অসমবাসীৰ বাবে এটা ভাল খবৰ। ২৬ জানুৱাৰীত নতুন দিল্লীৰ ৰাজঘাটত আয়োজিত গণৰাজ্য দিৱসৰ পেৰেডত অংশ লোৱা অসমৰ প্ৰতীক পটে প্ৰথম...
Read moreDetailsঅন্ধবিশ্বাস, ডাইনী কাণ্ড, সাম্প্ৰদায়িকতা, সন্ত্ৰাসবাদৰ লগতে সমাজবিৰোধী কামৰ বিৰুদ্ধে দুটা দশক সংগ্ৰাম অব্যাহত ৰখা মানৱ অধিকাৰ তথা সমাজকৰ্মী ড° দিব্যজ্যোতি...
Read moreDetailsআজি নতুন দিল্লীত সম্পাদিত ঐতিহাসিক বড়ো চুক্তিত ৰাজনৈতিক ষড়যন্ত্ৰ জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই। সাংসদগৰাকীয়ে...
Read moreDetailsবলিউদী গায়ক তথা সংগীত শিল্পী আদনান চামিক পদ্মশ্ৰী সন্মান আগবঢ়োৱাত অসন্তুষ্টি প্ৰকাশ কৰি দেওবাৰে কংগ্ৰেছে মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰে।...
Read moreDetailsআজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বড়ো নেতৃত্বই...
Read moreDetailsযদি আপুনি ৰন্ধন গেছৰ চিলিণ্ডাৰ ব্যৱহাৰ কৰে তেন্তে আজি আমি এই বিশেষ লিখনিটোৰ জৰিয়তে আপোনাক জনাবলৈ চেষ্টা কৰিম কেইবাটাও গুৰুত্বপূৰ্ণ...
Read moreDetailsঅসমত চাকৰি কৰিব নোৱাৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্তানে। কিয়নো অসমৰ দীৰ্ঘকালৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সন্তান পঢ়ে...
Read moreDetailsটেষ্ট ক্ৰিকেটত ৫০০০০০ ৰান কৰা বিশ্বৰ প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে ইংলেণ্ড। জোহাঞ্চবাৰ্গত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা শৃংখলাৰ চতুৰ্থখন টেষ্টত...
Read moreDetails২০১৯ বৰ্ষৰ দুৰ্গা পূজা গ’ল, খ্ৰীষ্টমাছ পাৰ গৈ গ’ল, নতুন বছৰৰ উল্লাস আৰু ভোগালীৰ ভোগৰ আনন্দ উপভোগ কৰিলে মহানগৰবাসীয়ে। বাতৰিত...
Read moreDetailsপেন কাৰ্ডৰ পাছত এইবাৰ ভোটাৰ আই ডি কাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাব লাগিব আপুনি। সূত্ৰ মতে, দেশৰ আইন মন্ত্ৰীয়ে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd