Popular Stories

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

তেলেংগানাৰ নিজামবাদ জিলাত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে য'ত এগৰাকী মহিলাই চিকিৎসাধীন অৱস্থাত থকা নিজৰ স্বামীক কেনুলাৰ জৰিয়তে টয়লেট ক্লীনাৰ...

Read moreDetails

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

ফুটবল খেলপথাৰত ৯০ মিনিট গ’লবিহীন হৈ থকা মানেই এখন মেচ অতিৰিক্ত সময়ৰ দিশে আগবাঢ়িছে বুলি ভবাৰ কোনো কাৰণ নাই। স্পেনিছ...

Read moreDetails

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সুস্বাস্থ্য বৰ্তাই ৰখাৰ ক্ষেত্ৰত বিশ্বজুৰি শেহতীয়াকৈ এক নতুন ব্যায়াম জনপ্ৰিয় হৈ পৰিছে, যাক ফিটনেছৰ জগতত 'ৰাকিং'(Rucking) বুলি জনা গৈছে। মূলতঃ...

Read moreDetails

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

শ্ৰীলংকাৰ পশ্চিম উপকূলীয় চহৰ নেগম্ব'ত অৱস্থিত কাৰাগাৰত সংঘটিত এক ভয়াৱহ হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি পাইছে বুলি সোমবাৰে...

Read moreDetails

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

বিগত বৰ্ষৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহলগামত ২৬ জন অসামৰিক লোকৰ প্ৰাণহানি ঘটা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মূল পৰিকল্পনাকাৰী হিচাপে লস্কৰ-ই-তৈবাৰ মুৰব্বী...

Read moreDetails

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

জুলাই ১০ তাৰিখে অসম বিধানসভাত দাখিল হ'বলগীয়া ৰাজ্যিক বাজেটখনে চৰকাৰৰ আগন্তুক পাঁচ বছৰীয়া অৰ্থনৈতিক দৃষ্টিভংগীৰ এক স্পষ্ট ৰূপৰেখা দাঙি ধৰিব...

Read moreDetails

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

১৬ বছৰ পূৰ্বে আমেৰিকাৰ মেটলাইফ ষ্টেডিয়ামতে ব্ৰাজিলৰ জাৰ্চিত নেইমাৰৰ আন্তঃৰাষ্ট্ৰীয় ফুটবলত অভিষেক ঘটিছিল। দেওবাৰে নিশা সেই খেলপথাৰতে তেওঁৰ ১৬ বছৰীয়া...

Read moreDetails

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকো চহৰৰ এজটেকা ষ্টেডিয়াম অন্যতম শক্তিশালী ষ্টেডিয়াম। ইয়াৰ এটা কাৰণ অৱশ্যেই ইয়াৰ উচ্চতা। আৰু আন এটা কাৰণ হ’ল মেক্সিকান অনুৰাগীসকল।...

Read moreDetails

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

আন্তঃৰাষ্ট্ৰীয় ফুটবলত ব্ৰাজিলে কেতিয়াও নৰৱেক পৰাস্ত কৰিব পৰা নাই। চাৰি বাৰৰ মুখামুখিত অপৰাজিত হৈ আছিল নৰৱে। দেওবাৰে নিশা বিশ্বকাপৰ ৰাউণ্ড...

Read moreDetails
Page 95 of 1524 1 … 94 95 96 … 1,524

Stay Connected

Recent News