বিজ্ঞান-প্ৰযুক্তি

হোৱাটছএপত বৃহৎ পৰিৱৰ্তন ঘোষণা মেটা-ৰ! কিন্তু কি কি হ’ব সলনি?

মেছেজিং এপ হিচাপে হোৱাটছএপে সদায় এটা শীৰ্ষ স্থানত আছে। এই মেছেজিং এপটোৱে যোগাযোগৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। এইবাৰ মেটাই...

Read moreDetails

মহা বিপৰ্যয়! প্ৰযুক্তিগত ত্ৰুটীৰ বাবে কক্ষপথত প্ৰৱেশ কৰিব নোৱাৰিলে ইছৰোৰ NVS-02 উপগ্ৰহ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) নিজৰ গুৰুত্বপূৰ্ণ NVS-02 উপগ্ৰহটো কক্ষপথত স্থাপন কৰিবলৈ সক্ষম নহ’ল কাৰণ উপগ্ৰহটোৰ থ্ৰাষ্টাৰবোৰে কাম নকৰিলে। ই...

Read moreDetails

শেহতীয়াকৈ চৰ্চাত থকা ডিপছিক কি?  কিয় কৃত্ৰিম বুদ্ধিমত্তাৰ খণ্ডত ব্যাঘাত জন্মাইছে এই উদ্ভাৱনে

চীনৰ ষ্টাৰ্টআপ ডিপচিকে নিজৰ শেহতীয়া মডেল ডিপছিক-ভি৩ আৰু ডিপছিক-আৰ১ মুকলি কৰি এআই উদ্যোগত ঢৌ তুলিছে। ডিপচিকে খৰচৰ এক অংশত অগ্ৰণী...

Read moreDetails

কেন্সাৰৰ পৰা মুক্তি দিব আল্ট্ৰা ফাষ্ট ৰেডিঅ’থেৰাপীয়ে! দাবী গৱেষকসকলৰ

কৰ্কট ৰোগৰ অৰ্থ হ’ল বছৰ বছৰ ধৰি ফ্লেছ ৰেডিঅ’থেৰাপি লৈ যোৱা আৰু ক্ৰমান্বয়ে এঢাপ দুঢাপকৈ মৃত্যুৰ দিশে গতি কৰা। আল্ট্ৰা-ফাষ্ট...

Read moreDetails

প্ৰকৃতিৰ ৰহস্য! পৃথিৱীৰ গভীৰত পোৱা গৈছে হিমালয়তকৈ এশ গুণে ডাঙৰ দুখন পৰ্বতৰ সন্ধান

পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতৰ নাম মাউণ্ট এভাৰেষ্ট। কিন্তু বিজ্ঞানীসকলে মাউণ্ট এভাৰেষ্টতকৈ প্ৰায় ১০০ গুণ ওখ দুখন পৰ্বত আৱিষ্কাৰ কৰিছে। কিন্তু এই...

Read moreDetails

বিজ্ঞানীৰ চৰম সকীয়নি! চমু চাপি আহিছে পৃথিৱীৰ ধ্বংসৰ দিন; বাচি নাথাকিব কোনো প্ৰাণী!

পৃথিৱীৰ সময় শেষ হৈ আহিছে! পানীত বা স্থলভাগত ক’তো কোনো প্ৰাণী জীয়াই নাথাকিব। ধ্বংস হৈ যাব সকলো ? বিজ্ঞানীসকলৰ গৱেষণাৰ...

Read moreDetails

গোমূত্ৰত আছে উৎকৃষ্ট ঔষধি গুণ; বিতৰ্কৰ সৃষ্টি কৰি দাবী আই আই টি মাদ্ৰাজৰ সঞ্চালকৰ

শেহতীয়াকৈ আই আই টি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটিৰ এটা ভিডিঅ’ ক্লিপ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। তাত তেওঁ গোমূত্ৰৰ ঔষধি গুণৰ...

Read moreDetails

মাজ আকাশত ভাঙি টুকুৰা টুকুৰ ইলন মাস্কৰ সপোনৰ ষ্টাৰশ্বিপ; ব্যাহত বিমান সেৱা

মাজ আকাশতে ভাঙি গ’ল ইলন মাস্কৰ সপোনৰ ষ্টাৰশ্বিপ। এই মহাকাশযানখন বৃহস্পতিবাৰে পৰীক্ষামূলকভাৱে উৎক্ষেপণ কৰা হয়। কিন্তু উৎক্ষেপণৰ মাত্ৰ আঠ মিনিটৰ...

Read moreDetails

ভাঙি দুটুকুৰা হৈ যাব ভাৰত! গৱেষকৰ দাবীক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্য

কিছুদিন আগতে তিব্বতত ভূমিকম্প হৈছিল। তেতিয়াই আৰম্ভ হৈছিল টেকটনিক প্লেটৰ বিষয়ে আলোচনা। এতিয়া ভূতত্ত্ববিদসকলে কৈছে যে ভাৰতীয় টেকটনিক প্লেটখন ভাঙি...

Read moreDetails

আজি ৰাতি আকাশত দেখা যাব বিৰল ধুমকেতু! পুনৰ ১ লাখ ৬০ হাজাৰ বছৰ পিছতহে আকৌ দেখা যাব এই ধুমকেতু

আজি নিশাৰ আকাশত দেখা যাব এক বিৰল সৌৰ পৰিঘটনা। এনে এক ঘটনা, যিটো ১ লাখ ৬০ হাজাৰ বছৰত এবাৰ ঘটে!...

Read moreDetails
Page 21 of 47 1 … 20 21 22 … 47

Stay Connected

Recent News