Popular Stories

ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অনা মহিলা কৰ্মচাৰীক ঘূৰাই দিয়া হ’ল চাকৰি

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অনা মহিলা কৰ্মচাৰী গৰাকীক উচ্চতম ন্যায়ালয়ে পুনৰ আগৰ পদত নিয়োগ কৰিছে।...

Read moreDetails

খেল’ ইণ্ডিয়াত অথন্তৰ; অসম-মধ্য প্ৰদেশৰ খৈলুৱৈৰ মাজত হতাহতি

গুৱাহাটীত চলি থকা তৃতীয় সংখ্যক খেল’ ইণ্ডিয়া য়ুথ গেইমছত মঙলবাৰে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। অসম আৰু মধ্য প্ৰদেশৰ খৈলুৱৈৰ...

Read moreDetails

দেশত অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিছে নিবনুৱাৰ হাৰ; আশ্বৰ্য্যকৰ তথ্য প্ৰকাশ

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিয়ে শাসনভাৰ দখল কৰাৰ পিছৰে পৰা দেশত অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিছে নিবনুৱাৰ সংখ্যা। শেহতীয়া এক তথ্য...

Read moreDetails

গুজৰাটত মহিলাৰ প্ৰস্ৰাৱগাৰত সোমাল কংগ্ৰেছ নেতা ৰাহুল গান্ধী

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে গুজৰাটত মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণেৰে বিজেপি বিৰোধী সভা অনুষ্ঠিত কৰি আহিছে। চোটা...

Read moreDetails

Zomato ৰ প্লেটলৈ আহিল উবেৰ ইটছ; ৩৫ কোটি ডলাৰত কিনিলে ভাৰতীয় ব্যৱসায়

অনলাইন খাদ্য যোগান ধৰা ৱেবছাইট Zomato এ উবেৰ ইটছ ইণ্ডিয়াৰ ৫৫ শতাংশ চেয়াৰ নিজৰ নামত কৰি লৈছে। মঙলবাৰে Zomato এ...

Read moreDetails

ৰাবাৰ খেতিয়ে ত্ৰিপুৰাত ড্ৰাগছৰ বেপাৰ আৰু বেদখলত ‘উৎসাহ’ যোগাইছে

ত্ৰিপুৰাত ৰাবাৰ খেতি এক লাভজনক ব্যৱসায়, কিন্তু দুটা কাৰণত এই খেতিয়ে বৰ্তমানৰ ৰাজ্য চৰকাৰখনক সমস্যাত পেলাইছে – ড্ৰাগছ আৰু বেদখল।...

Read moreDetails

কেৰালা, পঞ্জাবৰ পিছত এইবাৰ পশ্চিমবংগ; উত্তৰ-পূবৰ চৰকাৰ সমূহলৈও ‘কা’ বিৰোধী প্ৰস্তাৱ গ্ৰহণৰ আহ্বান মমতাৰ

কেৰালা আৰু পঞ্জাবৰ পিছত এইবাৰ বিধানসভাত ‘কা’ৰ বিৰুদ্ধে প্ৰস্তাৱ ল’বলৈ সাজু হৈছে পশ্চিমবংগ চৰকাৰ। সোমবাৰে মুখ্য মন্ত্ৰী মমতা বেনাৰ্জিয়ে তেওঁলোকৰ...

Read moreDetails

মহেশ ভাটে কিয় নিজৰ জীয়েকক বিয়া কৰাব বিচাৰিছিল; কাৰণ জানি আচৰিত হ’ব আপুনি

বলিউদৰ বৰ্ষীয়ান চলচ্চিত্ৰ নিৰ্মাতা মহেশ ভাটে মাজে সময়ে যথেষ্ট বিতৰ্কিত মন্তব্য আগবঢ়াই সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে। কাজলক প্ৰয়োজনাধিক...

Read moreDetails

PUBGৰ নিচাৰ পৰা সাৱধান; খেলি থাকোতেই ব্ৰেইন ষ্ট্ৰ’কৰ ফলত যুৱকৰ মৃত্যু

মহাৰাষ্ট্ৰৰ পুনে মহানগৰত PUBG খেলি এজন যুৱক মৃত্যুক সাবটিবলগীয়া এক ঘটনা সংঘটিত হৈছে। নিহত যুৱকজনক হৰ্ষল মেমান বুলি চিনাক্ত কৰা...

Read moreDetails

টেট পৰীক্ষাৰ্থীক পূৰাই থোৱা OMR শ্বীট যোগান; গোৱালপাৰাত এজনক গ্ৰেপ্তাৰ

দেওবাৰে টেট পৰীক্ষা চলি থকাৰ মাজতে এজন পৰীক্ষাৰ্থীক বাহিৰৰ পৰা এখন পূৰাই থোৱা OMR (Optical Mark Recognition) শ্বীট যোগানৰ চেষ্টা...

Read moreDetails
Page 1299 of 1402 1 1,298 1,299 1,300 1,402

Stay Connected

Recent News