শীর্ষ সংবাদ

মহাকাশলৈ ৬০ ফুটৰ দাপোন পঠিয়াব আমেৰিকাই; আমি তেন্তে ৰাতিও সূৰ্য্যৰ পোহৰ পাম?

আমেৰিকাই ৬০ ফুট বহল দাপোনযুক্ত এটা কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণৰ প্ৰস্তুতি চলাইছে। আমেৰিকাৰ ফেডাৰেল কমিউনিকেচন কমিছনে কেলিফৰ্ণিয়াস্থিত ষ্টাৰ্টআপ প্ৰতিষ্ঠান ৰিফ্লেক্ট...

Read moreDetails

নাগৰিকত্ব নিৰ্ধাৰণ প্ৰক্ৰিয়া ন্যায্য আৰু যুক্তিসংগত হ’ব লাগিব! ২৭ গৰাকী ব্যক্তিক বিদেশী সজোৱা উচ্চ ন্যায়ালয়ৰ ৰায় নাকচ উচ্চতম ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে ২৭ গৰাকী আবেদনকাৰীক বিদেশী হিচাপে ঘোষণা কৰি প্ৰদান কৰা ৰায়দান সোমবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে। ন্যায়াধীশ বিক্ৰম...

Read moreDetails

মাৰাত্মক কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজি জয়ী হৈছিল! ‘জুৰাছিক পাৰ্ক’ খ্যাত অভিনেতা ছেম নীলৰ দেহাৱসান

‘জুৰাছিক পাৰ্ক’ খ্যাত অভিনেতা ছেম নীলৰ দেহাৱসান ঘটিছে। ডি এলান গ্ৰাণ্টৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে গোটেই বিশ্বই তেওঁক মনত ৰাখিছে।...

Read moreDetails

দেশত কৰোনাত ২ জনৰ মৃত্যু, পুনৰ বিয়পিছে সংক্ৰমণ! পৰিস্থিতি কিমান উদ্বেগজনক?

কৰোনা ভাইৰাছে দেশত পুনৰ নতুনকৈ আশংকা বৃদ্ধি কৰিছে। অন্ধ্ৰ প্ৰদেশ আৰু মুম্বাইৰ পৰা নতুনকৈ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। সাধাৰণ মানুহৰ...

Read moreDetails

প্ৰথম ছেট হেৰুৱাইও দুৰ্দান্ত প্ৰত্যাৱৰ্তন! একেৰাহে দ্বিতীয়বাৰৰ বাবে উইম্বলডন খিতাপ জয় ছিনাৰৰ

উইম্বলডনৰ চেণ্টাৰ ক’ৰ্টত পুনৰ য়ানিক ছিনাৰৰ ৰাজত্ব। আলেকজেণ্ডাৰ জেৰেভৰ কঠিন প্ৰত্যাহ্বান মোকাবিলা কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ অক্ষুণ্ণ ৰাখিছে বিশ্বৰ...

Read moreDetails

খামেনেইক হত্যাৰ প্ৰতিশোধ! ট্ৰাম্প-নেতানিয়াহুকে ধৰি ‘টাৰ্গেট’ ১১ জন বিশ্বনেতা; ইৰাণে প্ৰকাশ কৰিলে তালিকা!

আমেৰিকা আৰু ইৰাণৰ মাজত পূৰ্ণাংগ যুদ্ধ আৰম্ভ হোৱাৰ পিছত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইক...

Read moreDetails

যুৱ প্ৰজন্মৰ প্ৰতিনিধি হৈয়েই ক্ষমতাত, সেই জেন-জিৰ প্ৰতিবাদতে কঁপি উঠিল বলেন শ্বাহৰ চকী; পুনৰ উত্তাল নেপাল

জেন-জিৰ আন্দোলনৰ ফলতে নেপালত অলি চৰকাৰৰ পতন ঘটিছিল। বলেন শ্বাহ ক্ষমতালৈ আহিছিল। কিন্তু এবছৰৰ ভিতৰতে চুবুৰীয়া দেশখনত পুনৰ বিদ্ৰোহৰ জুই...

Read moreDetails

মাজনিশা বেংককৰ পাবত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু কমেও ২৭ জনৰ

থাইলেণ্ডৰ ৰাজধানী বেংককৰ এখন জনপ্ৰিয় পাবত ভয়াবহ অগ্নিকাণ্ডত ২৭ জন লোকৰ মৃত্যু হৈছে। সোমবাৰে গভীৰ নিশা সংঘটিত হোৱা এই ঘটনাত...

Read moreDetails

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

অসমৰ সংগীত আৰু সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে অসম সাহিত্য সভাই প্ৰয়াত শিল্পী তথা সাংস্কৃতিক আইকন জুবিন গাৰ্গক মৰণোত্তৰভাৱে...

Read moreDetails

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

কাজিৰঙাৰ ইংলে পথাৰত ভূমি ৰক্ষা আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত যুৱ নেতা প্ৰণৱ দলেক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক ডি ৱাই এফ...

Read moreDetails
Page 205 of 6055 1 … 204 205 206 … 6,055

Stay Connected

Recent News