ঘৰত এটা ছবছৰীয়া শিশু আছিল।তাৰ পাছত পত্নীক হত্যা কৰি পত্নীৰ উপস্থিতিত আত্মহত্যা কৰে স্বামীয়ে। মাকৰ পৰা কোনো সঁহাৰি নোপোৱাৰ পাছত...
Read moreDetails২৬/১১ৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণত দোষী সাব্যস্ত হোৱা ফাহিম আৰ্ছাদ মহম্মদ ইউছুফ আনছাৰী নিজৰ পৰিয়াল পোহপাল দিবলৈ, কাম কৰাৰ অধিকাৰ সুনিশ্চিত...
Read moreDetailsবুধবাৰে বিয়লি ১:৪৫ বজাত তেওঁৰ পত্নী বেট্ ছি আৰু পোহনীয়া কুকুৰটোৰ সৈতে নিউ মেক্সিকোৰ ঘৰত মৃত অৱস্থাত উদ্ধাৰ হয় ‘বনি...
Read moreDetailsউত্তৰ-পূব ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ষ্টাৰ্টআপ ইক’চিষ্টেম উন্নয়ন আৰু বৃদ্ধিৰ বাবে দুটা গুৰুত্বপূৰ্ণ সংস্থাৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে ২০২৫ চনৰ ২৬...
Read moreDetailsদাতিৰবাৰী কোৰাগাৰী উচ্চতৰ মাধ্যমিক বিদ্যায়ৰ পৰীক্ষা কেন্দ্ৰত পোহৰলৈ আহিছে ব্যাপক অনিয়ম। জালি এডমিট কাৰ্ড লৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ এগৰাকী...
Read moreDetailsবিহাৰৰ জেহানাবাদত কৰ্মৰত পশ্চিম বংগৰ বাসিন্দা কেন্দ্ৰীয় বিদ্যালয়ৰ এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক নিলম্বন কৰিছে কৰ্তৃপক্ষই। বংগৰ ২৪ বছৰীয়া শিক্ষয়িত্ৰী দীপালী...
Read moreDetailsপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্নাতক ডিগ্ৰীৰ সন্দৰ্ভত তথ্য প্ৰকাশৰ নিৰ্দেশ দিয়া চিআইচিৰ আদেশক প্ৰত্যাহ্বান জনাই দিল্লী বিশ্ববিদ্যালয়ৰ আবেদনৰ ওপৰত দিল্লী উচ্চ...
Read moreDetailsযোৱা ২৬ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ৮.৪৫ বজাত অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰবীণ তেলেগু অভিনেতা তথা ৱাই এছ আৰ কংগ্ৰেছ...
Read moreDetails২০২৩-২৪ বৰ্ষত ভাৰতৰ ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী ব্যয়ৰ বিস্তৃত বিশ্লেষণ দাঙি ধৰিছে বেচৰকাৰী সংস্থা এছ’চিয়েচন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছে। সংস্থাটোৱে প্ৰকাশ কৰা ...
Read moreDetailsশেহতীয়াকৈ এক উল্লেখযোগ্য ৰায়দানত জম্মু-কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা দুৰাৱস্থাপূৰ্ণ অংশত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd