শীর্ষ সংবাদ

আজি পাণ্ডু বন্দৰত ২৫৪ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

আভ্যন্তৰীণ জল পৰিবহণ (আই ডব্লিউ টি) খণ্ডক পুনৰুজ্জীৱিত কৰাৰ দিশত আৰু উত্তৰ-পূব অঞ্চলত সংযোগ শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ...

Read moreDetails

নতুন উচ্চতাত টাটা, ইচ্ছা কৰিলে গোটেই পাকিস্তানখনকে কিনি ল’ব পাৰে! কিয় এই তুলনা?

টাটা গ্ৰুপে পাকিস্তানৰ অৰ্থনীতিৰ বজাৰ মূল্য অতিক্ৰম কৰিলে! নিমখৰ পৰা আৰম্ভ কৰি চফ্টৱেৰলৈকে টাটা গ্ৰুপৰ ব্যৱসায় বহু ক্ষেত্ৰত বিয়পি আছে।...

Read moreDetails

চণ্ডীগড় মেয়ৰ নিৰ্বাচনত হৰ্ছ ট্ৰেডিং! নিৰ্বাচনী বিষয়াগৰাকীক কাঠগড়াত তুলিলে উচ্চতম ন্যায়ালয়ে

চণ্ডীগড় মেয়ৰ নিৰ্বাচনৰ ‘ৰিগিং’ক গৰিহণা দিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে অভিযুক্ত নিৰ্বাচনী বিষয়া অনিল মাছিক ধমক দি অভিযুক্তৰ বিৰুদ্ধে আইনী...

Read moreDetails

কৃষকে মানি নল’লে কেন্দ্ৰৰ এম এছ পিৰ প্ৰস্তাৱ; বুধবাৰৰ পৰা পুনৰ “দিল্লী চলো”

কেন্দ্ৰীয় চৰকাৰৰ নূন্যতম সমৰ্থন মূল্য বা শস্যৰ বাবে এম এছ পিৰ প্ৰস্তাৱ নাকচ কৰিছে প্ৰতিবাদকাৰী কৃষকসকলে। পঞ্জাৱ আৰু হাৰিয়ানাৰ মাজৰ...

Read moreDetails

মঙল গ্ৰহলৈ যাব ভাৰতৰ ড্ৰ’ন : পৰিকল্পনা ইছৰোৰ 

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চমুকৈ ইছৰোৱে মংগল গ্ৰহলৈ এখন ৰ’ট’কপ্টাৰ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে।  উল্লেখ্য যে  ইছৰোৰ ৰ’টাৰক্ৰাফ্ট এতিয়াও ধাৰণাগত...

Read moreDetails

ৰাহুল গান্ধী, জয়ৰাম ৰমেশ, কানহাইয়া কুমাৰকে ধৰি ১০ জন কংগ্ৰেছ নেতাক চমন জাৰি অসম আৰক্ষীৰ CID বিভাগৰ

সোমবাৰে উত্তৰ প্ৰদেশত ভাৰত জোডো ন্যায় যাত্ৰাত ব্যস্ত হৈ থকাৰ সময়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ চমন জাৰি কৰিছে অসম আৰক্ষীৰ...

Read moreDetails

লামডিঙত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা

জনবিৰোধী শ্ৰমিক বিৰোধী কেন্দ্ৰীয় চৰকাৰ হুছিয়াৰ, নতুন পেঞ্চন নীতি তৎকালে বাতিল কৰক, ভাৰতীয় ৰে'ল শিল্পক ব্যক্তিগত কৰণ নীতি শীঘ্ৰে প্ৰত্যাহাৰ...

Read moreDetails

অসম মহিলা বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তন সম্পন্ন

যোৰহাটস্থিত অসম মহিলা বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তনত দেওবাৰে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ৩২৫ গৰাকী উৰ্ত্তীণ ছাত্ৰীয়ে অসম মহিলা বিশ্ববিদ্যালয়ৰ মাননীয় আচাৰ্য...

Read moreDetails

সৰিয়হৰ ডুলিতে ভুত! ধৰ্ষণৰ বলি মহিলাকেই যৌন নিৰ্যাতন; দণ্ডাধীশৰ বিৰুদ্ধেই গুৰুতৰ অভিযোগ

ধৰ্ষণৰ বলি হোৱা এগৰাকী মহিলাৰ সৈতে পুনৰ যৌন নিৰ্যাতন। দণ্ডাধীশৰ আগত নিজৰ বক্তব্য ৰেকৰ্ডিং কৰি থকাৰ সময়তে পুনৰ যৌন নিৰ্যাতন...

Read moreDetails

শ্বীনা বৰা হত্যাত অভিযুক্ত ইন্দ্ৰানীৰ ডকু-ছিৰিজত আপত্তি; নিষেধাজ্ঞা বিচাৰি আদালতত চিবিআই

ইন্দ্ৰাণী মুখাৰ্জীৰ ডকু-ছিৰিজ ‘ইন্দ্ৰাণী মুখাৰ্জী ষ্টোৰী: দ্য বাৰিড ট্ৰুথ’ (The Indrani Mukerjea Story: Buried Truth ) মুক্তিৰ পূৰ্বেই বিপদত পৰিছে।...

Read moreDetails
Page 1768 of 6010 1 … 1,767 1,768 1,769 … 6,010

Stay Connected

Recent News