ক্ৰীড়া

ৰাজ্যিক পৰ্যায়ত জিলিকিল বিশ্বনাথ জিলাৰ উশ্বু খেলুৱৈ

গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক উশ্বু প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি 'বিশ্বনাথ জিলা উশ্বু সন্থা'ৰ খেলুৱৈৰ দলে উৎকৃষ্ট প্ৰদৰ্শনৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।...

Read moreDetails

নলবাৰীৰ চামতাত ১০ কোটি টকীয়া ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰী সোণোৱালৰ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নলবাৰীৰ চামতাত অসম চৰকাৰৰ ছিগনেচাৰ প্ৰজেক্টৰ উত্তৰণ আঁচনিৰ অধীনত ১০ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া...

Read moreDetails

উত্তৰ-পূব ভাৰত মাণ্ডলিক টাইকোৱানডো প্ৰতিযোগিতাৰ সফল সামৰণি

জৱাহৰ নবোদয় বিদ্যালয় শোনিতপুৰ, বিশ্বনাথত ১, ২ আৰু ৩ আগষ্টত উত্তৰ-পূব ভাৰত মাণ্ডলিক টাইকোৱানডো প্ৰতিযোগিতাখৰ সফলভাৱে সামৰণি পৰে। উক্ত প্ৰতিযোগিতাত...

Read moreDetails

ষ্টুডেণ্টছ অলিম্পিক এছিয়ান গেমছ : ত্ৰিপুৰা চেম্পিয়নৰ হাতত পৰাস্ত পাকিস্তান

থাইলেণ্ডত অনুষ্ঠিত হোৱা ষ্টুডেণ্টছ অলিম্পিক এছিয়ান গেমছত ত্ৰিপুৰা জনজাতি এলেকা স্বায়ত্ব শাসিত জিলা পৰিষদৰ ফুটবল দলটোৱে পাকিস্তানৰ দলটোক পৰাস্ত কৰিছে।...

Read moreDetails

জৱাহৰ নবোদয় বিদ্যালয় শ্বিলং মাণ্ডলিক বাস্কেটবল প্ৰতিযোগিতাত ডিব্রুগড় গোট সৰ্বশ্ৰেষ্ট চেম্পিয়ন

দৰং জিলাৰ উদমাৰীৰ জৱাহৰ নবোদয় বিদ্যালয় চৌহদত শ্বিলং মাণ্ডলিক বাস্কেটবল প্ৰতিযোগিতা-২০১৮ত  ডিব্রুগড় গোট সৰ্বশ্ৰেষ্ট চেম্পিয়ন হৈছে।জৱাহৰ নবোদয় বিদ্যালয় উদমাৰী চৌহদ...

Read moreDetails

‘ৰঞ্জী ট্ৰফী’ ক্ৰিকেটত উত্তৰ-পূবৰ ৬ ৰাজ্যৰ সমস্ত খৰচ বহন কৰিব বিচিচিআইয়ে

উত্তৰ-পূবৰ ক্ৰিকেট প্ৰেমীসকলৰ বাবে এক সুখবৰ । উত্তৰ-পূবৰ ৬ খন ৰাজ্যৰ ৰঞ্জী ট্ৰফী ক্ৰিকেটৰ সমস্ত ব্যয় বহন কৰিব বি চি...

Read moreDetails

ডিব্ৰুগড়ত আন্তঃজিলা টাইকোৱানডো প্ৰতিযোগিতাৰ সফল সামৰণি

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা ৩৫সংখ্যক সদৌ অসম আন্তঃজিলা টাইকোৱানডো প্ৰতিযোগিতাখন যোৱা দেওবাৰে সামৰণি পৰে। এই ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাখন ডিব্ৰুগড়ৰৰ...

Read moreDetails

ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনীয়া মেচৰ বাবে বহু প্ৰতীক্ষাৰে ৰৈ আছে গুৱাহাটীৰ ক্ৰিকেট প্ৰেমী 

চলিত বছৰৰ অহা ২১ অক্টোবৰত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় দিবা-নৈশ এদিনীয়া ক্ৰিকেট মেচ। অসমবাসীৰ বাবে বহু...

Read moreDetails

এছিয়ান গেইমছৰ দলীয় মিক্সড ৪x৪০০ মিটাৰ দৌৰত অংশ নলয় স্বৰ্ণকন্যা হিমা দাসে

আগন্তুক জাকাৰ্টা এছিয়ান গেইমছত নতুনকৈ অন্তৰ্ভূক্ত কৰা দলীয় মিক্সড শাখাত অংশ নলয় অসমৰ স্প্ৰিণ্টাৰ তথা স্বৰ্ণকন্যা ৰাণী হিমা দাস। উল্লেখযোগ্য...

Read moreDetails

কেৰেলাৰ আন্তৰ্জাতিক কায়াকিং প্ৰতিযোগিতাত পদক জিনিলে মেঘালয়ৰ যুৱক বাছায়ামোইতে

মালাবাৰ ৰিভাৰ ফেষ্টিবেলৰ ২১ অনূৰ্ধ্বৰ এছিয়া শাখাৰ কায়াকিং (kayaking) প্ৰতিযোগিতাত মেঘালয়ৰ যুৱক শ্বিনিংষ্টাৰ বাছায়ামোইতে তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য...

Read moreDetails
Page 425 of 468 1 … 424 425 426 … 468

Stay Connected

Recent News