শীর্ষ সংবাদ

ৰে’ল আৰক্ষী বিষয়াৰ মানৱীয়তা, অসুখীয়া যাত্ৰীক কান্ধত তুলি দেখুৱালে মানৱতাৰ নিদৰ্শন

যাত্ৰীৰ সুৰক্ষা আৰু ৰেল সুৰক্ষাৰ ক্ষেত্ৰত আৰ পি এফ বা ৰেলৱে সুৰক্ষা বাহিনীয়ে তীব্ৰভাৱে কাম কৰি আহিছে। এই কথা আকৌ...

Read moreDetails

তদন্তত ওলাল উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনাৰ আচল কাৰণ। দোষ কাৰ?

যোৱা জুন মাহৰ ২ তাৰিখে উৰিষ্যাৰ বালেশ্বৰত সংঘটিত হয় ভয়ানক ৰে’ল দুৰ্ঘটনা। এই দুৰ্ঘটনাত প্ৰায় ৩০০ গৰাকী লোকে প্ৰাণ হেৰুৱাই...

Read moreDetails

শ্ৰীলংকা আৰু ইণ্ডোনেচীয়াক নেদাৰলেণ্ডে ঘূৰাই দিব ঔপনিৱেশিক কালত লুটি নিয়া প্ৰাচীন ৰত্নভাণ্ডাৰ 

নেদাৰলেণ্ডে নিজৰ ঔপনিৱেশিক কালত ইণ্ডোনেছিয়া আৰু শ্ৰীলংকাৰ পৰা লৈ যোৱা শ শ বহুমূলীয়া সামগ্ৰী ঘূৰাই দিবলৈ সাজু হৈছে। ঘূৰাই দিবলগীয়া...

Read moreDetails

সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ আপত্তি দৰ্শাই দিল্লীত স্মাৰক-পত্ৰ প্ৰদান আম আদমি পাৰ্টীৰ

আম আদমি পাৰ্টীৰ এটা সজাতি দলে দিল্লীস্থিত নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয়ত অসমত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে এখন স্মাৰক-পত্ৰ প্ৰদান কৰে।...

Read moreDetails

নহ’ল মোদী দৰ্শন: দুৰ্ঘটনাত পতিত মোদীৰ সভালৈ যোৱা বিজেপিকৰ্মী ভৰ্তি বাছ, দুই কৰ্মী নিহত

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি হিচাপে আজি ছত্তীশগড়ত এক দলীয় সভাত ভাগ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীৰ এই সভা উপলক্ষে সভাস্থলীত...

Read moreDetails

স্থগিতাদেশ নহ’ল: গুজৰাট উচ্চ ন্যায়ালয়ত নাকচ ৰাহুল গান্ধীৰ আবেদন

বাহাল থাকিল চুৰাট আদালতৰ ৰায়। নিৰ্দোষ সাব্যস্ত নহ'ল ৰাহুল গান্ধী। আজি গুজৰাট উচ্চ ন্যায়ালয়ত নাকচ হ'ল ৰাহুল গান্ধীৰ আবেদন। উচ্চ...

Read moreDetails

অগ্নিগৰ্ভৰ মণিপুৰ: ২৪ ঘণ্টাত দুই যুৱক, এগৰাকী মহিলাক গুলীয়াই হত্যা

অশান্ত মণিপুৰত এতিয়া শান্তি দূৰ নিলগত! ৰাজ্যখনত যেন এতিয়া প্ৰতি মুহূৰ্তত মৃত্যুৰ শংকা! হত্যা-হিংসাৰ এই অগ্নিগৰ্ভৰ পৰিস্থিতিৰ মাজতে মণিপুৰত বিগত...

Read moreDetails

নতুন প্ৰজন্মৰ মাজত হেৰাইছে যৌন প্ৰৱণতা! সমীক্ষাত প্ৰকাশ চাঞ্চল্যকৰ দাবী

যৌনতাৰ দিশত পূৰ্ব পুৰুষৰ ওচৰত পৰাস্ত হৈছে নতুন প্ৰজন্ম! পূৰ্ব প্ৰজন্মৰ লোকসকলৰ মাজত যিধৰণৰ যৌন প্ৰৱণতাই বিৰাজ কৰিছিল, তাৰ তুলনাত...

Read moreDetails

অশান্ত মণিপুৰ, ‘আশ্চৰ্যকৰভাৱে অদ্ভুত’ মোদীৰ মৌনতা: পুনৰ সৰৱ কংগ্ৰেছ

দুইমাহতকৈ অধিক সময় ধৰি অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ এতিয়াও শাম কটা নাই মণিপুৰত। ৰাজ্যখনৰ এই অশান্ত জৰ্জৰ পৰিস্থিতিৰ মাজতে কালি...

Read moreDetails

ৰাহুল গান্ধীৰ মোদী উপাধি বিতৰ্ক: আজি ৰায়দান দিব গুজৰাট উচ্চ ন্যায়ালয়ে

২০১৯ চনৰে এক মন্তব্যৰ বাবে চুৰাট আদালতৰ দ্বাৰা দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত হোৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আগন্তুক দুটা বছৰৰ ঠিকনা...

Read moreDetails
Page 2042 of 5939 1 2,041 2,042 2,043 5,939

Stay Connected

Recent News