Popular Stories

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

পাৰিবাৰিক সন্মান আৰু প্ৰেমৰ টান – এই দুই দ্বন্দ্বৰ মাজত পৰি যে এনে এক শিহৰণকাৰী অপৰাধৰ ষড়যন্ত্ৰ ৰচনা কৰা হ’ব...

Read moreDetails

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

ইণ্টাৰ মিয়ামি। লিয়নেল মেছিৰ চহৰ। যিখন চহৰত কেইবছৰমান আগতেও ফুটবলৰ প্ৰতি বিশেষ আগ্ৰহ নাছিল, এতিয়া মেছিৰ কৃপাত প্ৰতিটো ঘৰতে ফুটবলৰ...

Read moreDetails

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

আজিকালিৰ ব্যস্ত জীৱনত জিমলৈ যোৱাৰ সময় প্ৰায় বহুতৰে নাই। অথচ নিজকে সুস্থ ৰখাটো অতি প্ৰয়োজন। কেতিয়াবা চৰ্দি-কাহ আৰু কেতিয়াবা দুশ্চিন্তাই...

Read moreDetails

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চিচিলিছ নেচনেল বোটানিকেল গাৰ্ডেন ভ্ৰমণৰ সময়ত জনাথন নামৰ পৃথিৱীৰ আটাইতকৈ পুৰণি জীৱিত প্ৰাণীটোক সাক্ষাৎ কৰে। এই বিশেষ...

Read moreDetails

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

প্ৰতিশোধ? পাৰিবাৰিক শত্ৰুতা? নে ধন-সম্পত্তি? পুনেৰ ব্যৱসায়ীৰ পুত্ৰ কেতন আগৰৱালাৰ হত্যাৰ প্ৰকৃত কাৰণ কি, তাক লৈ যেতিয়া এটাৰ পিছত এটাকৈ...

Read moreDetails

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

বিশ্বকাপত একেৰাহে তিনিখন খেলত ড্ৰ কৰিছে ইৰানে। পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰাক লৈ অনিশ্চয়তাত ভুগিছে দলটো। ইয়াৰ মাজতে ফিফা আৰু সংস্থাটোৰ...

Read moreDetails

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰত আৰু বাংলাদেশৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ অৱনতি ঘটাৰ সময়তে বাংলাদেশৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী তাৰিক ৰহমানে নিজৰ প্ৰথমখন বিদেশ ভ্ৰমণৰ বাবে চীনক...

Read moreDetails

সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

লাডাখৰ পৰা অৰুণাচল প্ৰদেশলৈকে ভাৰতীয় ভূখণ্ডত চীনৰ দুখোজ আগুৱাই আৰু এখোজ পিছুৱাই যোৱা 'চালামি স্লাইচিং' নীতি অতি পৰিচিত। ভাৰতীয় সেনাই...

Read moreDetails

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

নিজৰ মন্ত্ৰালয়ৰ পৰাই এক কোটি টকাৰ ৰাজসাহায্য বা চাবচিডি লোৱাৰ বিৰোধীৰ অভিযোগৰ মাজতে কেন্দ্ৰীয় কৃষি ৰাজ্যিক মন্ত্ৰী ভাগীৰথ চৌধুৰীয়ে এই...

Read moreDetails

সংসদত মিছা মাতিছিল নেকি ৰাজনাথ সিঙে? ‘অপাৰেচন সিন্দুৰ’ত ৬ জোৱান ছহিদ হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই কেন্দ্ৰলৈ তীব্ৰ বাক্যবাণ বিৰোধীৰ

যোৱা শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে ‘অপাৰেচন সিন্দুৰ’ৰ সময়ত দেশৰ হকে প্ৰাণ আহুতি দিয়া ছগৰাকী সেনা জোৱানৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰাৰ পাছতেই...

Read moreDetails
Page 135 of 1553 1 … 134 135 136 … 1,553

Stay Connected

Recent News