শীর্ষ সংবাদ

 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মঙলবাৰে ইজৰাইলক লৈ এক ডাঙৰ মন্তব্য কৰিছে। ইজৰাইলৰ প্ৰতি আমেৰিকাৰ দীৰ্ঘদিনীয়া সমৰ্থনৰ কথা উল্লেখ কৰি ট্ৰাম্পে...

Read moreDetails

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

প্ৰতিযোগিতামূলক পৰীক্ষাত বাৰে বাৰে প্ৰশ্নকাকত ফাদিল, পৰীক্ষা বাতিল আৰু নিযুক্তি প্ৰক্ৰিয়াত বিলম্ব হোৱাৰ ঘটনাক লৈ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে...

Read moreDetails

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

দীৰ্ঘদিন ধৰি চলি থকা সংঘাতৰ অন্ত পেলাই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। এই পৰিস্থিতিৰ মাজতে আমেৰিকাৰ...

Read moreDetails

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

বিশ্বকাপত ইৰানৰ খেলক লৈ বিতৰ্কৰ অন্ত নাই। ইয়াৰ মাজতে বিতৰ্কৰ জুইত ঘিউ ঢালিলে ইৰানৰ ফুটবল খেলুৱৈ মহম্মদ মোহেবিয়ে। নিউজিলেণ্ডৰ বিৰুদ্ধে...

Read moreDetails

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

সেইখন দেশৰ আটাইতকৈ বিখ্যাত ফুটবল ষ্টেডিয়াম য’ত ৰাষ্ট্ৰীয় দলে সদায় খেলি আহিছে। আনকি ফুটবল সম্ৰাট পেলেৰ ব্ৰাজিলেও এই ফিল্ডতে বিশ্বকাপ...

Read moreDetails

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

ভাৰতৰ চিভিল চাৰ্ভিচ বা ইউ পি এছ চি পৰীক্ষাক সমগ্ৰ বিশ্বৰে অন্যতম কঠিন পৰীক্ষা হিচাপে গণ্য কৰা হয়। দেশৰ লাখ...

Read moreDetails

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

নিউজ ১৮ অসমত সম্প্ৰচাৰিত হোৱা এক বিশেষ বাতৰি অনুসৰি, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অন্তৰ্গত একাংশ ছাত্ৰ-ছাত্ৰী এতিয়া চৰম বিপদত...

Read moreDetails

নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

জনপ্ৰিয় ছ'চিয়েল মিডিয়া প্লেটফৰ্ম টেলিগ্ৰামৰ এটা স্ক্ৰীণশ্বটেই সমগ্ৰ দেশত খলকনি তুলিছিল। সেয়াই আছিল এই বছৰৰ নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ...

Read moreDetails

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

সোমবাৰে (১৫ জুন) ভাৰত আৰু শ্ৰীলংকাৰ মাজত এদিনীয়া খেল অনুষ্ঠিত হয়। এই খেলখনত ছুপাৰ অভাৰত শ্ৰীলংকাৰ হাতত পৰাস্ত হয় টিম...

Read moreDetails

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

যোগগুৰু বাবা ৰামদেৱে শনিবাৰে এক ডাঙৰ ঘোষণা কৰিছে। পতঞ্জলি গোটে এতিয়া দেশৰ সৰ্বোচ্চ অসামৰিক সেৱা পৰীক্ষা অৰ্থাৎ ইউ পি এছ...

Read moreDetails
Page 216 of 6006 1 … 215 216 217 … 6,006

Stay Connected

Recent News