Popular Stories

Breast Milk: কেঁচুৱাৰ খাদ্যৰ সংকটৰ সময়ত নিজৰ ১১৮ লিটাৰ স্তন্যদুগ্ধ বিক্ৰী কৰিলে এগৰাকী মাতৃয়ে

শিশুৰ পাউদাৰ গাখীৰৰ সংকট। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহুতো পৰিয়ালে এই সংকটকলৈ চিন্তিত। একপ্ৰকাৰ হাহাকাৰ অৱস্থা। পাউদাৰ গাখীৰৰ যোগান প্ৰায় ৪০ শতাংশ...

Read moreDetails

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

প্ৰসাদ ল'বলৈ  ল’ৰাঢপৰা কৰা সময়তে পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত হোৱাৰ ঘটনা ঘটিছে মধ্যপ্ৰদেশত। দেওবাৰে মধ্য প্ৰদেশৰ সাগৰত...

Read moreDetails

ৰাস্তাৰ মাজতে মহিলা অধিবক্তাক উপৰ্যুপৰি ‘লাথি-চৰ, ভুকু’; সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো! (ভিডিঅ’)

একেৰাহে উপৰ্যুপৰি চৰ, ভুকু শোধাইছে আৰু লথিয়াই গৈছে। ৰাস্তাৰ মাজতে এনেদৰে এজন পুৰুষে এগৰাকী মহিলাক প্ৰহাৰ কৰি গৈছে অথচ এই...

Read moreDetails

শাৰদ পাৱাৰৰ সম্পৰ্কত আপত্তিজনক প’ষ্ট: বিজেপি নেতাৰ গালত প্ৰচণ্ড চৰ এনচিপি কৰ্মীৰ

মাৰাঠী অভিনেত্ৰী কেতকীক এনচিপি নেতা শাৰদ পাৱাৰৰ সম্পৰ্কত তেওঁৰ 'অশালীন' প’ষ্টৰ বাবে শনিবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল। একেটা অভিযোগতে এজন শিক্ষাৰ্থীকো...

Read moreDetails

দ্ৰুত উত্থান, নাটকীয় পতন; বিপ্লব কুমাৰ দেৱৰ মুখ্যমন্ত্ৰী হোৱাৰ কাহিনী

মাত্ৰ ৪৮ বছৰ বয়সত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হৈ সকলোকে চমক দিয়া বিপ্লব কুমাৰ দেৱৰ কাৰ্যকালৰ সমাপ্তি ঘটিছে নাটকীয়ভাৱে। সকলোকে আচৰিত কৰি...

Read moreDetails

এইবাৰ চিনেমা জগতত ‘থালা’: নিৰ্মাণ কৰিব তামিল চিনেমা, অভিনয়ত নয়নতৰা

কেৱল ক্ৰিকেটৰ ফিল্ডৰ যাদুৰেই নহয়, এইবাৰ চিনেমা প্ৰযোজক হিচাপেও চমক সৃষ্টি কৰিবলৈ উলাইছে মহেন্দ্ৰ সিং ধোনী ওৰফে থালা ওৰফে মাহী...

Read moreDetails

চেক গণৰাজ্যত বিশ্বৰ সৰ্ববৃহৎ ওলোমা দলং ‘স্কাই ব্ৰীজ ৭২১’ মুকলি

চেক গণৰাজ্যত পৰ্যটকৰ বাবে মুকলি কৰা হৈছে বিশ্বৰ সৰ্ববৃহৎ ওলোমা দলং। প্ৰায় দুবছৰ ধৰি নিৰ্মাণাধীন দলংখন শুক্ৰবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰি...

Read moreDetails

ফুচকা বিক্ৰী কৰাসকল হিন্দী ভাষী লোক’-তামিল মন্ত্ৰীৰ মন্তব্যত বিতৰ্কৰ জোৱাৰ

তামিলনাডুৰ উচ্চ শিক্ষা বিভাগৰ মন্ত্ৰী কে পোনমুদীয়ে উত্তৰ ভাৰতীয়সকলক "পানী পুৰী (ফুচকা) বিক্ৰেতা" বুলি অভিহিত কৰি পুনৰ এক বিতৰ্কৰ সৃষ্টি...

Read moreDetails

একেলগে গৰ্ভৱতী হ’ল একেখন হাস্পাতালৰ প্ৰসূতি বিভাগৰ ১০ গৰাকী নাৰ্চ, এগৰাকী চিকিৎসক

শুনি আচৰিত যেন লাগিলেও আমেৰিকাৰ লিবাৰ্টি হাস্পাতলত এনেকুৱাই এক ঘটনা ঘটিছে। হাস্পাতলখনৰ প্ৰসূতি বিভাগত কাম কৰি থকা ১১গৰাকী মহিলাই একেলগে...

Read moreDetails

যুক্তি ‘আৰক্ষী জনসাধাৰণৰ সেৱক’: নিশা ২.৩০ বজাত ১০০ ডায়েল কৰি আৰক্ষীক বিয়েৰ আনিবলৈ দিলে যুৱকে

জনসাধাৰণ সেৱক আৰক্ষী। জনসাধাৰণৰ সেৱা কৰা আৰক্ষীৰ দায়িত্ব। জৰুৰীকালীন সেৱাৰ বাবে থকা ১০০ নম্বৰত ফোন কৰি আৰক্ষীৰ সহায় ল'ব পাৰে...

Read moreDetails
Page 986 of 1520 1 … 985 986 987 … 1,520

Stay Connected

Recent News