শীর্ষ সংবাদ

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত চি এন জি আৰু বৈদ্যুতিক সেউজ বাছৰ যান-বাহন আইন ভংগৰ ঘটনা বৃদ্ধি পোৱাৰ পাছতেই কঠোৰ হৈছে কামৰূপ মহানগৰ জিলা...

Read moreDetails

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

অৰুণাচল প্ৰদেশ চৰকাৰে নাহৰলগুনৰ এটা নৱনিৰ্মিত পথ ড° শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে ভাৰতীয় যুৱ কংগ্ৰেছে। সংগঠনটোৰ...

Read moreDetails

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

কান্দিছে লিয়োনেল মেছিয়ে। এজনৰ পাছত আনজন সতীৰ্থক সাৱটি ধৰি তেওঁ কান্দিছে। চকুপানীয়ে যেন ৰোৱাৰ নামেই লোৱা নাই। খেল শেষ হোৱাৰ...

Read moreDetails

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

আপুনি কেতিয়াবা ভাবি চাইছেনে যে বেছিভাগ মানুহে চুমা খোৱাৰ সময়ত কিয় স্বাভাৱিকভাৱেই চকু বন্ধ কৰে? এইটো এনেকুৱা কোনো কথা নহয়...

Read moreDetails

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

আমাৰ ঘৰৰ বাকী সকলো বৈদ্যুতিক সঁজুলিয়ে মাজে মাজে জিৰণি পালেও ফ্ৰিজটোৰ কিন্তু কোনো জিৰণি নাই। চৌবিশ ঘণ্টাই অবিৰতভাৱে কাম কৰি...

Read moreDetails

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ পুতলাৰ বজাৰৰ এক চতুৰ্থাংশ অৰ্থাৎ পঁচিশ শতাংশ দখল কৰিবলৈ আহ্বান...

Read moreDetails

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কংগ্ৰেছ কোনটো, তাক লৈ বৰ্তমান এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। এই সন্দৰ্ভত সোমবাৰে কালিঘাটৰ তৃণমূল অৰ্থাৎ মমতা বেনাৰ্জীৰ...

Read moreDetails

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

পৃথিৱীৰ সপ্তম আশ্বৰ্যৰ অন্যতম আগ্ৰাৰ তাজমহল আচলতে এটা মোগল স্মৃতিসৌধ নে ইয়াৰ আঁৰত লুকাই আছে কোনো হিন্দু মন্দিৰৰ ইতিহাস, তাক...

Read moreDetails

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

চৰকাৰে দেশত ই২০ ইন্ধন অৰ্থাৎ শতকৰা ২০ ভাগ ইথানলযুক্ত পেট্ৰ’লৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা চলাই থকাৰ মাজতে এক উদ্বেগজনক খবৰ...

Read moreDetails

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

দক্ষিণ ২৪ পৰগণা জিলাৰ বাৰুইপুৰত এখন ফুটবল খেলক লৈ হোৱা বিবাদৰ পৰিণতিত এজন ১৭ বছৰীয়া কিশোৰক হত্যা কৰা হৈছে। এই...

Read moreDetails
Page 163 of 6003 1 … 162 163 164 … 6,003

Stay Connected

Recent News