Popular Stories

পলিঅ’ মুক্ত ভাৰতলৈ পুনৰ ভাবুকি! পলিঅ’ভাইৰাছৰ উপস্থিতি পোৱা গৈছে গাজিয়াবাদৰ নলাৰ পানীত

উত্তৰ প্ৰদেশৰ গাজিয়াবাদস্থিত দুন্দাহেৰা জল শোধন প্ৰকল্পৰ নলাৰ পানীৰ নমুনাত 'ভেকচিন ডিৰাইভড পলিঅ' ভাইৰাছ' (ভি ডি পি ভি) টাইপ-১ ধৰা...

Read moreDetails

বিশ্বকাপৰ আনন্দত চেঁচা পানী ঢালিছে নেকি আমেৰিকাই? বিমান বন্দৰৰ পৰাই ঘূৰাই পঠিওৱা হ’ল ফিফাৰ মনোনীত আফ্ৰিকান ৰেফাৰীক

আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ যৌথ উদ্যোগত ১১ জুনৰ পৰা আৰম্ভ হ'বলগীয়া ফিফা বিশ্বকাপৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কঠোৰ...

Read moreDetails

পেট্ৰ’লতকৈ ২০ টকা সস্তা! বজাৰলৈ আহিল পৰিৱেশ-অনুকূল ‘ই-৮৫’, আপোনাৰ গাড়ীত চলিবনে এই নতুন ইন্ধন?

বিশ্ব বজাৰত খাৰুৱা তেলৰ ক্ৰমৱৰ্ধমান মূল্যবৃদ্ধি আৰু গোলকীয় অস্থিৰতাৰ সময়তে দেশবাসীলৈ সকাহ দি কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।...

Read moreDetails

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

কেটৰিনা কাইফ বৰ্তমান সম্পূৰ্ণৰূপে নিজৰ ব্যক্তিগত জীৱনক লৈ ব্যস্ত। সন্তানৰ জন্মৰ পাছত তেওঁ চিনেমা জগত স্থায়ীভাৱে এৰি দিলে নেকি, তাক...

Read moreDetails

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

সোমবাৰে ওমানৰ ওচৰত এখন বাণিজ্যিক জাহাজত আমেৰিকাৰ সেনাই আক্ৰমণ চলায়। সেই জাহাজখনত ২৪ জন ভাৰতীয় নাৱিক আছিল। অৱশ্যে এই ঘটনাত...

Read moreDetails

বিশ্বকাপত এছিয়াৰ নখন দেশৰ সূৰ্যোদয়, ক্ৰমান্বয়ে অন্ধকাৰৰ দিশে ভাৰত! পলকতে এছিয়ান দেশসমূহৰ শক্তি আৰু দুৰ্বলতা

লিঅনেল মেছিক মাত্ৰ এবাৰ চাবলৈ এইখন ভাৰতত কোটি কোটি টকা খৰচ কৰা হয়। কিন্তু সেইখন ভাৰততেই ফুটবলৰ অৱস্থা অতি শোচনীয়।...

Read moreDetails

আৰ্জেণ্টিনাক সমৰ্থন কৰাৰ ‘পাপ’! দহ লিটাৰ গাখীৰেৰে স্নান কৰি ব্ৰাজিলৰ সমৰ্থক হ’ল যুৱক

ফুটবল বিশ্বকাপ আৰম্ভ হ'বলৈ আৰু বেছি দিন নাই। বিশ্বকাপৰ জ্বৰ ক্ৰমান্বয়ে চাৰিওফালে বিয়পি পৰিছে। এনে সময়তে বাংলাদেশৰ শ্বেৰপুৰত এক আচৰিত...

Read moreDetails

সংবিধান সংশোধনৰ বাবে প্ৰয়োজন দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা, তৃণমূল কংগ্ৰেছ ভাঙি লোকসভাত ‘মেজিক নম্বৰ’ লাভ কৰিবলৈ সক্ষম হ’বনে এনডিএ?

তৃণমূল কংগ্ৰেছ দলৰ ভিতৰচৰাত এতিয়া ডাঙৰ খহনীয়া দেখা গৈছে। মমতা বেনাৰ্জীৰ সংগ ত্যাগ কৰি বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট চমুকৈ...

Read moreDetails

অতিৰিক্ত পৰিমাণে ৰাসায়নিক কীটনাশক ব্যৱহাৰৰ অভিযোগ: জাপানৰ পাছত এইবাৰ নেপালতো নিষিদ্ধ ভাৰতীয় আম

জাপানৰ পিছত এইবাৰ চুবুৰীয়া দেশ নেপালৰ মাটিত নিষিদ্ধ কৰা হৈছে ভাৰতৰ পৰা যোৱা আম। আম উৎপাদনৰ সময়ত অতিৰিক্ত পৰিমাণে ৰাসায়নিক...

Read moreDetails

বিশ্বকাপ খেলিবলৈ যোৱা ইৰাকৰ তাৰকা খেলুৱৈক আমেৰিকাত সন্ত্ৰাসবাদীৰ সন্দেহ, বিমান বন্দৰত সাত ঘণ্টা ধৰি জেৰা

দীৰ্ঘ চাৰিটা দশকৰ অন্তত ইৰাকৰ ফুটবল দলে আকৌ এবাৰ বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰতিযোগিতা বিশ্বকাপৰ মঞ্চত খেলিবলৈ যোগ্যতা অৰ্জন কৰিছে। এই...

Read moreDetails
Page 134 of 1526 1 … 133 134 135 … 1,526

Stay Connected

Recent News