DMCA.com Protection Status

ক্ৰীড়া

IPL 2024: দিল্লীৰ সন্মুখত অসহায় আত্মসমৰ্পণ গুজৰাটৰ! আহমেদাবাদত টাইটানছৰ বিৰুদ্ধে সহজ জয় কেপিটেলছৰ

স্কোৰবোৰ্ডত মাত্ৰ ৮৯ ৰান। দিল্লী কেপিটেলছৰ বিৰুদ্ধে গুজৰাট টাইটানছে ১০০ ৰানতকৈও কম ৰানতে অল আউট হয়৷ ঘৰুৱা খেলপথাৰতে বিধ্ৱস্ত হৈ...

Read more

IPL 2024: নাৰিনৰ শতকেৰে বিশাল স্কোৰ কৰিও RRৰ হাতত পৰাজিত KKR; বাটলাৰৰ অবিশ্বাস্য ইনিংছ

মাত্ৰ কেই অভাৰৰ আগতে কলকাতা নাইট ৰাইডাৰ্ছে ঘৰুৱা খেলপথাৰত এই মেচখন পৰাস্ত হ’ব পাৰে বুলি ভবা নাছিল। কিন্তু জোছ বাটলাৰে...

Read more

ৱানখেড়েত ‘ধোনী ধামাকা’! ৰোহিতৰ শতকৰ সৈতেও জয়ী হ’ব নোৱাৰিলে মুম্বাই

দেওবাৰে ৫ বাৰৰ আইপিএল চেম্পিয়ন মুম্বাই ইণ্ডিয়ান্‌ছক ২০ ৰানত পৰাস্ত কৰে চেন্নাই ছুপাৰ কিংছে। দেওবাৰে আই পি এল ২০২৪ৰ ২৯...

Read more

ফুটবল খেলৰ মাজতে সমৰ্থকৰ মৃত্যু; বন্ধ কৰি দিয়া হ’ল খেল, শোকাহত ফুটবল অনুৰাগী

খেলপথাৰত খেল চলি থকাৰ সময়তে ফুটবলাৰৰ মৃত্যুৰ বাবে খেলখন বন্ধ হৈ পৰা ঘটনা আগতে ঘটিছে। কিন্তু এইবাৰ এজন সমৰ্থকৰ মৃত্যুৰ...

Read more

IPL 2024: কুলদীপৰ স্পিন ঘূৰ্ণীত দিশহাৰা ৰাহুল বাহিনী; দিল্লীৰ হাতত পৰাজিত হৈ থমকিল লক্ষ্ণৌৰ জয়ৰ ধাৰা

চলিত আইপিএলত খেলা পাঁচখন মেচৰ ভিতৰত চাৰিখন মেচত পৰাস্ত। লীগ তালিকাৰ তলত আছে ঋষভ পন্তৰ দিল্লী কেপিটেলছ। প্লে অফৰ যুঁজত...

Read more

ব্যক্তিগত কাৰণত অলিম্পিকৰ বাবে ভাৰতৰ চেফ-ডি-মিছন পদৰ পৰা পদত্যাগ মেৰীকমৰ

পিটিআইৰ এক প্ৰতিবেদন অনুসৰি পেৰিছত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক ২০২৪ৰ বাবে ভাৰতৰ চেফ-ডি-মিছনৰ পদৰ পৰা বক্সিং কিংবদন্তি মেৰী কমে ব্যক্তিগত কাৰণত...

Read more

IPL 2024: পুৰণি ছন্দত মুম্বাই! ৰোহিত-ঈশানৰ পিছত সূৰ্যৰ বেটিং উত্তাপত ভষ্ম বেংগালুৰুৰ স্বপ্ন; অনন্য বুমৰাহ

এই মেচখন দুয়োটা দলৰ বাবে প্লে অফৰ যুঁজত থাকিবলৈ সমানেই গুৰুত্বপূৰ্ণ আছিল। অৱশেষত শেষ হাঁহি মাৰিলে মুম্বাইয়ে। পুনৰ পৰাজিত হৈ...

Read more

চলিত আইপিএলত বিৰাট কোহলীৰ অভিলেখ ভংগ শুভমন গীলৰ

বুধবাৰে ৰাজস্থানৰ বিৰুদ্ধে গুজৰাটৰ জয়ত শুভমন গীলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গীলৰ অ’পেনিং ন’কে ৪৪টা বলত ৭২ ৰান সংগ্ৰহ কৰি...

Read more

ক’লৈ যাব? চলিত আই পি এল শেষ হোৱাৰ পিছতে মুম্বাই ইণ্ডিয়ানছ এৰিব ৰোহিত শৰ্মাই!

প্ৰাক্তন ক্ৰিকেটাৰ অম্বতি ৰায়ডুৱে মুম্বাই ইণ্ডিয়ানছত ৰোহিত শৰ্মা আৰু হাৰ্দিক পাণ্ডিয়াৰ সংঘাতৰ বিষয়ে মুকলিকৈ কৈছে। ৰায়ডুৱে ৰোহিতৰ সৈতে মুম্বাই ইণ্ডিয়ানছ...

Read more

IPL 2024: অথলে গ’ল ৰিয়ানৰ বিস্ফোৰক ইনিংছ; ৰুদ্ধশ্বাস মেচত গুজৰাটৰ জয়ৰ নায়ক ৰছিদ

ৰুদ্ধশ্বাস মেচত জয়ী হ’ল গুজৰাট টাইটানছ। একেৰাহে দুখন মেচত পৰাস্ত হোৱা দলটোৱে শেষ মুহূৰ্তত পৰাজিত কৰিলে তালিকাৰ শীৰ্ষস্থানত থকা দলটোক।...

Read more
Page 4 of 366 1 3 4 5 366

Recent News