Popular Stories

ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ বাবে চিবিএছই ব’ৰ্ডৰ পৰীক্ষা স্থগিত

পশ্চিম এছিয়াত চলি থকা তীব্ৰ উত্তেজনা আৰু ইৰাণ-ইজৰাইল সংঘাতৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড চমুকৈ চিবিএছইয়ে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ...

Read moreDetails

খাকী চাবলৈ গৈ মিছাতে ৩ ঘণ্টা সময় কোনো কাৰণতে অপব্যয় নকৰিব

খাকী ছবিখনৰ নাম ইতিমধ্যেই অসমৰ ৰাইজৰ অৱগত। ছবিখনৰ কাহিনী, চিত্ৰনাট্য লিখিছে অতনু ভূঞাই। ছবিখন পৰিচালনাও কৰিছে অতনু ভূঞায়েই। যোৱা ২৭...

Read moreDetails

কাজিৰঙাত চৰকাৰী অৰ্কিড উদ্যান স্থাপনক লৈ বিতৰ্ক: চৰকাৰৰ বিৰুদ্ধে প্ৰতিশোধৰ ৰাজনীতিৰ অভিযোগ বিধায়ক অখিল গগৈৰ

কাজিৰঙাত অসম চৰকাৰে মুকলি কৰিবলৈ ওলোৱা এখন নতুন চৰকাৰী অৰ্কিড উদ্যানক লৈ ৰাজ্যৰ ৰাজনৈতিক আৰু সামাজিক মহলত তীব্ৰ বিতৰ্কৰ সৃষ্টি...

Read moreDetails

হোলী খেলাৰ পিছত ৰং উঠাবলৈ বহুত সময় লাগে? জানি লওক কেইটামান উপায়, নিমিষতে হ’ব দূৰ

হোলী খেলাৰ পিছত আপুনি আৰু ৰং উঠাবলৈ ঘণ্টাৰ পিছত ঘণ্টা নষ্ট কৰিব নালাগে! নাৰিকল তেল বা অলিভ অইল মিহলাই ৰং...

Read moreDetails

ইৰাকত পুনৰ নিৰ্মম হত্যাকাণ্ড: দুৰ্বৃত্তৰ গুলীত নিহত প্ৰখ্যাত নাৰী অধিকাৰ কৰ্মী য়ানাৰ মহম্মদ

ইৰাকৰ ৰাজধানী বাগদাদত সোমবাৰে পুৱা এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হয়। দেশখনৰ প্ৰখ্যাত নাৰী অধিকাৰ কৰ্মী তথা বঁটাবিজয়ী সমাজকৰ্মী য়ানাৰ মহম্মদক...

Read moreDetails

সিন্ধুৰ পানী বণ্টনক লৈ ভাৰত-পাকৰ মাজত নতুন সংঘাত: আৰু কাৰ্যকৰী নহয় ১৯৬০ চনৰ চুক্তিৰ চৰ্তাৱলী

ঐতিহাসিক সিন্ধু জলচুক্তিক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত পুনৰবাৰ তীব্ৰ সংঘাতৰ সূচনা হৈছে। পাকিস্তানৰ ধাৰাবাহিক সতৰ্কবাণীক আওকাণ কৰি ভাৰতে সিন্ধুৰ...

Read moreDetails

পশ্চিম এছিয়াৰ সংঘাত: ভাৰতীয় বাণিজ্য আৰু আমদানিত ভয়াৱহ অনিশ্চয়তাৰ আশংকা

আমেৰিকা আৰু ইৰানৰ মাজত চলি থকা দীৰ্ঘদিনীয়া উত্তেজনাই অদূৰ ভৱিষ্যতে ভাৰতৰ আন্তৰ্জাতিক বাণিজ্যৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব পাৰে বুলি আশংকা...

Read moreDetails

ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত ৫৭ শতাংশ পদ খালী: ব্যাহত হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণৰ কাম-কাজ

দেশৰ শীৰ্ষ শৈক্ষিক প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত (NCERT) বৰ্তমান আধাৰো অধিক অনুমোদিত পদ দীৰ্ঘদিন ধৰি খালী হৈ...

Read moreDetails

ইৰাণে আগতীয়াকৈ আক্ৰমণ কৰাৰ কোনো চোৰাংচোৱা তথ্য নাছিল; পেন্টাগনৰ বিস্ফোৰক স্বীকাৰোক্তি

ইৰাণৰ বিৰুদ্ধে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ সামৰিক অভিযানক লৈ এতিয়া আমেৰিকাত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। শেহতীয়াকৈ পেন্টাগনৰ বিষয়াসকলে আমেৰিকাৰ কংগ্ৰেছৰ সদস্যসকলৰ...

Read moreDetails

আদানী গ্ৰুপৰ কয়লা প্ৰকল্পৰ বাবে ৫.৭০ লাখ গছ কটাৰ অনুমতি: কেন্দ্ৰ আৰু মধ্যপ্ৰদেশ চৰকাৰলৈ এন জি টিৰ জাননী

মধ্যপ্ৰদেশৰ ছিংগৰৌলী জিলাত আদানী গ্ৰুপক আবণ্টিত এটা কয়লা খনিৰ বাবে প্ৰদান কৰা পাৰিপাৰ্শ্বিক অনুমোদনক লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে (এন জি...

Read moreDetails
Page 266 of 1553 1 … 265 266 267 … 1,553

Stay Connected

Recent News