উৰিষ্যাৰ মালকানগিৰি জিলাত কুতুমপালি নদীত শুকুৰবাৰে সংঘটিত হয় এক ভয়াৱহ নাও দুৰ্ঘটনা। ১২ গৰাকী যাত্ৰীৰ লগতে ৩ খনকৈ বাইক কঢ়িয়াই...
Read moreDetailsএক মোবাইল গেমিং এপৰ জৰিয়তে জালিয়াতিৰ গোচৰ সন্দৰ্ভত কলকাতাৰ ছয়টাকৈ স্থানত আজি তালাচী চলায় এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে। অভিযানৰ সময়ত তদন্তকাৰী দলটোৱে...
Read moreDetailsStudent jack freeman earned 664 crores এমাহতে ৬৬৪ কোটি টকাৰ গৰাকী হ'ল এগৰাকী ২০ বছৰীয়া যুৱক। কিন্তু যুৱকজনৰ পৰিয়ালে এই...
Read moreDetailsৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেন। তেওঁ সাংবাদিকসকলৰ আগত কৈছে: "মই এতিয়ালৈকে বিস্তৃত নাজানো। কিন্তু মই...
Read moreDetailsইউক্ৰেইনৰ উত্তৰ-পূবৰ খাৰকিভত প্ৰচণ্ড যুঁজ অব্যাহত আছে। ৰাছিয়াৰ সংবাদ সংস্থাসমূহেও জনাইছে যে ৰাছিয়াই অঞ্চলটোলৈ নতুন সৈন্য প্ৰেৰণ কৰিছে। এই বাতৰি...
Read moreDetailsভাৰতীয় সেনাই অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত অবিৰতভাৱে টহল দি আছে। বৰ্তমান ভাৰতীয় সেনা বিভিন্ন আধুনিক অস্ত্ৰৰে সজ্জিত। অৰুণাচল...
Read moreDetailsNEET অৰ্থাৎ নেশ্যনেল এলিজিবিলিটি এন্ট্ৰেন্স টেষ্টত প্ৰতি বছৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পিছত বহু শিক্ষাৰ্থীয়ে এই পৰীক্ষাত বহে। সাধাৰণতে উচ্চতৰ মাধ্যমিকৰ...
Read moreDetailsশুকুৰবাৰে নিশা হাৰিয়ানাত গণেশ উৎসৱৰ আনন্দত বিঘিনি ঘটাই সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনা। দহদিনীয়াকৈ আয়োজন কৰা গণেশ উৎসৱৰ কালি সামৰণিৰ দিনা...
Read moreDetailsদেশৰ ইতিহাসৰ এক কলংকিত অধ্যায় গুজৰাটৰ নৃশংস গোধৰা কাণ্ডৰ সময়ত সংঘটিত হোৱা বিলকিছ বানো দলবদ্ধ ধৰ্ষণকাণ্ডৰ দোষীৰ মুক্তিক প্ৰত্যাহ্বান জনাই...
Read moreDetailsদক্ষিণ ভাৰতীয় ৰাজ্য তেলেংগানাত আজি এক অপ্ৰত্যাশিত পৰিস্থিতিৰ সন্মুখীন হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হায়দৰাবাদত অনুষ্ঠিত হোৱা বিজেপিৰ এক...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd