্দ্ৰ চৰকাৰৰ প্ৰস্তুতি

গৰ্ভপাতৰ উৰ্দ্ধসীমা বৃদ্ধি কৰি ২০ সপ্তাহৰ পৰিৱৰ্তে ২৪ সপ্তাহ কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে। আহিবলগীয়া বাজেট অধিবেশনতে এই...

Read moreDetails

পৰেশ বৰুৱাই আলোচনালৈ অহাৰ সুযোগ এৰিলে নিজৰ ভৰিত নিজে কুঠাৰ মৰা হ’ব : অভিজিৎ শৰ্মা

বিদ্ৰোহী সশস্ত্ৰ সংগঠন আলফাৰ সেনাধক্ষ্য পৰেশ বৰুৱাক বিৰোধিতা কৰি অহা তথা সমালোচনাৰে থকা সৰকা কৰা অসম পাব্লিক ওৱৰ্কছ (এ পি...

Read moreDetails

C(A)A-ৰ বিৰোধিতা বিজেপি বিধায়কৰ; ক’লে সেইখন ফালি পেলাওক

নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাৰে সমগ্ৰ দেশত আন্দোলন অব্যাহত থকাৰ সময়তে এইবাৰ আইনখনৰ বিৰোধিতা কৰিছে স্বয়ং ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী বিধায়কে।...

Read moreDetails

অৰুণাচলৰ বিধায়ক তিৰং আবহৰ হত্যাকাণ্ড; NSCN (IM)ৰ ৪ কেডাৰৰ বিৰুদ্ধে চাৰ্জশ্বীট

অৰুণাচল প্ৰদেশৰ পশ্চিম খুনচা বিধানসভাৰ সমষ্টিৰ বিধায়ক তিৰং আবহৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা নিয়াই ২৮ জানুৱাৰীত NSCN...

Read moreDetails

ধোনীলৈ মনত পৰে টিম ইণ্ডিয়াৰ? এতিয়াও খালী আছে কোণৰ ছীট

নিউজিলেণ্ডৰ বিৰুদ্ধে ২-০ত আগবাঢ়ি থকা ভাৰতীয় ক্ৰিকেট দলটোৱে বুধবাৰে শৃংখলাৰ তৃতীয়খন টি-২০ মেচত অংশ ল’ব। ইয়াৰ বাবে ইতিমধ্যে বাছেৰে গৈ...

Read moreDetails

আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ আহ্বান

সোমবাৰে নতুন দিল্লীত ঐতিহাসিক বড়ো চুক্তি সম্পাদনাৰ পিছতেই মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাকো শান্তি আলোচনাৰ...

Read moreDetails
Page 1295 of 1403 1 1,294 1,295 1,296 1,403

Stay Connected

Recent News